ৰাষ্ট্ৰীয়

February 4, 2025 8:23 PM

views 15

ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ আলোচনা সম্পৰ্কত প্ৰধানমন্ত্ৰী শ্রীমোদীৰ উত্তৰ

বৰ্তমান চৰকাৰে দুখীয়া জনসাধাৰণৰ কল্যানৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৰ ফলস্বৰূপে ২৫ কোটি লোক দৰিদ্ৰতাৰ কবলৰ পৰা মুক্ত হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। লোকসভাত আজি ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সম্পৰ্কীয় আলোচনাৰ উত্তৰ দি শ্রীমোদীয়ে এইদৰে মন্তব্য কৰে। তেওঁ কয়, যে চৰকাৰৰ প্...

February 4, 2025 7:04 PM

views 10

৪০০গৰাকী পাকিস্তানবাসী হিন্দু আৰু শিখ লোকৰ চিতাভস্ম ভাৰতলৈ অনা হৈছে

যোৱা এক দশকৰো অধিক কালত মৃত্যু হোৱা ৪০০ পাকিস্তানবাসী হিন্দু আৰু শিখ লোকৰ চিতাভস্ম ভাৰতলৈ অনা হৈছে। আট্টাৰি-ৱাঘা যৌথ পহৰা চকীৰে অনা এই চিতাভস্ম হৰিদ্বাৰত গংগা নদীত বিসর্জন দিয়া হ'ব। এই চিতাভস্মখিনি গংগাত বিসৰ্জনৰ বাবে ২০১১ চনৰ পৰা পাকিস্তানৰ সংশ্লিষ্ট পৰিয়ালকেইটাই সংৰক্ষণ কৰি ৰাখিছিল ৷ পাঞ্জাব আৰক...

February 4, 2025 6:56 PM

views 7

ৰাষ্ট্ৰসংঘৰ চলিত বছৰৰ পুঁজিলৈ ভাৰতৰ ৩৭.৬৪ মিলিয়ন আমেৰিকান ডলাৰ বৰঙণি

ভাৰতে ৰাষ্ট্ৰসংঘৰ চলিত বছৰৰ পুঁজিলৈ ৩৭.৬৪ মিলিয়ন আমেৰিকান ডলাৰৰ বৰঙণি আগবঢ়াইছে। এই বৰঙণি যোৱা বছৰৰ ৩১ ডিচেম্বৰত জমা দিয়া হয়। ৰাষ্ট্ৰসংঘৰ সচিব প্রধান এণ্টনিঅ' গুটেৰেছৰ মুখপাত্র ষ্টিফেন ডুজাৰিকে কালি এখন সংবাদমেলত ভাৰতৰ সময়ানুৱৰ্তী বৰঙণিৰ প্ৰশংসা কৰে।

February 4, 2025 6:52 PM

views 29

গুজৰাট বিধানসভাৰ সদস্য কাচনভাই চোলাংকিৰ মৃত্যুত প্ৰধানমন্ত্ৰী মোদীৰ গভীৰ শোক প্রকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাট বিধানসভাৰ সদস্য কাচনভাই চোলাংকিৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে। এটা শোকবার্তাত প্রধানমন্ত্রীয়ে কয়, যে প্রয়াত চোলাংকি তেওঁৰ সাধাৰণ জীৱন আৰু সমাজৰ দৰিদ্ৰ শ্ৰেণীৰ প্ৰতি আগবঢ়োৱা কল্যাণমূলক সেৱাৰ বাবে সদায় স্মৰণীয় হৈ ৰ'ব। শ্ৰী মোদীযে মৃতকৰ আত্মাৰ সদগতি কামনা কৰ...

February 4, 2025 6:46 PM

views 12

বেলজিয়ামৰ নতুন প্রধানমন্ত্রী বাৰ্ট ডে ৱেভাৰক প্ৰধানমন্ত্ৰী মোদীৰ অভিনন্দন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বেলজিয়ামৰ নতুন প্রধানমন্ত্রী বাৰ্ট ডে ৱেভাৰক আজি অভিনন্দন জনায়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰী মোদীয়ে ভাৰত-বেলজিয়ামৰ সম্পৰ্ক শক্তিশালী কৰাৰ লগতে বিভিন্ন পৰকীয় বিষয়ত সহযোগিতাৰে কাম কৰাৰ আশা প্ৰকাশ কৰে।

February 4, 2025 6:35 PM

views 35

বিজেপি চৰকাৰ কৃষকসকলৰ আয় বৃদ্ধি কৰাৰ বাবে বদ্ধপৰিকৰ : কেন্দ্ৰীয় কৃষি মন্ত্রী

কেন্দ্ৰীয় কৃষি মন্ত্রী শিৱৰাজ সিং চৌহানে কয়, যে নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ বিজেপি চৰকাৰ কৃষকসকলৰ আয় বৃদ্ধি কৰাৰ বাবে বদ্ধপৰিকৰ। লোকসভাৰ প্ৰশ্নকালত আজি এটা প্ৰশ্নৰ উত্তৰ দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে সামগ্ৰীৰ উৎপাদন ব্যয়ৰ তুলনাত ৫০ শতাংশ লাভ হোৱাকৈ চৰকাৰে ২০১৯ চনৰ পৰা ন্যূনতম সমৰ্থন মূল্য নি...

February 4, 2025 6:26 PM

views 17

ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত লোকসভাত পুনৰ আলোচনা

লোকসভাত আজি ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত পুনৰ আলোচনা আৰম্ভ হয়। আলোচনাত ভাগ লৈ সমাজবাদী পাৰ্টীৰ মুৰববী অখিলেখ যাদৱে কয়, যে দেশৰ অযুত সম্পদ আৰু অপাৰ সম্ভাৱনা থকা স্বত্বেও ইয়াৰ সদ্ব্যৱহাৰ হোৱা নাই। তেওঁ কয়, যে বর্তমান চৰকাৰে দেশৰ আধুনিক আন্তঃগাঁথনি নিৰ্মাণ কৰাৰ দাবী কৰিছে যদিও চৰক...

February 4, 2025 12:55 PM

views 8

আই এছ এল ফুটবলত ওড়িশা ফুটবল ক্লাব আৰু আৰু নৰ্থ-ইষ্ট ইউনাইটেড ফুটবল ক্লাবৰ খেল ড্ৰ’

আই এছ এল ফুটবল প্রতিযোগিতাত কালি সন্ধিয়া ওড়িশাৰ কলিংগ ষ্টেডিয়ামত অনুষ্ঠিত ওড়িশা ফুটবল ক্লাব আৰু আৰু নৰ্থ-ইষ্ট ইউনাইটেড ফুটবল ক্লাবৰ মাজৰ খেলখন ২-২ গ'লত অমীংমাসিত হৈ ৰয়। নৰ্থ-ইষ্ট ইউনাইটেডৰ হৈ আলাদ্দিন আজাৰায়ে খেলখনৰ ৬৭ মিনিটত প্ৰথমটো গ'ল দিয়ে। খেলখনৰ ৭৮ মিনিটত ওড়িশাৰ থৈবা সিং মৈৰাংথেমে এটা গ...

February 4, 2025 12:14 PM

views 27

দিল্লী বিধানসভা নিৰ্বাচনৰ কাইলৈ ভোটগ্ৰহণ, অহা শনিবাৰে ভোটগণনা

৭০ জনীয়া দিল্লী বিধানসভাৰ নিৰ্বাচন নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। কাইলৈ পুৱা ৭ বজাত ভোটগ্ৰহণ আৰম্ভ হৈ সন্ধিয়া ৬ বজাত সামৰণি পৰিব। এইবাৰৰ নিৰ্বাচনত ১ কোটি ৫৬ লাখ ভোটদাতাই ৬৯৯ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নির্ণয় কৰিব। কালি সন্ধিয়া নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি প...

February 4, 2025 12:13 PM

views 19

দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ-ভোটগণনাৰ দিনকেইটাত মেট্ৰ’ ৰে’লসেৱা পুৱা ৪ বজাৰ পৰা আৰম্ভ হ’ব

দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ আৰু ভোটগণনা দিনকেইটাত নিৰ্বাচনী দায়িত্বত নিয়োগ কৰা লোকসকলৰ সহায়ক হোৱাকৈ দিল্লী মেট্ৰ’ ৰেল সেৱা পুৱা ৪ বজাত আৰম্ভ হ'ব। এই দিনকেইটাত পুৱা ৪ বজাৰ পৰা পুৱা ৬ বজালৈ প্ৰতি আধা ঘণ্টাৰ মূৰে মূৰে ৰে'লসমূহ চলাচল কৰিব আৰু ইয়াৰ পাছত বাকী সময়ছোৱাত পূৰ্বৰ দৰে এই সেৱা অব্যাহ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।