October 12, 2024 7:16 PM October 12, 2024 7:16 PM
9
প্রধানমন্ত্ৰী ইণ্টাৰ্ণশ্বিপ আঁচনিৰ অধীনত শিক্ষা নবিচ হিচাপে নিযুক্ত হ’বলৈ pminternship.mca.gov.in পোৰ্টেল মুকলি
প্রধানমন্ত্ৰী ইণ্টাৰ্ণশ্বিপ আঁচনিৰ অধীনত শিক্ষা নবিচ হিচাপে নিযুক্ত হ’বলৈ ইচ্ছুক যুৱক-যুৱতীসকলৰ বাবে আজি বিয়লি ৫ বজাৰ পৰা pminternship.mca.gov.in পোৰ্টেল মুকলি কৰা হৈছে। এই পোৰ্টেলত এতিয়ালৈকে ১৯৩ টা কোম্পানীয়ে ৯০ হাজাৰ ৮৪৯ টা ইণ্টাৰ্ণশ্বিপৰ সুযোগ আগবঢ়াইছে। যুৱক- যুৱতীসকলক ২৪টা ক্ষেত্ৰত ইণ্টাৰ্ণশ...