ৰাষ্ট্ৰীয়

October 28, 2024 11:35 AM October 28, 2024 11:35 AM

views 8

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ ১৪ গৰাকী প্ৰাৰ্থীৰ তালিকা প্রকাশ

অহা ২০ নৱেম্বৰত হ'বলগীয়া মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে ১৪ গৰাকী প্ৰাৰ্থীৰ চতুর্থখন তালিকা প্রকাশ কৰিছে। দলে অন্ধেৰী পশ্চিম বিধানসভা আসনৰ বাবে শচীন সাৱন্তৰ সলনি অশোক যাদৱক প্রার্থিত্ব প্ৰদান কৰিছে। আনহাতে নালাছুপাৰা বিধানসভা সমষ্টিৰ পৰা সন্দীপ পাণ্ডে আৰু শিৱাজীনগৰৰ পৰা দত্তাট্ৰে বাহিৰত...

October 27, 2024 8:21 PM October 27, 2024 8:21 PM

views 7

মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আঁচনিৰ অধীনত গ্ৰামাঞ্চলৰ নিয়োগ ১৬ শতাংশ হ্রাস হোৱা বুলি প্ৰকাশিত বাতৰিক চৰকাৰৰ নস্যাৎ

চলিত বৰ্ষৰ প্ৰথম ছমাহত মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আঁচনিৰ অধীনত গ্ৰামাঞ্চলৰ নিয়োগ ১৬ শতাংশ হ্রাস হোৱা বুলি কিছুসংখ্যক সংবাদমাধ্যমত প্ৰকাশ পোৱা প্ৰতিবেদন চৰকাৰে আজি নস্যাৎ কৰিছে। এই আঁচনি চাহিদা ভিত্তিত পৰিচালিত বুলি উল্লেখ কৰি গ্ৰামোন্নয়ন মন্ত্ৰ্যালয়ে প্রকাশ কৰিছে যে, চলিত...

October 27, 2024 7:49 PM October 27, 2024 7:49 PM

views 5

আগষ্ট মাহত কৰ্মচাৰীৰ ৰাজ্যিক বীমা আঁচনিৰ অধীনত দেশৰ ২০ লাখ ৭৪ হাজাৰৰো অধিক নতুন কৰ্মচাৰী অন্তৰ্ভুক্ত

চলিত বৰ্ষৰ আগষ্ট মাহত কৰ্মচাৰীৰ ৰাজ্যিক বীমা আঁচনিৰ অধীনত দেশৰ ২০ লাখ ৭৪ হাজাৰৰো অধিক নতুন কৰ্মচাৰী অন্তৰ্ভুক্ত হৈছে। যোৱা বৰ্ষৰ তুলনাত নতুন কৰ্মচাৰী অন্তৰ্ভুক্তিৰ হাৰ ৬.৮ শতাংশ বৃদ্ধি পাইছে। নতুনকৈ অন্তৰ্ভুক্ত হোৱা কৰ্মচাৰীসকলৰ ভিতৰত প্ৰায় ৯ লাখ ৯০ হাজাৰ কৰ্মচাৰীৰ বয়স সৰ্বাধিক ২৫ বছৰ। আগষ্ট মাহত ...

October 27, 2024 7:44 PM October 27, 2024 7:44 PM

views 5

প্ৰাক্তন ৰাষ্ট্ৰপতি কে আৰ নাৰায়ণনৰ জন্মবার্ষিকীত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ শ্ৰদ্ধাঞ্জলি

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি কে আৰ নাৰায়ণনৰ জন্মবার্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰয়াত নাৰায়ণন দেশৰ দশম সংখ্যক ৰাষ্ট্ৰপতি আছিল। তেওঁ ১৯৯৭ চনৰ ২৫ জুলাইৰ পৰা ২০০২ চনৰ ২৫ জুলাইলৈ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ লগতে তেওঁ ১৯৯২ চনৰ ২৭ অক্টোবৰৰ পৰা ১৯৯৭ চ...

October 27, 2024 7:03 PM October 27, 2024 7:03 PM

views 7

পশ্চিমবংগৰ ভাৰত বাংলাদেশ সীমান্তত যাত্ৰীৰ আগমন-প্ৰস্থান ভৱন আৰু মৈত্ৰী দ্বাৰ নামৰ কার্গো গেট কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ দ্বাৰা উদ্বোধন

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি পশ্চিমবংগৰ ভাৰত বাংলাদেশ সীমান্তৰ পেট্টাপ’ল ভূ-বন্দৰত যাত্ৰীৰ আগমন-প্ৰস্থান ভৱন আৰু মৈত্ৰী দ্বাৰ নামৰ কার্গো গেট উদ্বোধন কৰে। উত্তৰ-২৪ পৰগনা জিলাৰ পেট্টাপ'ল ভূ-বন্দৰ দক্ষিণ এচিয়াৰ সৰ্ববৃহৎ ভূ-বন্দৰ আৰু এই বন্দৰটোৱে ভাৰত আৰু বাংলাদেশৰ মাজত বাণিজ্যৰ গুৰুত্বপূৰ্ণ ...

October 27, 2024 6:58 PM October 27, 2024 6:58 PM

views 10

সাহস আৰু দূৰদৃষ্টি প্রতিমুর্তিস্বৰূপ চৰ্দাৰ বল্লভ ভাই পেটেল আৰু ভগৱান বীৰচা মুণ্ডাৰ বিষয়ক মন কী বাতত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আলোচনা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰ মন কী বাত অনুষ্ঠানত সাহস আৰু দূৰদৃষ্টি প্রতিমুর্তিস্বৰূপ চৰ্দাৰ বল্লভ ভাই পেটেল আৰু ভগৱান বীৰচা মুণ্ডাৰ বিষয়ে আলোচনা কৰে। দেশে এইবেলি এই মহান নাগৰিক দুগৰাকীৰ ডেৰশ বছৰীয়া জয়ন্তী উদযাপন কৰিব। চৰ্দাৰ পেটেলৰ ডেৰশ বছৰীয়া জয়ন্তী ৩১ অক্টোবৰত আৰু ভগৱান বীৰচা মুণ্ডাৰ ...

October 27, 2024 6:54 PM October 27, 2024 6:54 PM

views 13

আত্মনিৰ্ভৰ ভাৰত অভিযানৰ সাফল্যক লৈ  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্তুষ্টি প্ৰকাশ

আত্মনিৰ্ভৰ ভাৰত অভিযানৰ সাফল্যক লৈ সন্তুষ্টি প্ৰকাশ কৰি আকাশবাণীৰ মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে এই অভিযান দেশৰ সমূহীয়া চেতনাৰ অংগ হৈ পৰিছে। তেওঁ কয় যে, আত্মনিৰ্ভৰ হৈ উঠাৰ পাছত ভাৰতে প্ৰতিটো ক্ষেত্ৰতে ভাল প্রদর্শন আগবঢ়াইছে। এসময়ত বিশ্বত প্ৰতিৰক্ষা আহিলা পাতিৰ সৰ্ববৃহৎ ...

October 27, 2024 6:50 PM October 27, 2024 6:50 PM

views 12

ভাৰত এনিমেচন ক্ষেত্ৰত নতুন বিপ্লৱৰ সূচনা কৰাৰ কথা প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

কাইলৈ বিশ্ব এনিমেচন দিৱস উদযাপনৰ বিষয়ে প্ৰকাশ কৰি আকাশবাণীৰ মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰত এনিমেচন ক্ষেত্ৰত নতুন বিপ্লৱৰ সূচনা কৰাৰ পথত অগ্ৰসৰ হৈছে। লগতে জনসাধাৰণক এনিমেচন ক্ষেত্ৰত গোলকীয় শক্তিৰূপে গঢ়ি তোলাৰ সংকল্প গ্ৰহণ কৰিবলৈ আহ্বান জনায়। ভাৰতত গেমিং ক্ষেত্ৰৰ নি...

October 27, 2024 6:47 PM October 27, 2024 6:47 PM

views 11

ডিজিটেল এৰেষ্টৰ নামত চলা প্ৰৱঞ্চনাক লৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদ্বেগ প্রকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিজিটেল এৰেষ্টৰ নামত চলা প্ৰৱঞ্চনাক লৈ উদ্বেগ প্রকাশ কৰিছে। আজি আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ ১১৫ সংখ্যক খণ্ডৰ যোগেদি ৰাষ্ট্ৰক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, ডিজিটেল এৰেষ্টৰ নামত চলা এনে ধৰণৰ প্ৰৱঞ্চনা ৰোধ কৰাৰ বাবে সকলো তদন্তকাৰী সংস্থাই একেলগে কাম কৰি আছে।...

October 26, 2024 9:26 PM October 26, 2024 9:26 PM

views 6

ইছৰোৰ অধ্যক্ষ ড° এছ সোমনাথে আকাশবাণীৰ ৰং ভৱনত ২০২৪ বৰ্ষৰ চৰ্দাৰ পেটেল স্মাৰক বক্তৃতা প্ৰদান কৰে

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা, ইছৰোৰ অধ্যক্ষ ড° এছ সোমনাথে আজি বিয়লি নতুন দিল্লীৰ আকাশবাণীৰ ৰং ভৱনত ২০২৪ বৰ্ষৰ চৰ্দাৰ পেটেল স্মাৰক বক্তৃতা প্ৰদান কৰে। এই ড° সোমনাথে INDIAN SPACE ODYSSEY : IN SEARCH OF NEW FRONTIERS এই বিষয়ত ভাষণ দিয়ে। তেওঁ কয় যে মহাকাশ প্ৰযুক্তিৰ প্ৰয়োগ ডমেইন অহৰহ বৃদ্ধি পোৱাৰ ল...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।