December 22, 2024 8:02 PM
13
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কুৱেইটৰ সৰ্বোচ্চ সন্মান দ্যা অৰ্ডাৰ অব মুবাৰক অল-কবিৰেৰে সন্মানিত
দুদিনীয়া ভ্রমণসূচীৰে কালি কুৱেইটত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আজি দেশখনৰ সৰ্বোচ্চ সন্মান দ্যা অৰ্ডাৰ অব মুবাৰক অল-কবিৰেৰে সন্মানিত কৰা হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে এয়া বহিঃৰাষ্ট্রৰ পৰা প্ৰধানমন্ত্ৰীগৰাকীয়ে লাভ কৰা বিংশ সন্মান। কুৱেইটে আগবঢ়োৱা এই সন্মান বিভিন্...