ৰাষ্ট্ৰীয়

October 15, 2024 7:49 PM October 15, 2024 7:49 PM

views 9

ভাৰত আৰু আমেৰিকাৰ ৩১ খন এম কিউ নাইন বি প্রিডেট ড্ৰ’ণ ক্ৰয়ৰ চুক্তিত স্বাক্ষৰ

দেশৰ প্ৰতিৰক্ষা ক্ষমতাৰ উত্থান ঘটাই ভাৰত আৰু আমেৰিকাই ৩১ খন এম কিউ নাইন বি প্রিডেট ড্ৰ'ণ ক্ৰয়ৰ চুক্তিত স্বাক্ষৰ কৰিছে। দেশৰ কাৰ্য্যকৰী প্ৰস্তুতি আৰু সামৰিক শক্তি বৃদ্ধিৰ লক্ষ্যৰে সম্পাদনা কৰা এই চুক্তিত এম কিউ নাইন বি স্কাই গার্ডিয়ান আৰু চি গার্ডিয়ান ড্ৰণৰ ট্ৰাই চাৰ্ভিছ ক্ৰয় কৰাটো অন্তৰ্ভুক্ত কৰ...

October 15, 2024 7:24 PM October 15, 2024 7:24 PM

views 8

কেন্দ্ৰীয় চৰকাৰে দেশত মহিলা সৱলীকৰণৰ লক্ষ্যৰে প্ৰযুক্তিৰ ব্যৱহাৰ সূচল কৰি তুলিছে বুলি প্রধানমন্ত্রীৰ মন্তব্য

কেন্দ্ৰীয় চৰকাৰে দেশত মহিলা সৱলীকৰণৰ লক্ষ্যৰে প্ৰযুক্তিৰ ব্যৱহাৰ সূচল কৰি তুলিছে বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজি আন্তঃৰাষ্ট্ৰীয় দূৰসংযোগ সংঘ অর্থাৎ আই টি ইউৰ বিশ্ব দূৰসংযোগ মান নিৰ্ধাৰণ সভা ২০২৪ মুকলি কৰি দিয়া ভাষণত প্ৰধানমন্ত্ৰীগৰাকীয়ে এইকথা প্ৰক...

October 15, 2024 6:22 PM October 15, 2024 6:22 PM

views 4

ডº এ পি জে আব্দুল কালামৰ জন্ম বার্ষিকীত প্রধানমন্ত্ৰী, মুখ্যমন্ত্ৰীৰ শ্ৰদ্ধাৰ্ঘ্য নিবেদন

প্ৰাক্তন ৰাষ্ট্ৰপতি আৰু প্ৰসিদ্ধ বিজ্ঞানী ডº এ পি জে আব্দুল কালামৰ আজি ৯৩ সংখ্যক জন্ম বার্ষিকী। ডº এ পি জে আব্দুল কালামৰ শিক্ষাৰ প্ৰতি নিষ্ঠাৰ সন্মানার্থে আজিৰ দিনটো বিশ্ব শিক্ষার্থী দিৱস হিচাপে পালন কৰা হৈছে। এই দিৱসৰ মূল বিষয়বস্তু হৈছে- পৰিৱৰ্তনৰ অভিকৰ্তাৰূপে শিক্ষাৰ্থীসকলৰ সৱলীকৰণ। এই উপলক্ষে প্...

October 15, 2024 6:16 PM October 15, 2024 6:16 PM

views 10

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ প্ৰতিৰক্ষা আৰু বিদেশ সচিব পর্যায়ৰ বৈঠক অনুষ্ঠিত

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ চতুৰ্থ টু প্লাছ টু অৰ্থাৎ‍ প্ৰতিৰক্ষা আৰু বিদেশ সচিব পর্যায়ৰ বৈঠক আজি নতুন দিল্লীত অনুষ্ঠিত হয়। বিদেশ মন্ত্র্যালয়ে প্ৰকাশ কৰা মতে প্ৰতিৰক্ষা সচিব গিৰিধৰ আৰমানে আৰু বিদেশ সচিব বিক্ৰম মিশ্রি বৈঠকত ভাৰতীয় প্ৰতিনিধি দলক নেতৃত্ব দিয়ে। ইয়াৰ বিপৰীতে অষ্ট্ৰেলিয়া পক্ষৰ নেতৃত্ব প...

October 15, 2024 5:58 PM October 15, 2024 5:58 PM

views 10

দুদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ অসম আৰু মেঘালয়লৈ আহিব জগদীপ ধনখড়

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে অসম আৰু মেঘালয়লৈ আহিব। ভ্রমণকালত শ্রী ধনখড়ে মুখ্য অতিথি হিচাপে শ্বিলঙৰ মাওদিয়াংদিয়াঙত মেঘালয় দক্ষতা আৰু উদ্ভাৱন কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ লগতে শ্বিলঙৰ তথ্য প্ৰযুক্তি উদ্যান আৰু ৰাজভৱন পৰিদৰ্শন কৰিব আৰু মুখ্যমন্ত্ৰী তথা অন্য জ্যেষ্ঠ...

October 15, 2024 5:48 PM October 15, 2024 5:48 PM

views 2

ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ ২৬ সংখ্যক সঞ্চালক প্রধান হিচাপে পৰমেশ শিৱমণিৰ দায়িত্ব গ্রহণ

ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ ২৬ সংখ্যক সঞ্চালক প্রধান হিচাপে আজি পৰমেশ শিৱমণিয়ে দায়িত্ব গ্রহণ কৰে। নৌ পৰিবহন আৰু নিৰ্দেশনাৰ বিশেষজ্ঞ শ্রী শিৱমণিৰ আদেশত ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ সকলো মুখ্য জাহাজ অন্তর্ভুক্ত আছে। নতুন দিল্লীৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মহাবিদ্যালয় আৰু ৱেলিংটনৰ প্ৰতিৰক্ষা সেৱাসমূহৰ ষ্টাফ...

October 15, 2024 11:21 AM October 15, 2024 11:21 AM

views 6

নতুন দিল্লীৰ ভাৰত মণ্ডপমত আন্তঃৰাষ্ট্ৰীয় দূৰসংযোগ সংঘৰ বিশ্ব দূৰসংযোগ মানক সন্মিলন মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা নতুন দিল্লীৰ ভাৰত মণ্ডপমত আন্তঃৰাষ্ট্ৰীয় দূৰসংযোগ সংঘ, আই টি ইউৰ বিশ্ব দূৰসংযোগ মানক সন্মিলন ২০২৪ মুকলি কৰে। বিশ্ব দূৰসংযোগ মানক সন্মিলন হ'ল ৰাষ্ট্ৰসংঘৰ ডিজিটেল প্রযুক্তি সংস্থা আন্তঃৰাষ্ট্ৰীয় দূৰসংযোগ সংঘৰ কামৰ মান অধিক উন্নত কৰাৰ বাবে প্ৰতি ৪ বছৰৰ মূৰত আয়...

October 15, 2024 11:17 AM October 15, 2024 11:17 AM

views 11

ভাৰত-আলজেৰিয়াৰ অৰ্থনৈতিক সহযোগিতা ত্বৰান্বিত কৰিবলৈ ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৰ আহ্বান

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ভাৰত আৰু আলজেৰিয়াৰ মাজৰ অৰ্থনৈতিক সহযোগিতা ত্বৰান্বিত কৰিবলৈ আহ্বান জনাইছে। আলজেৰিয়াৰ ৰাজধানী চহৰ আলজিয়াৰ্ছত উভয় দেশৰ অৰ্থনৈতিক মঞ্চক সম্বোধন কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে দ্বিপাক্ষিক সহযোগিতা অধিক শক্তিশালী কৰাৰ লগতে সহযোগিতাৰ নতুন যুগক নতুন গতি প্ৰদান কৰাৰ প্ৰয়োজন...

October 15, 2024 11:15 AM October 15, 2024 11:15 AM

views 8

জম্মু-কাশ্মীৰত চৰকাৰ গঠনৰ বাবে নেচনেল কনফাৰেন্সৰ নেতা ওমৰ আব্দুল্লাক উপ-ৰাজ্যপাল মনোজ সিনহাৰ আমন্ত্ৰণ

জম্মু-কাশ্মীৰত উপ-ৰাজ্যপাল মনোজ সিনহাই নেচনেল কনফাৰেন্সৰ নেতা ওমৰ আব্দুল্লাক নতুন চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনাইছে। জম্মু-কাশ্মীৰ প্ৰদেশ কংগ্ৰেছ কমিটীৰ নেতা ড০ ফাৰুক আব্দুল্লা তথা অন্যান্য সদস্য, আম আদমী পাৰ্টী, চি পি আই এম আৰু ভালেকেইগৰাকী নিৰ্দলীয় বিধায়ককে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ নেতাই সমৰ্থন আগ...

October 15, 2024 11:14 AM October 15, 2024 11:14 AM

views 5

নতুন দিল্লীত আধ্যাত্মিক গুৰুমাতা নিৰ্মলা দেৱীৰ জন্মশতবার্ষিকীৰ সৈতে সংগতি ৰাখি স্মাৰক মুদ্ৰা মুকলি

কেন্দ্ৰীয় পথ, পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে কালি নতুন দিল্লীত আধ্যাত্মিক গুৰুমাতা নিৰ্মলা দেৱীৰ জন্মশতবার্ষিকী উদযাপনৰ সৈতে সংগতি ৰাখি এটা স্মাৰক মুদ্ৰা মুকলি কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰি শ্রীগাডকাৰীয়ে কয় যে, ভাৰতৰ সংস্কৃতি আৰু ঐতিহ্যই সদায়েই বিশ্বক আকৰ্ষণ কৰি আহিছে। মাতা নিৰ্মলা দেৱী...