ৰাষ্ট্ৰীয়

January 12, 2025 11:04 AM

views 26

২০৪৭ চনৰ ভিতৰত ভাৰতৰ ভৱিষ্যত গঢ় দিয়াৰ বাবে আন্তঃগাঁথনি, উৎপাদনশীলতা, আইন সংস্কাৰ আৰু সৰ্বাত্মক বিকাশ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰেঃ অশ্বিনী বৈষ্ণৱ

২০৪৭ চনৰ ভিতৰত ভাৰতৰ ভৱিষ্যত গঢ় দিয়াৰ বাবে আন্তঃগাঁথনি, উৎপাদনশীলতা, আইন সংস্কাৰ আৰু সৰ্বাত্মক বিকাশে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। পুনেৰ গোখলে অর্থনৈতিক প্রতিষ্ঠানত আয়োজিত পুনে ৰাজহুৱা নীতি উৎসৱত ভাগ লৈ কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কালি এইদৰে প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীযে বিকশিত ভা...

January 11, 2025 9:27 PM

views 28

কলম্বোত প্ৰথমবাৰৰ বাবে ভাৰত-শ্রীলংকা অংশীদাৰিত্বমূলক উচ্চ পৰ্যায়ৰ ঘূৰণীয়া মেজমেলৰ আয়োজন ভাৰতীয় উচ্চ আয়োগৰ

শ্রীলংকাত থকা ভাৰতীয় উচ্চ আয়োগে কলম্বোত প্ৰথমবাৰৰ বাবে ভাৰত-শ্রীলংকা অংশীদাৰিত্বমূলক উচ্চ পৰ্যায়ৰ ঘূৰণীয়া মেজমেলৰ আয়োজন কৰে। এই কাৰ্যসূচীত নীতি প্ৰনেতা, বিশেষজ্ঞ আৰু জনমত গঠনত আগভাগ লোৱা নেতাসকলে দ্বিপাক্ষিক সহযোগিতা বৃদ্ধিৰ উপায় সম্পর্কে অন্বেষণ কৰে। এই অনুষ্ঠানত ভূ-ৰাজনৈতিক বিষয়, ৰাজনৈতিক স...

January 11, 2025 9:24 PM

views 27

বেংগালুৰুত ৰাজ্যিক লোকসেৱা আয়োগৰ অধ্যক্ষসকলৰ ২৫ সংখ্যক ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন উপৰাষ্ট্ৰপতি ধনখড়ৰ

দেশত পৰীক্ষা আৰু সাক্ষাৎকাৰ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত স্বচ্ছতা ৰক্ষা কৰা আৰু জনসাধাৰণৰ প্ৰতি জবাবদিহি হোৱাটোৱে যথেষ্ট নহয় বৰং এই প্রক্রিয়াসমূহ নিকা যেন লগাটোও অত্যন্ত প্রয়োজন। উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি বেংগালুৰুত ৰাজ্যিক লোকসেৱা আয়োগৰ অধ্যক্ষসকলৰ ২৫ সংখ্যক ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰি এই মন্ত...

January 11, 2025 9:20 PM

views 25

২০২৪ বৰ্ষত ১৬,৯০০ কোটি টকাৰো অধিক মূল্যৰ মাদক দ্রব্য জব্দ কৰা হৈছেঃ গৃহমন্ত্রী

২০২৪ বৰ্ষত ১৬ হাজাৰ ৯০০ কোটি টকাৰো অধিক মূল্যৰ মাদক দ্রব্য জব্দ কৰা হৈছে আৰু এয়া স্বাধীনতাৰ পাছত কোনো এটা বছৰত জব্দ কৰা মাদক দ্ৰব্যৰ সৰ্বাধিক পৰিমাণ বুলি কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে প্রকাশ কৰিছে। নতুন দিল্লীত আজি মাদক দ্ৰব্যৰ সৰবৰাহ আৰু ৰাষ্ট্ৰীয় সুৰক্ষা সম্পৰ্কীয় আঞ্চলিক সন্মিলনত অধ্যক্ষতা...

January 11, 2025 9:19 PM

views 44

ৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে কাইলৈ নতুন দিল্লীত বিকশিত ভাৰত যুৱ নেতা আলোচনাত ৩হাজাৰ যুৱ নেতাৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ মত-বিনিময়

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে কাইলৈ নতুন দিল্লীত বিকশিত ভাৰত যুৱ নেতা আলোচনাত তিনি হাজাৰ যুৱ নেতাৰ সৈতে মত বিনিময় কৰিব। এই অনুষ্ঠানত যুৱ নেতাসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিকশিত ভাৰত দৃষ্টিভংগী সন্দৰ্ভত উপস্থাপন দিব। এই উপলক্ষে শ্রী মোদীয়ে এটা জনসমাৱেশক উদ্দেশি ভাষ...

January 11, 2025 12:25 PM

views 14

নতুন দিল্লীৰ ভাৰত মণ্ডপমত বিকশিত ভাৰত যুৱ নেতা বৈঠকত কাইলৈ প্ৰধানমন্ত্ৰী মোদীয়ে ৩ হাজাৰ যুৱ নেতাৰে বাৰ্তালাপ কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে কাইলৈ নতুন দিল্লীৰ ভাৰত মণ্ডপমত বিকশিত ভাৰত যুৱ নেতা বৈঠকত অংশগ্ৰহণ কৰিব। ভাৰতৰ মহান আধ্যাত্মিক নেতা তথা যুৱ আইকন স্বামী বিবেকানন্দৰ জন্মবার্ষিকী উপলক্ষে ৰাষ্ট্ৰীয় যুৱ দিৱস পালন কৰা হয়। এই বৈঠকত প্রধানমন্ত্রী মোদীয়ে সমগ্ৰ দেশৰ ৩ হাজাৰ সক্...

January 11, 2025 12:24 PM

views 27

দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে কালি ৯গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল; ১৭ জানুৱাৰী মনোনয়ন দাখিলৰ অন্তিম দিন

৭০ জনীয়া দিল্লী বিধানসভা নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ পাছতে মনোনয়ন প্রক্রিয়া কালি আৰম্ভ হয়। মনোনয়নৰ কালি প্ৰথম দিনা বিভিন্ন বিধানসভা সমষ্টিৰ ৯ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্র দাখিল কৰে। অহা ১৭ জানুৱাৰী মনোনয়ন দাখিলৰ অন্তিম দিন। ইফালে নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলে নিজ...

January 11, 2025 12:22 PM

views 8

চীনে তিব্বতত বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণ কৰাৰ তথ্য প্ৰকাশ পোৱাৰ পাছতে অৰুণাচলৰ চিয়াং নদীত বহুমুখী প্রকল্প নিৰ্মাণৰ গুৰুত্ব বৃদ্ধি

চীনে তিব্বতত বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণ কৰাৰ তথ্য প্ৰকাশ পোৱাৰ পাছতে অৰুণাচল প্ৰদেশৰ আপাৰ চিয়াং জিলাৰ চিয়াং নদীত বহুমুখী প্রকল্প নিৰ্মাণৰ গুৰুত্ব বৃদ্ধি পাইছে। অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্রী পেমা খাণ্ডুৱে কালি পশ্চিম চিয়াং জিলাৰ আল’ত গালো কল্যাণ সমাজৰ ৰূপালী জয়ন্তী উদযাপনৰ উদ্বোধনী অনুষ্ঠিত ...

January 11, 2025 12:21 PM

views 8

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰামৰ্শৰে প্ৰয়াগৰাজৰ মহাকুম্ভক সফল কৰি তুলিব পৰা যাবঃ যোগী আদিত্যনাথ

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কালি নতুন দিল্লীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। প্ৰধানমন্ত্ৰীক সাক্ষাতৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে শ্রীমোদীৰ পৰামৰ্শৰে প্ৰয়াগৰাজৰ মহাকুম্ভক সফল কৰি তুলিব পৰা যাব। মহাকুম্ভই নৱ ভাৰতক আধ্যাত্মিক আৰু ডিজিটেল ৰূপত প্ৰদৰ্শনৰ জৰিয়তে দেশৰ চিৰন...

January 11, 2025 12:19 PM

views 20

মহাৰাষ্ট্ৰৰ জলাশয়সমূহৰ সংৰক্ষণ সন্দৰ্ভত ব’ম্বে উচ্চ ন্যায়ালয়ৰ ৰাজহুৱা স্বার্থ জড়িত গোচৰ ৰুজু

ব'ম্বে উচ্চ ন্যায়ালয়ে মহাৰাষ্ট্ৰৰ জলাশয়সমূহৰ সংৰক্ষণ সন্দৰ্ভত নিজাববীয়াকৈ এটা ৰাজহুৱা স্বার্থজড়িত গোচৰ ৰুজু কৰি শুনানিৰ ব্যৱস্থা কৰিছে। মুখ্য ন্যায়াধীশ ডি কে উপাধ্যায় আৰু ন্যায়াধীশ অমিত বৰকাৰৰ খণ্ড বিচাৰপীঠে উচ্চতম ন্যায়ালয়ৰ এটা নিৰ্দেশৰ ভিত্তিত এই শুনানিৰ ব্যৱস্থা কৰিছে। উল্লেখযোগ্য যে ২০...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।