ৰাষ্ট্ৰীয়

November 1, 2024 5:31 PM November 1, 2024 5:31 PM

views 8

ৰে’লৰ টিকটৰ আগতীয়া সংৰক্ষণত ৰে’ল বিভাগৰ নতুনকৈ প্ৰৱৰ্তন কৰা নিয়ম আজিৰে পৰা কাৰ্যকৰী

ৰে’লগাড়ীৰ টিকটৰ আগতীয়া সংৰক্ষণৰ ক্ষেত্ৰত ৰে’ল বিভাগে নতুনকৈ প্ৰৱৰ্তন কৰা নিয়ম আজিৰে পৰা কাৰ্যকৰী হৈছে। এই নতুন ব্যৱস্থা অনুসৰি আগতীয়া আসন সংৰক্ষণৰ সময়সীমা পূৰ্বৰ ১২০ দিনৰ পৰিৱৰ্তে ৬০ দিনলৈ হ্ৰাস কৰা হৈছে। অৱশ্যে যাত্রীসকলে যোৱা ৩১ অক্টোবৰ অৰ্থাৎ কালিলৈকে কৰা সংৰক্ষণৰ ক্ষেত্ৰত কোনোধৰণৰ পৰিৱৰ্তন ...

November 1, 2024 5:57 PM November 1, 2024 5:57 PM

views 16

গুজৰাটৰ পিৰানাত আৱৰ্জনাৰ পৰা শক্তি উৎপাদন কৰা সৰ্ববৃহৎ প্ৰকল্প মুকলি গৃহমন্ত্রী অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি গুজৰাটৰ পিৰানাত আৱৰ্জনাৰ পৰা শক্তি উৎপাদন কৰা ৰাজ্যখনৰ সৰ্ববৃহৎ প্ৰকল্পটো মুকলি কৰে। ব্যক্তিগত ৰাজহুৱা অংশীদাৰিত্বৰে ৩৭৫ কোটি টকা ব্যয়েৰে এই প্ৰকল্পটো নিৰ্মাণ কৰি উলিওৱা হৈছে আৰু প্ৰকল্পটোত প্ৰতিদিনে এহেজাৰ মেট্রিকটন গোটা আৱৰ্জনাৰ পৰা ১৫ মেগাৱাট শক্তি উৎপাদন কৰ...

November 1, 2024 5:19 PM November 1, 2024 5:19 PM

views 7

ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ্ৰ প্ৰদেশ, ছত্তিশগড়, হাৰিয়ানা, কৰ্ণাটক, কেৰালা, মধ্য প্রদেশ, পাঞ্জাব, তামিলনাড়ু, লাক্ষাদ্বীপ আৰু পুডুচেৰীৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে সংশ্লিষ্ট ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ জনসাধাৰণলৈ শুভেচ্ছা ...

November 1, 2024 12:33 PM November 1, 2024 12:33 PM

views 3

চীনৰ বি আৰ আইৰ সৈতে ব্রাজিল জড়িত নহয় বুলি সিদ্ধান্ত গ্ৰহণ

ব্রাজিলে চীনৰ কেইবা কোটিটকীয়া বেল্ট আৰু পথ আন্তঃগাঁথনি চমুকৈ বি আৰ আইৰ সৈতে জড়িত নহয় বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে। ভাৰতৰ পাছত বেইজিঙৰ এই বৃহৎ প্রকল্পক প্ৰত্যাখ্যান কৰা ব্ৰাজিল হৈছে কিছ ৰাষ্ট্ৰগোষ্ঠীৰ দ্বিতীয়খন দেশ। আন্তঃৰাষ্ট্ৰীয় বিষয়ৰ বিশেষ অধ্যক্ষৰ পৰামৰ্শদাতা চেলছো এমোৰিমে ব্ৰাজিলৰ বাতৰি কাকত...

November 1, 2024 12:30 PM November 1, 2024 12:30 PM

views 5

ৰাষ্ট্ৰপতি আৰু উপ ৰাষ্ট্ৰপতিক প্ৰধানমন্ত্ৰীৰ দেৱালীৰ শুভেচ্ছা জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ক পৃথকে পৃথকে সাক্ষাৎ কৰে আৰু তেওঁলোকক দেৱালীৰ শুভেচ্ছা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে সামাজিক মাধ্যম এক্সত প্রধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি শ্ৰীমতী মুমুর্ক শুভেচ্ছা জনোৱাৰ ফটো পোষ্ট কৰি এই কথা প্ৰকা...

November 1, 2024 12:26 PM November 1, 2024 12:26 PM

views 5

নেচনেল ষ্টক একছেঞ্জ আৰু বোম্বে ষ্টক একচেঞ্জৰ বাৰ্ষিক দিৱালী মুহূৰত ট্রেডিং সত্ৰৰ আয়োজন

নেচনেল ষ্টক একছেঞ্জ আৰু বোম্বে ষ্টক একচেঞ্জে আজি বাৰ্ষিক দিৱালী মুহূৰত ট্রেডিং সত্ৰৰ আয়োজন কৰিব। এই বিশেষ সত্ৰৰে নতুন বর্ষপঞ্জী চম্বত ২০৮১ আৰম্ভ হ'ব। নেচনেল ষ্টক একছেঞ্জে জাৰি কৰা জাননি অনুসৰি সন্ধিয়া ৫ বাজি ৪৫ মিনিটৰ পৰা ৬ বজালৈ বিশেষ প্ৰাক্ সত্ৰৰ আয়োজন কৰা হ'ব আৰু সন্ধিয়া ৬ বজাৰ পৰা ৭ বজালৈ স্...

November 1, 2024 12:23 PM November 1, 2024 12:23 PM

views 6

ঝাৰখণ্ড বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন পত্র প্রত্যাহাৰৰ আজি অন্তিম দিন

ঝাৰখণ্ড বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আজি মনোনয়ন পত্র প্রত্যাহাৰৰ অন্তিম দিন। এই পৰ্যায়ৰ বাবে ৬৩৪ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। দ্বিতীয় পৰ্যায়ত ২০ নৱেম্বৰত ৰাজ্যখনৰ ৩৮ টা সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব। ইপিনে, মনোনয়ন পত্ৰ পৰীক্ষাৰ পাছত ৰাজ্যখনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৬৮৫ গৰাকী...

November 1, 2024 12:19 PM November 1, 2024 12:19 PM

views 14

আহমেদাবাদৰ পিৰানাত আৱৰ্জনাৰ পৰা শক্তি উৎপাদন প্রকল্প মুকলি অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি গুজৰাটৰ আহমেদাবাদৰ পিৰানাত ৰাজ্যখনৰ সৰ্ববৃহৎ আৱৰ্জনাৰ পৰা শক্তি উৎপাদন প্রকল্প মুকলি কৰিব। ব্যক্তিগত ৰাজহুৱা অংশীদাৰিত্বৰে ৩৭৫ কোটি টকা ব্যয়েৰে এই প্ৰকল্পটো নিৰ্মাণ কৰি উলিওৱা হৈছে আৰু প্ৰকল্পটোত প্ৰতিদিনে এহেজাৰ মেট্রিকটন গোটা আৱৰ্জনাৰ পৰা ১৫ মেগাৱাট শক্তি উৎপ...

November 1, 2024 12:21 PM November 1, 2024 12:21 PM

views 5

ভাৰত ধৰ্ম নিৰপেক্ষ এখন ৰাষ্ট্ৰ দেৱানি বিধিৰ দিশে অগ্ৰসৰ হৈছে বুলি প্ৰধানমন্ত্ৰীৰ মন্তব্য

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে, যে ভাৰত ধৰ্ম নিৰপেক্ষ এখন ৰাষ্ট্ৰ দেৱানি বিধিৰ দিশে অগ্ৰসৰ হৈছে। গুজৰাটৰ কেৱড়িয়াত কালি ৰাষ্ট্ৰীয় একতা দিৱসৰ সমাৰোহক সম্বোধন কৰি শ্ৰীমোদীয়ে এইদৰে প্ৰকাশ কৰে । তেওঁ ধৰ্ম নিৰপেক্ষ দেৱানি বিধিক ভেদভাৱ দূৰ কৰাৰ চাবিকাঠি বুলি অভিহিত কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে, ৰা...

October 31, 2024 7:40 PM October 31, 2024 7:40 PM

views 4

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ চৰ্দাৰ বল্লভ ভাই পেটেলক অখণ্ড ভাৰতৰ নিৰ্মাতা বুলি অভিহিত

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে চৰ্দাৰ বল্লভ ভাই পেটেলক অখণ্ড ভাৰতৰ নিৰ্মাতা বুলি অভিহিত কৰিছে । গুজৰাটৰ বোটাডত আজি এটা অনুষ্ঠানত নেতাগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, চৰ্দাৰ পেটেলৰ ঐতিহ্যৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাৰ উদ্দেশ্যে পৰৱৰ্তী দুবছৰত নেতাগৰাকীৰ ডেৰশ বছৰীয়া জয়...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।