ৰাষ্ট্ৰীয়

November 3, 2024 8:27 PM November 3, 2024 8:27 PM

views 18

ভাৰতৰ নিষ্ঠাপূর্ণ আৰু অভিনৱ প্ৰয়াসৰ বাবেই যক্ষ্মা ৰোগত আক্ৰান্ত লোকৰ সংখ্যা হ্ৰাস পাইছেঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, ভাৰতৰ নিষ্ঠাপূর্ণ আৰু অভিনৱ প্ৰয়াসৰ বাবেই যক্ষ্মা ৰোগত আক্ৰান্ত লোকৰ সংখ্যা হ্ৰাস পাইছে। এই ক্ষেত্ৰত দেশৰ প্ৰগতিৰ প্ৰশংসা কৰি শ্ৰীমোদীয়ে আজি সামাজিক মাধ্যমযোগে কয় যে, চৰকাৰে সমূহীয়া ভাৱনাৰে যক্ষ্মামুক্ত ভাৰতৰ হকে কাম কৰি যাব। তেওঁ কয় যে, চৰকাৰ যক্ষ্মামুক্...

November 3, 2024 6:58 PM November 3, 2024 6:58 PM

views 5

পৰিবেশ ৰাজ্যমন্ত্রী কীৰ্তিবর্ধন সিঙৰ ভাৰতৰ উন্নীত ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ ৰণনীতি আৰু কাৰ্যপৰিকল্পনা  মুকলি

পৰিবেশ ৰাজ্যমন্ত্রী কীৰ্তিবর্ধন সিঙে কলম্বিয়াত অনুষ্ঠিত চিঅ'পিৰ ষষ্ঠদশ বৈঠকত ভাৰতৰ উন্নীত ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ ৰণনীতি আৰু কাৰ্যপৰিকল্পনা- এন বি এছ এ পি মুকলি কৰে। এন বি এছ এ পি মুকলি কৰি মন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত ভাৰতৰ সম্পূৰ্ণ চৰকাৰ আৰু সম্পূর্ণ সমাজৰ দৃষ্টিকোণ সন্দৰ্ভত আলোকপাত কৰে। ইয়াৰ অধীন...

November 3, 2024 6:55 PM November 3, 2024 6:55 PM

views 14

কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱ দিনযোৰা কাৰ্যসূচীৰে কেৰালাৰ কোচিত উপস্থিত

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ, ৰেল আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱ দিনযোৰা কাৰ্যসূচীৰে আজি কেৰালাৰ কোচিত উপস্থিত হয়। মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনত ৰেল আন্তগাথনি, অমৃত ভাৰত আৰু ৰূপায়ণ হৈ থকা ষ্টেছন পুনৰ বিকশিতকৰণ প্রকল্পসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে বিশেষ ৰেলগাড়ীৰে আলুৱাৰ পৰা কোঝিক...

November 3, 2024 11:17 AM November 3, 2024 11:17 AM

views 6

ভাৰতৰ আত্মনিৰ্ভৰ অভিযানৰ ফলত দেশৰ প্ৰতিৰক্ষা ৰপ্তানি ২০২৯-৩০ বৰ্ষৰ ভিতৰত ৫০ হাজাৰ কোটি টকালৈ বৃদ্ধি পোৱাৰ সম্ভাৱনাঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে, ভাৰতৰ আত্মনিৰ্ভৰ অভিযানে আশা কৰা ধৰণৰ ফল দিছে আৰু দেশৰ প্ৰতিৰক্ষা ৰপ্তানি ২০২৯-৩০ বৰ্ষৰ ভিতৰত ৫০ হাজাৰ কোটি টকালৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান কানপুৰৰ ৬৫ সংখ্যক প্ৰতিষ্ঠা দিৱস সমাৰোহত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কালি এইদৰে প্ৰকাশ ক...

November 3, 2024 11:25 AM November 3, 2024 11:25 AM

views 22

ইছৰোৰ আন্তঃ গ্ৰহ জীৱনৰ অনুকৰণৰ উদ্দেশ্যে লাডাখৰ লেহত দেশৰ প্ৰথম এনালগ মহাকাশ অভিযান আৰম্ভ

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোয়ে আন্তঃ গ্ৰহ জীৱনৰ অনুকৰণৰ উদ্দেশ্যে লাডাখৰ লেহত দেশৰ প্ৰথম এনালগ মহাকাশ অভিযান আৰম্ভ কৰিছে। অদূৰ ভৱিষ্যতে ভাৰতে চন্দ্ৰলৈ মানুহ প্ৰেৰণ কৰাৰ পৰিকল্পনাৰ বাবে ইছৰোৰ এই পদক্ষেপে বিশেষ তাৎপর্য বহন কৰিছে। এনালগ মহাকাশ অভিযান হৈছে মহাকাশৰ পৰিৱেশৰ সৈতে ভৌতিক সাদৃশ্য থকা কো...

November 2, 2024 8:07 PM November 2, 2024 8:07 PM

views 14

বাংলাদেশত ISKON ৰ চিন্ময় কৃষ্ণ দাস ব্ৰহ্মচাৰীকে ধৰি ১৯ গৰাকী লোকৰ বিৰুদ্ধে মিছা গোচৰ প্ৰত্যাহাৰৰ দাবীত সনাতন জাগৰণ মঞ্চৰ প্ৰতিবাদী সমদল

সনাতন জাগৰণ মঞ্চই কালি চট্টগামত বাংলাদেশত ইণ্টাৰনেচনেল ছ’চাইটী ফৰ কৃষ্ণ চেতনা (ISKON)ৰ চিন্ময় কৃষ্ণ দাস ব্ৰহ্মচাৰীকে ধৰি ১৯ গৰাকী লোকৰ বিৰুদ্ধে দাখিল কৰা মিছা গোচৰ প্ৰত্যাহাৰ কৰাৰ দাবীত এটা প্ৰতিবাদী সমদল কাৰ্য্যসূচী ৰূপায়ণ কৰে। জাগৰণ মঞ্চই অহা সোমবাৰৰ ভিতৰত গোচৰটো প্ৰত্যাহাৰ নকৰিলে প্ৰতিবাদ কাৰ্য...

November 2, 2024 7:59 PM November 2, 2024 7:59 PM

views 14

কাশ্মীৰ উপত্যকাৰ অনন্তনাগ জিলাৰ হলকনগলিত সুৰক্ষা বাহিনীৰ সৈতে হোৱা সংঘর্ষত ২ সন্ত্রাসবাদী নিহত

কাশ্মীৰ উপত্যকাৰ অনন্তনাগ জিলাৰ হলকনগলি এলেকাত আজি দুপৰীয়া সুৰক্ষা বাহিনীৰ সৈতে হোৱা সংঘর্ষত দুজন সন্ত্রাসবাদী নিহত হয়। শ্ৰীনগৰস্থিত চিনাৰকোৰে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা মতে, সেনা বাহিনীয়ে হলকনগলিৰ সমীপত সন্ত্ৰাসবাদীৰ সন্দেহজনক গতি-বিধি প্রত্যক্ষ কৰে আৰু ততালিকে অভিযান আৰম্ভ কৰে। ইয়াৰ পাছতে অ...

November 2, 2024 7:57 PM November 2, 2024 7:57 PM

views 19

কংগ্ৰেছ যিখন ৰাজ্যত ক্ষমতালৈ আহে, সেইখন ৰাজ্য আর্থিক জটিলতাৰ সন্মুখীন হয়ঃ বিজেপি

বিজেপিয়ে কৈছে যে, কংগ্ৰেছ যিখন ৰাজ্যত ক্ষমতালৈ আহে, সেইখন ৰাজ্য আর্থিক জটিলতাৰ সন্মুখীন হয়। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত দলৰ মুখপাত্র ড০ সুধাংশু ত্রিবেদীয়ে কংগ্ৰেছ শাসিত ৰাজ্যসমূহৰ আৰ্থিক স্থিতি ক্রমান্বয়ে বেয়াৰ পিনে ঢাল খোৱা বুলি অভিযোগ তোলে। তেওঁ কয় যে, হিমাচল প্ৰদেশত কংগ্ৰ...

November 2, 2024 7:54 PM November 2, 2024 7:54 PM

views 8

কানাডাৰ উপ-মন্ত্ৰী ডেভিদ মৰিছনে ৰাষ্ট্ৰীয় সুৰক্ষা সম্পৰ্কীয় স্থায়ী কমিটিৰ সন্মুখত গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰসংগ উল্লেখ কৰাক লৈ প্ৰতিবাদ ভাৰতৰ

ভাৰতে কানাডাৰ উপ-মন্ত্ৰী ডেভিদ মৰিছনে ৰাজহুৱা সুৰক্ষা আৰু ৰাষ্ট্ৰীয় সুৰক্ষা সম্পৰ্কীয় স্থায়ী কমিটিৰ সন্মুখত গৃহ মন্ত্ৰী অমিত শ্বাহৰ প্ৰসংগ উল্লেখ কৰা বিষয় লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে কালি কানাডাৰ উচ্চায়ুক্তৰ প্ৰতিনিধিক সম্বোধন কৰি ভাৰতে কৰা প্ৰতিবাদৰ কথা অৱগ...

November 2, 2024 7:49 PM November 2, 2024 7:49 PM

views 6

ডেমচ’ক আৰু ডেপচাঙত ভাৰত আৰু চীনে পাৰস্পৰিক চুক্তি অনুসৰি টহল আৰম্ভ কৰিছেঃ বিদেশ মন্ত্ৰ্যালয়

বিদেশ মন্ত্ৰ্যালয়ে কৈছে যে, ডেমচ'ক আৰু ডেপচাঙত ভাৰত আৰু চীনে পাৰস্পৰিক চুক্তি অনুসৰি টহল আৰম্ভ কৰিছে। নতুন দিল্লীত আজি বিয়লি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্র ৰণধীৰ জয়ছোৱালে কয় যে, ভাৰত আৰু চীনে সীমান্তৰ পৰা সৈন্য প্রত্যাহাৰ অন্তিম পৰ্য্যায় সন্দৰ্ভত ২১ অক্টোবৰত সহমত...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।