ৰাষ্ট্ৰীয়

January 19, 2025 8:46 PM

views 15

ভাৰতীয় সংবিধান গৃহীত হোৱাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে ডাক বিভাগৰ নতুন দিল্লীত বিশেষ অনুষ্ঠান

ভাৰতীয় সংবিধান গৃহীত হোৱাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে ডাক বিভাগে কাইলৈ নতুন দিল্লীত তিনিদিনীয়া কাৰ্যসূচীৰে এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে। যোগাযোগ মন্ত্ৰ্যালয়ে সদৰি কৰা অনুসৰি এই অনুষ্ঠানৰ জৰিয়তে সংবিধানত লিপিবদ্ধ প্ৰমূল্যসমূহ প্ৰতিফলিত কৰাৰ লক্ষ্য লোৱা হৈছে। তদুপৰি নাগৰিকসকলৰ মনত ৰাষ্ট্ৰীয়...

January 19, 2025 8:36 PM

views 23

কৰ্মচাৰী ভৱিষ্যনিধি সংস্থাৰ ইয়াৰ সদস্যসকলৰ ব্যক্তিগত তথ্য পঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়া সৰল কৰিছে

কৰ্মচাৰী ভৱিষ্যনিধি সংস্থাই ইয়াৰ সদস্যসকলৰ ব্যক্তিগত তথ্য পঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়া সৰল কৰি তুলিছে। সার্বজনীন একাউণ্ট নম্বৰ আধাৰৰ জৰিয়তে সংযুক্ত কৰি বৈধ বিবেচিত সদস্যসকলে নিজৰ তথ্য যেনে জন্মৰ তাৰিখ, লিংগ, ৰাষ্ট্ৰীয়তা, পিতৃ-মাতৃৰ নাম, চাকৰিত যোগদান আৰু অৱসৰৰ তাৰিখ আদি তথ্যৰ প্ৰতিলিপি দাখিল নকৰাকৈ...

January 19, 2025 7:50 PM

views 25

কেন্দ্ৰীয় চৰকাৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙক কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ সঞ্চালকপ্ৰধান হিচাপে নিযুক্তি

কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ সঞ্চালকপ্ৰধান হিচাপে দায়িত্ব গ্ৰহণৰ পূৰ্বে জি পি সিঙে অসমবাসীক ধন্যবাদ জ্ঞাপন কৰে। শিৱসাগৰৰ আৰক্ষী অতিথিশালাত অনুষ্ঠিত বিদায় সম্বর্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰি শ্রীসিঙে কয়, যে অসমৰ জনসাধাৰণ যথেষ্ট মৰমীয়াল। অসমত কাম কৰা সুন্দৰ অভিজ্ঞতাৰে তেওঁ নতুন দায়িত্ব নিয়াৰি...

January 19, 2025 7:13 PM

views 60

হাতী মানুহৰ সংঘাত দূৰ কৰিবলৈ অসমৰ নগাঁও জিলাৰ হাতীবন্ধু সংগঠনটোৱে গ্ৰহণ কৰা পদক্ষেপক মন কী বাতত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভূয়সী প্ৰশংসা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মন কী বাত অনুষ্ঠানত হাতী মানুহৰ সংঘাত দূৰ কৰিবলৈ অসমৰ নগাঁও জিলাৰ হাতীবন্ধু নামৰ সংগঠনটোৱে গ্ৰহণ কৰা পদক্ষেপক ভূয়সী প্ৰশংসা কৰে। অনুষ্ঠানত মানুহ আৰু বন্যপ্ৰাণীৰ সহাৱস্থানৰ কথা উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে ভাৰতীয় সংস্কৃতি আৰু ঐতিহ্যই আমাৰ চৌপাশৰ জন্তু আৰু চৰাইৰ স...

January 19, 2025 1:22 PM

views 14

ছত্তীশগড় বিশ্ববিদ্যালয়ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামত আসন প্ৰতিষ্ঠাৰ ব্যৱস্থাঃ ৰাজ্যপাল ৰমেন ডেকা

ছত্তীশগড় বিশ্ববিদ্যালয়ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামত এখন আসন প্ৰতিষ্ঠাৰ ব্যৱস্থা লোৱা হ'ব। ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাই কালি নলবাৰীৰ বেলশৰত চলি থকা অসম নাট্য সন্মিলনৰ ৬৩ সংখ্যক মধ্যকালীন অধিৱেশনত অংশগ্ৰহণ কৰি এই কথা প্ৰকাশ কৰে। অসমীয়া ভাষাই ধ্রুপদী ভাষাৰ মৰ্যাদা পোৱাৰ পাছত বিশ্ব ভাৰতী বিশ্বব...

January 19, 2025 12:20 PM

views 14

ভাৰতৰ সাহায্যৰে নিৰ্মিত জাফনাৰ ঐতিহাসিক সাংস্কৃতিক কেন্দ্ৰটো তিৰুৱল্লুৱৰ সাংস্কৃতিক কেন্দ্ৰ নামেৰে নামকৰণত প্ৰধানমন্ত্ৰীৰ আদৰণি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ সাহায্যৰে নিৰ্মাণ কৰা জাফনাৰ ঐতিহাসিক সাংস্কৃতিক কেন্দ্ৰটো তিৰুৱল্লুৱৰ সাংস্কৃতিক কেন্দ্ৰ নামেৰে নামকৰণ কৰাৰ সিদ্ধান্তৰ প্ৰতি আদৰণি জনাইছে। শ্রী মোদীয়ে সামাজিক মাধ্যমযোগে এই সিদ্ধান্তক ভাৰত আৰু শ্ৰীলংকাৰ জনসাধাৰণৰ মাজৰ গভীৰ সাংস্কৃতিক, ভাষিক, ঐতিহাসিক আৰু সভ্যতা...

January 19, 2025 12:18 PM

views 11

জম্মুৰ ৰাজৌৰিত বিগত কিছুদিনত কেইবাজনো লোকৰ মৃত্যুৰ কাৰণ নিশ্চিত কৰিবলৈ আন্তঃমন্ত্ৰী পৰ্যায়ৰ দল গঠনৰ নিৰ্দেশ গৃহমন্ত্ৰীৰ

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে জম্মুৰ ৰাজৌৰি জিলাত যোৱা কিছুদিনত বিভিন্ন ঘটনাত কেইবাজনো লোকৰ মৃত্যু হোৱাৰ কাৰণ নিশ্চিত কৰিবলৈ আন্তঃমন্ত্ৰী পৰ্যায়ৰ এটা দল গঠন কৰাৰ নিৰ্দেশ দিছে। গৃহ মন্ত্ৰ্যালয়ৰ নেতৃত্বৰ এই দলটোৱে বিগত ৬ সপ্তাহত তিনিটা পৃথক ঘটনাত লোক কেইজনৰ মৃত্যু হোৱাৰ কাৰণ নিশ্চিত ...

January 19, 2025 12:17 PM

views 10

হিমাচল প্ৰদেশত ধৰ্ষণত অভিযুক্তৰ আৰক্ষীৰ জিম্মাত হত্যা গোচৰত আৰক্ষী মহাপৰিদৰ্শক, ৮জন আৰক্ষী কৰ্মীক দোষী সাব্যস্ত

চণ্ডীগড়ৰ এখন চি বি আই আদালতে হিমাচল প্ৰদেশৰ ছিমলা জিলাত ২০১৭ চনত সংঘটিত কোটখই ধর্ষণ আৰু হত্যাৰ গোচৰত অভিযুক্ত সুৰজৰ আৰক্ষীৰ জিম্মাত হোৱা হত্যাৰ বাবে আৰক্ষী মহাপৰিদৰ্শক জহুৰ হাইদ জেইদি আৰু অন্য ৮ জন আৰক্ষী কৰ্মীক দোষী সাব্যস্ত কৰিছে। ২৭ জানুৱাৰীত এই গোচৰৰ শাস্তি ঘোষণা কৰা হ'ব। দোষী সাব্যস্ত কৰাৰ পাছ...

January 19, 2025 12:14 PM

views 18

ভাৰতৰ বিকাশ হাৰ ৬ দশমিক ৭ শতাংশ হোৱাৰ সম্ভাৱনাঃ বিশ্ব বেংক

২ দশমিক ৭ শতাংশৰ গোলকীয় বিকাশ হাৰক চেৰ পেলাই ভাৰতৰ বিকাশ হাৰ ৬ দশমিক ৭ শতাংশ হ’ব বুলি বিশ্ব বেংকে অনুমান কৰিছে। বিশ্ব বেংকৰ গোলকীয় অর্থনীতি প্রেক্ষাপট সম্পৰ্কীয় প্ৰতিবেদনত জানুৱাৰীৰ সংস্কৰণত পৰৱৰ্তী দুটা বিত্তীয় বৰ্ষত ভাৰতৰ দ্রুত বিকাশশীল বৃহৎ অর্থব্যৱস্থাৰ মৰ্যাদা অক্ষুণ্ণ থাকিব বুলি উল্লেখ কৰা...

January 19, 2025 12:12 PM

views 8

খো-খো বিশ্বকাপৰ ফাইনেলত ভাৰতৰ পুৰুষ আৰু মহিলা উভয় দল

ভাৰতৰ পুৰুষ আৰু মহিলা উভয় দলে খো-খো বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতীয় পুৰুষ দলে কালি দিল্লীৰ ইন্দিৰা গান্ধী ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত ছেমিফাইনেলত দক্ষিণ আফ্ৰিকাক ৬২-৪২ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে। ভাৰত আজি ইন্দিৰা গান্ধী ইনড’ৰ ষ্টেডিয়ামত হ'বলগীয়া ফাইনেলত নেপালৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। নেপালে ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।