ৰাষ্ট্ৰীয়

December 12, 2024 12:00 PM

views 11

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত ভাৰতৰ বেংকিং খণ্ডই নতুন উল্লেখনীয় মাত্ৰা লাভ কৰিছেঃ নিৰ্মলা সীতাৰমন

ৰাজহুৱা খণ্ডৰ বেংকসমূহকে ধৰি ভাৰতৰ বেংকিং খণ্ডই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত নতুন উল্লেখনীয় মাত্ৰা লাভ কৰিছে বুলি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে প্ৰকাশ কৰিছে। নাগৰিক কেন্দ্ৰিক প্ৰশাসন মোদী চৰকাৰৰ প্ৰধান নীতি বুলি বিত্তমন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰিছে। ৰাজহুৱা খণ্ডৰ বেংকসমূহ প্ৰৱঞ্চকৰ বাব...

December 12, 2024 11:59 AM

views 14

নতুন দিল্লীত আজি ইউ এ ইৰ উপ-প্রধানমন্ত্রী শ্বেইখ আব্দুলা বিন জায়েদ অল নাহয়ানৰ সৈতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰ কৌশলগত আলোচনাত মিলিত হ’ব

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে আজি নতুন দিল্লীত সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰ (ইউ এ ই)ৰ উপ-প্রধানমন্ত্রী তথা বিদেশ মন্ত্রী শ্বেইখ আব্দুলা বিন জায়েদ অল নাহয়ানৰ সৈতে কৌশলগত আলোচনাত মিলিত হ'ব। অভ্যাগত বিদেশ মন্ত্ৰীগৰাকীয়ে বিয়লিৰ ভাগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব। শ্রীনাহয়ান ভাৰত-...

December 12, 2024 11:58 AM

views 15

আফগানিস্তানৰ কাবুলত শৰণাৰ্থী বিভাগৰ ভাৰপ্ৰাপ্ত মন্ত্ৰী খলিল ৰহমান হাক্কানী আত্মঘাতী বোমাৰুৰ আক্ৰমণত নিহত

আফগানিস্তানৰ কাবুলত শৰণাৰ্থী বিভাগৰ ভাৰপ্ৰাপ্ত মন্ত্ৰী খলিল ৰহমান হাক্কানী তেওঁৰ কাৰ্যালয়ৰ ভিতৰত কালি আত্মঘাতী বোমাৰুৰ আক্ৰমণত নিহত হয়। মন্ত্ৰীগৰাকীয়ে কাৰ্যালয়ত ব্যস্ত হৈ থাকোতেই ভ্ৰমণকাৰীৰ ৰূপত আত্মঘাতী বোমাৰুজনে বোমাটো সক্ৰিয় কৰাৰ লগে লগে তেওঁৰ মৃত্যু হয়। এই বিস্ফোৰণত আন ৬ জন লোকো নিহত হয়। ...

December 12, 2024 11:56 AM

views 9

স্পেইন, পৰ্তুগাল আৰু মৰক্কোই যৌথভাৱে ২০৩০ বৰ্ষৰ বিশ্বকাপ আয়োজন কৰিব

আন্তঃৰাষ্ট্ৰীয় ফুটবল ফেডাৰেচন ফিফাই স্পেইন, পৰ্তুগাল আৰু মৰক্কোই যৌথভাৱে ২০৩০ বৰ্ষৰ বিশ্বকাপ আয়োজন কৰিব বুলি ঘোষণা কৰিছে। বিশ্বকাপত ১০০ সংখ্যক বার্ষিকী উদযাপনৰ উদ্দেশ্যে ২০৩০ চনত আৰ্জেণ্টিনা, পাৰাগুৱে আৰু উৰুগুৱেৰ একোখনকৈ খেল খেলোৱা হ'ব। সংস্থাটোৱে লগতে ২০৩৪ বৰ্ষত ছৌদি আৰৱে পুৰুষৰ বিশ্বকাপ ফুটবল প...

December 12, 2024 11:55 AM

views 15

মহিলাৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ লীগ পৰ্যায়ৰ অন্তিমখন খেলত আজি ভাৰত-থাইলেণ্ড

ভাৰত আজি মাস্কাটত চলি থকা মহিলাৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ লীগ পৰ্যায়ৰ চতুৰ্থ তথা অন্তিমখন খেলত থাইলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰত কালি লীগ পৰ্যায়ৰ নিজৰ তৃতীয়খন খেলত চীনৰ বিৰুদ্ধে ২-১ গ'লৰ ব্যৱধানত পৰাস্ত হয়। এই জয়ৰ সুবাদত চীনে ৯ পইণ্টেৰে পুল এ-ৰ শীৰ্ষস্থান দখল কৰি ছেমিফাইনেলত উপনীত...

December 11, 2024 9:09 PM

views 10

লোকসভাত দুর্যোগ ব্যৱস্থাপনা সংশোধনী বিধেয়ক ২০২৪ বিবেচনা আৰু গৃহীতকৰণৰ সিদ্ধান্ত

লোকসভাই দুর্যোগ ব্যৱস্থাপনা সংশোধনী বিধেয়ক ২০২৪ বিবেচনা আৰু গৃহীত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। এই বিধেয়কখনে দুর্যোগ ব্যৱস্থাপনা আইন ২০০৫ সংশোধন কৰি ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কর্তৃপক্ষ আৰু ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা কর্তৃপক্ষক শক্তিশালী কৰিছে। এই সংশোধিত বিধেয়কখনে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱ...

December 11, 2024 9:07 PM

views 13

শ্ৰীলংকাৰ কলম্বো পশ্চিম আন্তর্জাতিক টার্মিনেল প্রকল্প আদানী প’র্টছে নিজা পুঁজিৰে সম্পূৰ্ণ কৰিব

গৌতম আদানী নেতৃত্বাধীন কোম্পানী আদানী প’র্টছে শ্ৰীলংকাৰ কলম্বো পশ্চিম আন্তর্জাতিক টার্মিনেল প্রকল্প নিজা পুঁজিৰে সম্পূৰ্ণ কৰিব বুলি প্ৰকাশ কৰিছে। এই প্ৰকল্পৰ বাবে আদানী প’র্টছে মার্কিন আন্তর্জাতিক বিত্ত নিগমৰ পৰা ৫৫৩ মিলিয়ন ডলাৰৰ সাহায্য লাভ কৰাৰ কথা আছিল যদিও যোৱা মাহত আমেৰিকাৰ আইন বিভাগ আৰু ছিকিউ...

December 11, 2024 9:05 PM

views 12

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ বিৰুদ্ধে কংগ্ৰেছে অনা অনাস্থা প্ৰস্তাৱ দুৰ্ভাগ্যজনকঃ বিজেপি

ভাৰতীয় জনতা পাৰ্টীয়ে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ বিৰুদ্ধে কংগ্ৰেছে অনা অনাস্থা প্ৰস্তাৱক দুৰ্ভাগ্যজনক বুলি অভিহিত কৰিছে। আজি নতুন দিল্লীত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত দলটোৰ মুখপাত্র সম্বিত পাত্রই এই বুলি অভিযোগ কৰে যে সংসদৰ চলিত অধিৱেশনত কংগ্ৰেছে সংবিধানৰ প্ৰতি অসন্মান প্ৰদৰ্শন কৰিছে। তেওঁ এই ...

December 11, 2024 9:02 PM

views 12

ৰিজাৰ্ভ বেংকে নীতিগত বিষয়ত স্থিতিশীলতাক প্রাধান্য দিবঃ সঞ্জয় মালহোত্ৰা

ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই আজি ভূ-ৰাজনৈতিক উত্তেজনা, জলবায়ু পৰিৱৰ্তন প্ৰভাৱ আৰু ৰাজনৈতিক অস্থিৰতাৰ দ্বাৰা প্ৰভাৱিত গতিশীল বিশ্বৰ পৰিৱেশত স্থিতিশীলতা বজাই ৰখাত গুৰুত্ব প্ৰদান কৰে। তেওঁ কয়, যে ৰিজাৰ্ভ বেংকে নীতিগত বিষয়ত স্থিতিশীলতাক প্রাধান্য দিব। তেওঁ লগতে কয়, যে কেন্দ্ৰীয় বেংকে সাম্...

December 11, 2024 8:15 PM

views 22

নতুন দিল্লীৰ বিজ্ঞান ভৱনত ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটা প্ৰদান; মাজুলীৰ জেংৰাই গাঁও পঞ্চায়তৰ বঁটা লাভ

ৰাষ্ট্ৰপতি শ্ৰীমতি দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত পঞ্চায়তীৰাজ মন্ত্ৰ্যালয়ে আয়োজন কৰা এটা অনুষ্ঠানত ২০২৪ বৰ্ষৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটাসমূহ প্ৰদান কৰে। অনুষ্ঠানত তৃণমূল পৰ্যায়ৰ প্ৰশাসন আৰু সমূহীয়া উন্নয়নৰ ক্ষেত্ৰত লাভ কৰা সাফল্যক প্রতিফলিত কৰি বিভিন্ন শাখাত মুঠ ৪৫খন পঞ্চায়তক এই...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।