ৰাষ্ট্ৰীয়

January 10, 2025 1:14 PM

views 25

চলিত বৰ্ষৰ এৰো ইণ্ডিয়া প্ৰদৰ্শনীৰ পূৰ্বে ৰাষ্টদূতসকলৰ ঘূৰণীয়া মেজমেল

চলিত বৰ্ষৰ এৰো ইণ্ডিয়া প্ৰদৰ্শনীৰ পূৰ্বে আজি নতুন দিল্লীত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত ৰাষ্টদূতসকলৰ ঘূৰণীয়া মেজমেল অনুষ্ঠিত হ'ব। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে জনোৱা মতে, এই বৈঠকত ভাৰতৰ সৈতে সুসম্পর্ক থকা ১৫০ খনতকৈ অধিক দেশৰ ৰাষ্ট্রদূত আৰু উচ্চায়ুক্তসকলে ভাগ ল'ব। এছিয়া সর্ববৃহৎ বিমান প্রদ...

January 10, 2025 1:07 PM

views 25

দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি

দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি কৰা হ'ব। অধিসূচনা জাৰি কৰাৰ লগে লগে মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়াও আৰম্ভ হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে ১৭ জানুৱাৰীলৈ মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব আৰু ২০ জানুৱাৰীত মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন হ'ব। ৭০ জনীয়া দিল্লী বিধানসভাৰ বাবে অহা ৫ ফেব্ৰুৱাৰীত নিৰ্ব...

January 10, 2025 1:04 PM

views 38

ভাৰত মণ্ডপমত বিকশিত ভাৰত যুৱ নেতা আলোচনা ২০২৫ আৰম্ভ

বিকশিত ভাৰত যুৱ নেতা আলোচনা ২০২৫ আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত আৰম্ভ হ'ব। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰ্যালয়ে কৈছে, যে যুৱক-যুৱতীসকলক বিকশিত ভাৰতৰ বাবে উদ্ভাৱণমূলক সমাধান আগবঢ়োৱাৰ অনন্য মঞ্চ প্ৰদান কৰাই এই তিনিদিনীয়া আলোচনাৰ মূল উদ্দেশ্যে। এই আলোচনাই যুৱ নেতাসকলক ৰাষ্ট্ৰৰ ভৱিষ্যৎ গঢ়াৰ ক্ষেত্ৰত...

January 10, 2025 12:58 PM

views 27

অষ্টাদশ প্ৰৱাসী ভাৰতীয় দিৱস সন্মিলনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি ওড়িশাৰ ৰাজধানী ভূৱনেশ্বৰৰ জনতা ময়দানত চলি থকা অষ্টাদশ প্ৰৱাসী ভাৰতীয় দিৱস সন্মিলনত ভাগ ল'ব। যোৱানিশা ভূৱনেশ্বৰত উপস্থিত হোৱা ৰাষ্ট্ৰপতিগৰাকীয়ে সন্মিলনত সমবেত হোৱা প্ৰায় ৭৫ খন দেশৰ প্ৰৱাসী ভাৰতীয় সকলক উদ্দেশ্য কৰি ভাষণ দিব। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে বিভিন্ন...

January 9, 2025 8:58 PM

views 17

আয় বৃদ্ধি আৰু সংস্থাপনৰ ক্ষেত্ৰত জৈৱিক কৃষি পদ্ধতি শক্তিশালী মাধ্যম হৈ পৰিছে – পীযুষ গোৱেল

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীযুষ গোৱেলে কয় যে আয় বৃদ্ধি আৰু সংস্থাপনৰ ক্ষেত্ৰত জৈৱিক কৃষি পদ্ধতি শক্তিশালী মাধ্যম হৈ পৰিছে। নতুন দিল্লীত আজি জৈৱিক উৎপাদনৰ বাবে ৰাষ্ট্ৰীয় কাৰ্যসূচীৰ অষ্টম সংস্কৰণ মুকলি কৰি তেওঁ কয়, যে জৈৱিক কৃষিৰ জৰিয়তে কৃষকৰ আয় বৃদ্ধি হৈছে। মন্ত্ৰীগৰাকীয়ে লগতে কয় ...

January 9, 2025 8:56 PM

views 17

পৰীক্ষা পে চৰ্চা ২০২৫ৰ অষ্টম সংস্কৰণৰ বাবে ২ কোটি ৭০ লাখৰো অধিক পঞ্জীয়ন

পৰীক্ষা পে চৰ্চা ২০২৫ৰ অষ্টম সংস্কৰণৰ বাবে সমগ্ৰ দেশ আৰু বিদেশৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু অভিভাৱকৰ পৰা ২ কোটি ৭০ লাখৰো অধিক পঞ্জীয়ন লাভ কৰা হৈছে। অনলাইন পঞ্জীয়নৰ বাবে যোৱা মাহৰ ১৪ তাৰিখে মুকলি কৰা মাই গভ পোৰ্টেলটো চলিত মাহৰ ১৪ তাৰিখলৈ খোলা থাকিব। শিক্ষা মন্ত্রালয়ে জনায় যে পৰীক্ষা সম্পৰ্কীয় মানসি...

January 9, 2025 8:54 PM

views 19

কাইলৈ উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত আকাশবাণীৰ কুম্ভবাণী চেনেল মুকলি

মহাকুম্ভ ২০২৫ৰ বাবে উচৰ্গিকৃত আকাশবাণীৰ কুম্ভবাণী চেনেল কাইলৈ উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত মুকলি কৰা হ'ব। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই চেনেল মুকলি কৰিব। কেন্দ্ৰীয় তথ্য আৰু প্ৰচাৰণ ৰাজ্য মন্ত্ৰী ড০ এল মুৰুগানো এই মুকলি অনুষ্ঠানত ভার্চুৱেলি অংশগ্রহণ কৰিব। এই অনুষ্ঠানৰ সময়ছোৱাত মুখ্যমন্...

January 9, 2025 8:51 PM

views 27

ভাৰতে নিৰন্তৰ বিকল্প শক্তিৰ উৎসৰ প্ৰচাৰৰ বাবে কাম কৰি আহিছে বুলি নীতিন গাডকাৰী প্ৰকাশ

কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে কয় যে শক্তিৰ ক্ষেত্ৰত ভাৰত আমদানিকাৰী দেশৰ পৰা ৰপ্তানিকাৰী দেশলৈ পৰিৱৰ্তিত হ'ব লাগিব। মধ্য প্ৰদেশৰ পিঠামপুৰত নেশ্যনেল অটোম'টিভ টেষ্ট ট্ৰেকত আয়োজিত অনুষ্ঠানত তেওঁ কয় যে ভাৰতে নিৰন্তৰ বিকল্প শক্তিৰ উৎসৰ প্ৰচাৰৰ বাবে কাম কৰি আহিছে। হাইড্ৰজেনক ভ...

January 9, 2025 8:46 PM

views 11

এই বছৰৰ গণৰাজ্য দিৱসৰ কুচকাৱাজত ১০ হাজাৰ বিশেষ অতিথি আমন্ত্ৰণ

এই বছৰৰ গণৰাজ্য দিৱসৰ কুচকাৱাজ উপভোগ কৰিবলৈ প্ৰায় ১০ হাজাৰ বিশেষ অতিথি আমন্ত্ৰণ জনোৱা হৈছে। এই বিশেষ অতিথিসমূহৰ ভিতৰত আছে পঞ্চায়ত গাঁওপ্রধান, দুর্যোগ সাহায্য কর্মী, জলযোদ্ধা, হস্ততাঁত আৰু হস্তশিল্পৰ শিল্পীসকল, মন কী বাতৰ অংশগ্ৰহণকাৰীসকল, মাই-ভাৰতৰ স্বেচ্ছাসেৱীসকল, উত্তৰ-পূব ভাৰতৰ অতিথিসকল আৰু ষ্টা...

January 9, 2025 8:44 PM

views 24

দুদিনীয়া ভ্ৰমণসূচীৰে গৃহৰাজ্য ওড়িশাত উপস্থিত শ্ৰীমতী দ্রৌপদী মুৰ্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে দুদিনীয়া ভ্ৰমণসূচীৰে গৃহৰাজ্য ওড়িশাত উপস্থিত হৈছে। ৰাষ্ট্ৰপতিগৰাকীক ৰাজ্যখনৰ বিজু পাটনায়ক আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত ৰাজ্যপাল হৰিবাবু কান্তামপটি আৰু মুখ্যমন্ত্রী মোহন চৰণ মাঝি আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকলে আদৰণি জনায়। ৰাষ্ট্ৰপতিগৰাকীয়ে কাইলৈ ১৮ সংখ্যক প্র...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।