ৰাষ্ট্ৰীয়

November 7, 2024 1:05 PM November 7, 2024 1:05 PM

views 5

কেন্দ্ৰীয় কেবিনেটত প্রধানমন্ত্ৰী বিদ্যালক্ষ্মী আঁচনিত অনুমোদন

কেন্দ্ৰীয় চৰকাৰে মেধাৱী শিক্ষার্থীসকলক বিত্তীয় সাহায্য প্ৰদানৰ উদ্দেশ্যে প্রধানমন্ত্ৰী বিদ্যালক্ষ্মী আঁচনিত অনুমোদন জনাইছে। নতুন দিল্লীত কালি কেবিনেট বৈঠকত লোৱা সিদ্ধান্তৰ বিষয়ে সাংবাদিকক অৱগত কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে, বিদ্যার্থীসকলে উচ্চ শিক্ষা লাভৰ বাবে অতিৰিক্ত বন্...

November 6, 2024 8:02 PM November 6, 2024 8:02 PM

views 6

ভাৰতীয় খাদ্য নিগমৰ বাবে ১০,৭০০ কোটি টকাৰ ইকুইটি বিনিয়োগৰ প্ৰস্তাৱত অনুমোদন

কেন্দ্ৰীয় চৰকাৰেৰ ভাৰতীয় খাদ্য নিগমৰ বাবে দহ হাজাৰ ৭০০ কোটি টকাৰ ইক্যুইটি বিনিয়োগ কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে, ভাৰতীয় খাদ্য নিগমে খাদ্য ক্ৰয়ৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু কেবিনেটে খাদ্য ...

November 6, 2024 7:59 PM November 6, 2024 7:59 PM

views 13

বিদ্যালক্ষ্মী আঁচনিত অনুমোদনেৰে উচ্চ শিক্ষাৰ লাভৰ ক্ষেত্ৰত থকা বাধাসমূহ দূৰ হ’ব : শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধান

শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে কৈছে যে, কেবিনেটে ৩ হাজাৰ ৬০০ কোটি টকা ব্যয়েৰে প্ৰধানমন্ত্ৰী বিদ্যালক্ষ্মী ব্যয়েৰে প্ৰধানমন্ত্ৰী বিদ্যালক্ষ্মী আঁচনিত অনুমোদন দিয়াৰ ফলত উচ্চ শিক্ষাৰ লাভৰ ক্ষেত্ৰত থকা বাধাসমূহ দূৰ হ'ব আৰু দেশৰ যুৱক-যুৱতীসকলে নিজৰ সপোন পূৰণ কৰিব পাৰিব। শ্রীপ্রধানে সামাজিক মাধ্যমযোগ...

November 6, 2024 4:20 PM November 6, 2024 4:20 PM

views 10

লোক সংগীতৰ জনপ্ৰিয় গায়িকা সাৰদা সিনহাৰ অন্ত্যেষ্টিক্রিয়া কাইলৈ বিহাৰৰ পাটনাত সম্পূৰ্ণ চৰকাৰী মৰ্যাদাৰে সম্পন্ন কৰা হ’ব

লোক সংগীতৰ জনপ্ৰিয় গায়িকা সাৰদা সিনহাৰ অন্ত্যেষ্টিক্রিয়া কাইলৈ বিহাৰৰ পাটনাত সম্পূৰ্ণ চৰকাৰী মৰ্যাদাৰে সম্পন্ন কৰা হ'ব। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে আজি এই কথা প্ৰকাশ কৰে। যোৱা নিশা নতুন দিল্লীৰ অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্ৰতিষ্ঠানত ৭২ বছৰ বয়সত দেহাৱসান ঘটা শিল্পীগৰাকীৰ নশ্বৰ দেহ আজি পাটন...

November 6, 2024 1:42 PM November 6, 2024 1:42 PM

views 11

সংসদৰ শীতকালীন অধিবেশন ২৫ নৱেম্বৰত আৰম্ভ হ’ব

সংসদৰ শীতকালীন অধিবেশন ২৫ নৱেম্বৰত আৰম্ভ হ'ব আৰু ২০ ডিচেম্বৰত অধিবেশনৰ সামৰণি পৰিব। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে সামাজিক মাধ্যমযোগে জনাইছে যে, সংবিধান গ্ৰহণৰ ৭৫ সংখ্যক জয়ন্তী ২৬ নৱেম্বৰত সংবিধান সদনৰ কেন্দ্ৰীয় কক্ষত উদযাপন কৰা হ’ব।

November 6, 2024 12:53 PM November 6, 2024 12:53 PM

views 10

নীতি আয়োগে জল ব্যৱস্থাপনা, সংৰক্ষণ আৰু বহনক্ষমতা সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে আজি ১৫ দিনীয়া জল উৎসৱ আৰম্ভ কৰিব

নীতি আয়োগে জল ব্যৱস্থাপনা, সংৰক্ষণ আৰু বহনক্ষমতা সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে আজি ১৫ দিনীয়া জল উৎসৱ আৰম্ভ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা বছৰ ডিচেম্বৰত অনুষ্ঠিত মুখ্য সচিবসকলক তৃতীয় সন্মিলনত নদী উৎসৱৰ লেখিয়াকৈ জল উৎসৱ উদযাপনৰ বাবে আগবঢ়োৱা প্ৰস্তাৱ অনুসৰি এই অভিযানৰ আয়োজন কৰা হৈছ...

November 6, 2024 12:47 PM November 6, 2024 12:47 PM

views 24

ড’নাল্ড ট্রাম্পে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত শেহতীয়া ফলাফল অনুসৰি ২৪৮ টা ইলেক্টৰেল ভোটেৰে অগ্ৰগতি লাভ কৰিছে

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে দেশখনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত শেহতীয়া ফলাফল অনুসৰি ২৪৮ টা ইলেক্টৰেল ভোটেৰে অগ্ৰগতি লাভ কৰিছে। ৰিপাব্লিকান দলৰ প্ৰাৰ্থী ট্রাম্পৰ বিৰুদ্ধে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ডেম’ক্রেটিক দলৰ কমলা হেৰিছে বৰ্তমানলৈ ২১৪ টা ইলেক্টৰেল ভোট লাভ কৰিছে। উল্ল...

November 5, 2024 9:04 PM November 5, 2024 9:04 PM

views 5

আন্তঃৰাষ্ট্ৰীয় বৌদ্ধ পৰিসংঘৰ সহযোগত নতুন দিল্লীত আজিৰ পৰা দুদিনীয়া সন্মিলনৰ আয়োজন

সাংস্কৃতিক মন্ত্রালয়ে বৌদ্ধ ধৰ্মৰ সন্মানার্থে আন্তঃৰাষ্ট্ৰীয় বৌদ্ধ পৰিসংঘৰ সহযোগত নতুন দিল্লীত আজিৰ পৰা দুদিনীয়া সন্মিলনৰ আয়োজন কৰিছে। এছিয়াক শক্তিশালী কৰি তোলাত বৌদ্ধ ধৰ্ম্মৰ ভূমিকাক মূল বিষয়বস্তু হিচাপে লৈ এই সন্মিলনৰ আয়োজন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে এই অনুষ্ঠানত অংশগ্ৰহণ...

November 5, 2024 9:00 PM November 5, 2024 9:00 PM

views 6

কাইলৈ নীতি আয়োগৰ ১৫ দিনীয়া জল উৎসৱ অভিযান আৰম্ভ

নীতি আয়োগে জল ব্যৱস্থাপনা, সংৰক্ষণ আৰু বহনক্ষমতা সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে কাইলৈ ১৫ দিনীয়া জল উৎসৱ অভিযান আৰম্ভ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা বছৰ ডিচেম্বৰত অনুষ্ঠিত মুখ্য সচিবসকলক তৃতীয় সন্মিলনত নদী উৎসৱৰ লেখিয়াকৈ জল উৎসৱ উদযাপনৰ বাবে আগবঢ়োৱা প্ৰস্তাৱ অনুসৰি এই অভিযানৰ আয়োজ...

November 5, 2024 8:58 PM November 5, 2024 8:58 PM

views 14

২৫ নৱেম্বৰৰ পৰা সংসদৰ শীতকালীন অধিবেশন

সংসদৰ শীতকালীন অধিবেশন ২৫ নৱেম্বৰত আৰম্ভ হ'ব আৰু ২০ ডিচেম্বৰত অধিবেশনৰ সামৰণি পৰিব। সংসদীয় পৰিক্ৰমা মন্ত্রী কিৰেণ ৰিজিজুৱে সামাজিক মাধ্যমযোগে জনাইছে যে, সংবিধান গ্ৰহণৰ ৭৫ সংখ্যক জয়ন্তী ২৬ নৱেম্বৰত সংবিধান সদনৰ কেন্দ্ৰীয় কক্ষত উদ্যাপন কৰা হ'ব ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।