ৰাষ্ট্ৰীয়

March 12, 2025 1:01 PM

views 11

মৰিচাছৰ প্ৰধানমন্ত্রী নবীচন্দ্ৰ ৰামগুলামৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৈঠক

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মৰিচাছৰ ৰাষ্ট্ৰীয় দিৱস উদযাপন অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব। শ্রীমোদী কালি মৰিচাছৰ প্ৰধানমন্ত্রী নবীচন্দ্ৰ ৰামগুলামৰ সৈতে ফলপ্রসূ আলোচনাত মিলিত হয়। প্রধানমন্ত্ৰী মোদী তেওঁৰ দুদিনীয়া মৰিচাছ ভ্ৰমণৰ অংশ হিচাপে কালি পোর্ট লুইত দেশখনৰ প্ৰধানমন্ত্ৰীগৰ...

March 12, 2025 12:06 PM

views 13

ভাৰত আৰু গোলকীয় দক্ষিণৰ মাজৰ এখন গুৰুত্বপূৰ্ণ সেঁতু মৰিচাছঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মৰিচাছক ভাৰত আৰু গোলকীয় দক্ষিণৰ মাজৰ এখন গুৰুত্বপূৰ্ণ সেঁতু বুলি অভিহিত কৰিছে। পোর্ট লুইত যোৱা নিশা প্ৰৱাসী ভাৰতীয়সকলৰ সৈতে এটা মত-বিনিময় অনুষ্ঠানত ভাগ লৈ শ্রীমোদীয়ে কয় যে মৰিচাছ হৈছে ভাৰতৰ সাগৰ দৰ্শনৰ কেন্দ্ৰবিন্দু। ২০১৫ চনত দ্বীপ ৰাষ্ট্ৰখন ভ্ৰমণৰ সময়ত প্রধানমন্ত...

March 12, 2025 12:04 PM

views 12

৩০ দিনৰ বাবে তাৎক্ষণিক আৰু অন্তৰ্ৱৰ্তীকালীন যুদ্ধবিৰতিৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰস্তাৱত ইউক্ৰেইনৰ সন্মতি প্ৰকাশ

ইউক্রেইনে ৩০ দিনৰ বাবে তাৎক্ষণিক আৰু অন্তৰ্ৱৰ্তীকালীন যুদ্ধবিৰতিৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰস্তাৱত সন্মতি প্ৰকাশ কৰিছে। এতিয়া ৰাছিয়াই এই ক্ষেত্ৰত নিজৰ স্থিতি প্ৰকাশ কৰিব। আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰদেশ সচিব মার্কো ৰুবিঅ'ই সংবাদিকৰ আগত এই কথা প্ৰকাশ কৰি কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰই ইউক্রেইনলৈ চোৰ...

March 12, 2025 12:03 PM

views 7

উত্তৰ-পূৰ্বাঞ্চলৰ শিক্ষাৰ্থীসকলে কামৰ বাবে অঞ্চলটো ত্যাগ কৰাৰ আৱশ্যকতা নাইঃ গৃহমন্ত্ৰী অমিত শ্বাহ

উত্তৰ পূৰ্বাঞ্চলৰ শিক্ষাৰ্থীসকলে এতিয়া আৰু কামৰ বাবে অঞ্চলটো ত্যাগ কৰাৰ আৱশ্যকতা নাই আৰু তেওঁলোকে অঞ্চলটোতেই কৰ্ম সংস্থাপনৰ সুযোগ লাভ কৰিব বুলি কেন্দ্ৰীয় গৃহমন্ত্রী শ্বাহে প্রকাশ কৰিছে। Students' Experience in Inter-State Living নামৰ কাৰ্যসূচীৰ অধীনত কালি নতুন দিল্লীত আয়োজিত যুৱ সংসদত উত্তৰ-পূৰ্ব...

March 12, 2025 12:01 PM

views 14

দেশত উজলা আঁচনিৰ অধীনত প্ৰায় ৩৭ কোটি এল ই ডি বাল্ব বিতৰণ

চৰকাৰে উজলা আঁচনিৰ অধীনত বৰ্তমানলৈকে সমগ্ৰ দেশত প্ৰায় ৩৭ কোটি এল ই ডি বাল্ব বিতৰণ কৰিছে। ৰাজ্যসভাত এটা লিখিত উত্তৰত কেন্দ্ৰীয় শক্তি মন্ত্রী মনোহৰ লালে আজি এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে এই আঁচনিৰ ৰূপায়ণৰ ফলত প্ৰতি ঘণ্টাত প্ৰায় ৪ হাজাৰ ৮০০ কোটি কিলোৱাৰ্ট শক্তি ৰাহি হৈছে। তেওঁ কয়, যে এল ই ডি বাল...

March 12, 2025 11:59 AM

views 9

মহিলা প্রিমিয়াৰ লীগ ক্রিকেটত মুম্বাই ইণ্ডিয়ানছক ১১ ৰানত পৰাস্ত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ

মহিলা প্রিমিয়াৰ লীগ ক্রিকেট প্রতিযোগিতাৰ লীগ পৰ্যায়ৰ অন্তিমখন খেলত কালি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে মুম্বাই ইণ্ডিয়ানছক ১১ ৰানত পৰাস্ত কৰে। মুম্বায়ে টছত জিকি ৰয়েল চেলেঞ্জাৰ্ছক প্রথমে বেট ধৰাৰ বাবে আমন্ত্ৰণ জনায়। মুম্বাইৰ ব্ৰেবৰ্ণ ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে নিৰ্ধ...

March 12, 2025 11:58 AM

views 13

বিশ্ব পেৰা গ্ৰাঁ প্ৰি এথলেটিকছ প্ৰতিযোগিতাত পুৰুষৰ ডিছকাছ থ্ৰ’ৰ F11 শিতানৰ আটাইকেইটা পদক জয় ভাৰতৰ

নতুন দিল্লীত অনুষ্ঠিত বিশ্ব পেৰা গ্ৰাঁ প্ৰি এথলেটিকছ প্ৰতিযোগিতাৰ আৰম্ভণিৰ দিনটোতে কালি ভাৰতে পুৰুষৰ ডিছকাছ থ্ৰ’ৰ F11 শিতানৰ আটাইকেইটা পদক জয় কৰে। সাগৰে ৩৪.৮৪ মিটাৰ ডিছকাছ থ্ৰ’ কৰি সোণৰ পদক অৰ্জন কৰাৰ লগতে বালাজী ৰাজেন্দ্ৰনে ২৬.৯৮ মিটাৰেৰে ৰূপৰ আৰু জনক সিং হার্চানাই ২৫.১৩ মিটাৰেৰে ব্ৰঞ্জৰ পদক লাভ ক...

March 11, 2025 6:22 PM

views 21

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্রালয়ে ২০২৪-২৫ বৰ্ষৰ প্রধান কৃষিজাত সামগ্ৰী উৎপাদনৰ দ্বিতীয় পূর্বানুমান প্ৰতিবেদন প্রকাশ

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্রালয়ে ২০২৪-২৫ বৰ্ষৰ বাবে প্রধান কৃষিজাত সামগ্ৰী উৎপাদনৰ দ্বিতীয় পূর্বানুমান প্ৰতিবেদন প্রকাশ কৰিছে। পূর্বানুমান অনুসৰি খাৰিফ কৃষিজাত শস্যৰ উৎপাদন প্রায় ৬৬ লাখ মেট্রিক টন হোৱাৰ লগতে ৰবি খাদ্য শস্যৰ উৎপাদন ১,৬৪৫ লাখ মেট্রিক টনতকৈও অধিক হ'ব বুলি অনুমান কৰা হৈছে। ...

March 11, 2025 6:05 PM

views 26

জম্মু-কাশ্মীৰৰ ৰিয়েছি জিলাৰ গংগোটত সংঘটিত পথ দুৰ্ঘটনাত ৩ জন লোকৰ থিতাতে মৃত্যু

জম্মু-কাশ্মীৰৰ ৰিয়েছি জিলাৰ গংগোটত আজি সংঘটিত এটা পথ দুৰ্ঘটনাত তিনি জন লোকৰ থিতাতে মৃত্যু হোৱাৰ উপৰি আন ১০ জন লোক আহত হয়। মাহুৰ টেহছিলৰ পিছল বাটেৰে যাত্ৰী কঢ়িয়াই নিয়া গাড়ীখন দ’ খাৱৈত বাগৰি পৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। আহত লোকসকলক অঞ্চলটোৰ স্বেচ্ছাসেৱক আৰু আৰক্ষীৰ সহযোগত চিকিৎসালয়লৈ প্ৰেৰণ...

March 11, 2025 5:59 PM

views 16

ৰাষ্ট্ৰীয় শিক্ষা নীতি আৰু ত্ৰিভাষা নীতিক লৈ ডি এম কেৰ সাংসদসকলৰ সংসদভৱনৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত

ৰাষ্ট্ৰীয় শিক্ষা নীতি আৰু ত্ৰিভাষা নীতিক লৈ ডি এম কেৰ সাংসদসকলে আজি সংসদভৱনৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে। দলটোৰ সাংসদ কানিমোঝিয়ে সংবাদ মাধ্যমৰ আগত তামিলনাডুৰ বাবে শিক্ষা পুঁজি মুকলি কৰি দিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনায়। তেওঁ লগতে শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধানে কালি লোকসভাত তামিলনাডু চৰকাৰক ল...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।