ৰাষ্ট্ৰীয়

December 21, 2024 11:55 AM

views 14

জয়ছালমেৰত বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিত্তমন্ত্ৰীৰে সৈতে বিত্তমন্ত্ৰীৰ প্ৰাক্-বাজেট আলোচনা

কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী নিৰ্মলা সীতাৰমনৰ সভাপতিত্বত কালি সন্ধিয়া ৰাজস্থানৰ জয়ছালমেৰত বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিত্তমন্ত্ৰীসকলৰ সৈতে প্ৰাক বাজেট আলোচনা অনুষ্ঠিত হয়। সভাত কেন্দ্ৰীয় বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধুৰী, গোৱা, হাৰিয়ানা, জম্মু-কাশ্মীৰ, মেঘালয় আৰু ও...

December 21, 2024 11:52 AM

views 32

জি এছ টি পৰিষদৰ ৫৫ সংখ্যক বৈঠকত অধ্যক্ষতা কৰিব বিত্তমন্ত্রী নির্মলা সীতাৰমনে

কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে আজি ৰাজস্থানৰ জয়চলমেৰ সামগ্ৰী আৰু সেৱাকৰ চমুকৈ জি এছ টি পৰিষদৰ ৫৫ সংখ্যক বৈঠকত অধ্যক্ষতা কৰিব। এই বৈঠকত সামগ্ৰী আৰু সেৱাকৰ বিভিন্ন বিষয় সন্দৰ্ভত আলোকপাত কৰি আলোচনা অনুষ্ঠিত হ'ব। গোৱা, হাৰিয়ানা, জম্মু-কাশ্মীৰ, মেঘালয় আৰু ওড়িশাৰ মুখ্যমন্ত্ৰীসকলৰ লগতে অৰুণা...

December 21, 2024 11:48 AM

views 12

দুদিনীয়া ভ্ৰমণসূচীৰে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কুৱেইটলৈ যাত্ৰা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দুদিনীয়া ভ্ৰমণসূচীৰে কুৱেইটলৈ যাব। কুৱেইটৰ আমিৰ শ্বেখ মেছল অল আহমেদ অল জাবেৰ অল চাবাহৰ আমন্ত্ৰণ মৰ্মে তেওঁ দেশখনলৈ যাব। এই ভ্রমণ কালত প্ৰধানমন্ত্ৰীয়ে কুৱেইটৰ নেতৃবৰ্গৰ সৈতে আলোচনাত মিলিত হ'ব। আজি তেওঁ দেশখনত থকা প্ৰৱাসী ভাৰতীয়সকলৰ সৈতেও মত-বিনিময় কৰিব। কুৱেটৰ আমিৰ...

December 20, 2024 8:21 PM

views 19

সমগ্ৰ দেশত সাৰৰ পৰ্যাপ্ত যোগান সুনিশ্চিত কৰিছে : মন্ত্ৰী জে পি নাড্ডা

২০২৪ খাৰিফ বৰ্ষ আৰু চলিত ৰবি বৰ্ষত সাৰ বিভাগে সমগ্ৰ দেশত সাৰৰ পৰ্যাপ্ত যোগান সুনিশ্চিত কৰিছে। লোকসভাত আজি এটা লিখিত উত্তৰত ৰসায়ন আৰু সাৰ মন্ত্ৰী জে পি নাড্ডাই এই কথা প্ৰকাশ কৰে । তেওঁ কয় যে অনলাইন ৱেব আধাৰিত সংহত সাৰ নিৰীক্ষণ প্ৰণালীৰ জৰিয়তে সমগ্ৰ দেশত ৰেহাই মূল্যত যোগান ধৰা গুৰুত্বপূৰ্ণ সাৰৰ সৰব...

December 20, 2024 8:18 PM

views 15

চলিত বিত্তীয় বৰ্ষত মহিলা আৰু ছোৱালীৰ বাবে ৩,২৭,০০০ কোটি টকা আবণ্টন

চৰকাৰে চলিত বিত্তীয় বৰ্ষত মহিলা আৰু ছোৱালীৰ বাবে ৩ লাখ ২৭ হাজাৰ কোটি টকা আবণ্টন দিছে। এই পৰিমাণ যোৱা বিত্তীয় বছৰৰ তুলনাত ৩৭ শতাংশৰো অধিক। মহিলা আৰু শিশু বিকাশ ৰাজ্যমন্ত্ৰী সাৱিত্ৰী ঠাকুৰে আজি লোকসভাত এটা লিখিত উত্তৰত এই কথা সদৰি কৰে। তেওঁ কয় যে চলিত বিত্তীয় বৰ্ষত কেন্দ্রীয় বাজেটত লিংগ বাজেটৰ অং...

December 20, 2024 8:14 PM

views 15

শীতকালীন অধিবেশনত লোকসভাত প্ৰায় ৫৪ শতাংশ, ৰাজ্যসভাত প্ৰায় ৪০ শতাংশ কাম- কাজ সম্পন্ন

সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে সংসদৰ দুয়োখন সদনৰ শীতকালীন অধিবেশনৰ কাম-কাজ আশানুৰূপ নোহোৱা বুলি আক্ষেপ প্ৰকাশ কৰিছে। আজি সংসদৰ অধিবেশন অনির্দিষ্ট কাললৈ স্থগিত হোৱাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত ৰিজিজুৱে কয়, যে এইবাৰ লোকসভাত মুঠ ২০টা কর্মদিন আৰু ৰাজ্যসভাত ১৯টা কর্মদিন আছিল যদিও লোকসভ...

December 20, 2024 8:11 PM

views 22

সংসদৰ শীতকালীন অধিবেশন অনিৰ্দিষ্ট কালৰ বাবে স্থগিত

সংসদৰ শীতকালীন অধিবেশন আজিৰে পৰা অনিৰ্দিষ্ট কালৰ বাবে স্থগিত ৰখা হৈছে। লোকসভা আৰু ৰাজ্যসভাৰ এইবাৰৰ অধিবেশনৰ আজি অন্তিম দিনাও বিশেষ কোনো কাম-কাজ নোহোৱাকৈ সামৰণি পৰে। সংবিধান প্রণেতা ড০ বি আৰ আম্বেদকাৰক অপমান কৰা বুলি উঠা অভিযোগ প্ৰতি-অভিযোগৰ মাজত যোৱা দুদিনত সৃষ্টি হোৱা অভূতপূর্ব হুলস্থূলীয়া পৰিস্থি...

December 20, 2024 8:06 PM

views 302

এছ এছ বিৰ প্ৰতিষ্ঠা দিৱসত অমৰ ছহীদসকলৰ প্রতি শ্রদ্ধা নিবেদন কেন্দ্রীয় গৃহমন্ত্রীৰ

সশস্ত্র সীমা বল এছ এছ বিৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি বাহিনীটোৰ অমৰ ছহীদসকলৰ প্রতি শ্রদ্ধা নিবেদন কৰিছে। গৃহমন্ত্ৰীগৰাকীয়ে এই বাহিনীৰ প্ৰতিগৰাকী জোৱান আৰু তেওঁলোকৰ পৰিয়ালসমূহলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্ৰী শ্বাহে কয়, যে ভাৰতৰ এছ এছ...

December 20, 2024 8:02 PM

views 17

সংসদ ভৱনত আহত হোৱা বিজেপি সাংসদ দুগৰাকীৰ অৱস্থা সম্প্ৰতি সুস্থিৰ

সংসদ ভৱনত কালি হেঁচা-ঠেলাৰ এটা ঘটনাত আহত হোৱা বিজেপি সাংসদ দুগৰাকীৰ অৱস্থা সম্প্ৰতি সুস্থিৰ। কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে আজি এই কথা প্ৰকাশ কৰে। উল্লেখযোগ্য যে জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ঠেলা মাৰি দিয়াৰ ফলত এই সাংসদ দুগৰাকী আহত হোৱা বুলি অভিযোগ উত্থাপিত হৈছিল। সংসদ ভৱনত সংবাদ মাধ্যমৰ...

December 20, 2024 7:57 PM

views 22

ছেকেন্দ্ৰাবাদৰ প্ৰতিৰক্ষা ব্যৱস্থা মহাবিদ্যালয়ক সন্মানজনক ৰাষ্ট্ৰপতিৰ পতাকা আনুষ্ঠানিকভাৱে প্ৰদান

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে আজি এটা অনুষ্ঠানত ছেকেন্দ্ৰাবাদৰ প্ৰতিৰক্ষা ব্যৱস্থা মহাবিদ্যালয়ক সন্মানজনক ৰাষ্ট্ৰপতিৰ পতাকা আনুষ্ঠানিকভাৱে প্ৰদান কৰে। উল্লেখযোগ্য যে, কোনো প্ৰতিষ্ঠানৰ বৃত্তিগত উৎকৰ্ষতাৰ স্বীকৃতি স্বৰূপে এই সন্মানীয় ৰাষ্ট্ৰপতিৰ পতাকা প্ৰদান কৰা হয়। এই উপলক্ষে এটা অনুষ্ঠানত অ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।