ৰাষ্ট্ৰীয়

March 15, 2025 7:46 PM

views 12

দেৰগাঁৱত লাচিত বৰফুকন পুলিচ একাডেমী মুকলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ

অসমৰ বিকাশ আৰু আন্তঃগাঁথনি উন্নত কৰাৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে ৰাজ্যখনত ৩ লাখ কোটি টকাৰ প্ৰকল্পৰ কাম কৰিব। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি দেৰগাঁৱত ১৬৭ কোটি ৪০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা লাচিত বৰফুকন পুলিচ একাডেমী মুকলি কৰি এই কথা ঘোষণা কৰে। তেওঁ লগতে ৪২৫ কোট...

March 15, 2025 7:40 PM

views 8

পদ্ম সন্মানৰ বাবে মনোনয়ন দাখিল প্ৰক্ৰিয়া আৰম্ভ; ৩১ জুলাই অন্তিম দিন

পদ্ম সন্মানৰ বাবে মনোনয়ন দাখিল প্ৰক্ৰিয়া আজি আৰম্ভ হৈছে। ২০২৬ চনৰ গণৰাজ্য দিৱসত ঘোষণা হ'বলগীয়া এই বঁটাসমূহে বিভিন্ন ক্ষেত্ৰত ব্যতিক্রমী কৃতিত্ব আৰু বিশিষ্ট সেৱাৰ স্বীকৃতি প্ৰদান কৰে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি পদ্ম সন্মানৰ মনোনয়নৰ দাখিলৰ বাবে চলিত বৰ্ষৰ ৩১ জুলাইক অন্তিম দিন ধাৰ...

March 14, 2025 8:31 PM

views 16

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাণিজ্যিক প্ৰতিনিধি জেমিছন গ্ৰীৰ সৈতে মন্ত্রী পীযুষ গোৱেলৰ আলোচনা

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীযুষ গোৱেলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাণিজ্যিক প্ৰতিনিধি জেমিছন গ্ৰীৰ সৈতে পাৰস্পৰিক লাভজনক দ্বিপাক্ষিক বাণিজ্য চুক্তিৰ ভৱিষ্যৎ সম্ভাৱনা সন্দৰ্ভত আলোচনা কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীগোৱেলে কয় যে চৰকাৰে ভাৰত প্ৰথম, বিকশিত ভাৰত আৰু সামগ্রিক কৌশলগত অংশীদাৰিত...

March 14, 2025 8:28 PM

views 13

দেশত প্ৰথম বাৰৰ বাবে খনিৰ অন্বেষণৰ অনুজ্ঞাপত্ৰ নিলাম

ভাৰতৰ খনি খণ্ডক উন্নীত কৰাৰ বাবে খনি মন্ত্ৰালয়ে গোৱা চৰকাৰৰ সহযোগত প্ৰথম বাৰৰ বাবে খনিৰ অন্বেষণৰ অনুজ্ঞাপত্ৰ নিলাম কৰিছে। কেন্দ্ৰীয় কয়লা আৰু খনি মন্ত্রী জি কিষাণ ৰেড্ডী আৰু গোৱাৰ মুখ্যমন্ত্ৰী ড০ প্রমোদ ছাৱন্তে গোৱাৰ এটা অনুষ্ঠানত এই অনুজ্ঞাপত্ৰৰ নিলাম মুকলি কৰে। জিংক, কপাৰ, হীৰা আদিৰ দৰে জটিল খনি...

March 14, 2025 8:25 PM

views 14

ইছৰোৰ উপগ্রহ উৎক্ষেপনৰ জৰিয়তে প্রায় ১৪৩ মিলিয়ন আমেৰিকান ডলাৰ বৈদেশিক মুদ্ৰা আহৰণ

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৱে উপগ্রহ উৎক্ষেপনৰ জৰিয়তে প্রায় ১৪৩ মিলিয়ন আমেৰিকান ডলাৰ বৈদেশিক মুদ্ৰা আহৰণ কৰিছে। বিগত দশকটোত ইছৰোৱে ৩৯৩টা বিদেশী উপগ্ৰহৰ লগতে তিনিটা ভাৰতীয় উপগ্রহ ব্যৱসায়িক ভিত্তিত উৎক্ষেপন কৰা বুলি মহাকাশ সংস্থাটোৰ সূত্ৰই প্ৰকাশ কৰিছে। ২০১৫ চনৰ জানুৱাৰীৰ পৰা ২০২৪ চনৰ ডিচেম...

March 14, 2025 7:05 PM

views 9

ইউক্রেইনৰ সংঘৰ্ষৰ সমাধানত গুৰুত্ব দিয়াৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে ইউক্রেইনৰ সংঘৰ্ষৰ সমাধানৰ প্ৰতি গুৰুত্ব আৰোপ কৰাৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পকে ধৰি বিশ্বৰ কেইবাখনো দেশৰ নেতাৰ শলাগ লৈছে। বেলাৰুছৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ লুকাছেংকোৰ সৈতে কালি এখন যুটীয়া সংবাদমেলত অংশগ্ৰহণ ...

March 14, 2025 7:00 PM

views 16

ৰে’ল অপহৰণ কাণ্ডৰে ভাৰত জড়িত বুলি পাকিস্তানে কৰা অভিযোগ ভিত্তিহীন বুলি আখ্যা নতুন দিল্লীৰ

নতুন দিল্লী মহলে ৰে'ল অপহৰণ কাণ্ডৰ সৈতে ভাৰত জড়িত বুলি পাকিস্তানে উত্থাপন কৰা অভিযোগ ভিত্তিহীন বুলি আখ্যা দিছে। পাকিস্তানী পক্ষৰ বিবৃতি সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে আজি কয়, যে নতুন দিল্লী মহলে পাকিস্তানৰ এই ভিত্তিহীন অভিযোগ স্পষ্ট ভ...

March 13, 2025 9:26 PM

views 34

হোলী উপলক্ষে জনসাধাৰণলৈ ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে হোলী উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাযোগে ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে ৰঙৰ উৎসৱ হোলীয়ে আনন্দ আৰু উৎসাহ কঢ়িয়াই আনে। এই উৎসৱে আমাৰ জীৱনত ঐক্য আৰু ভাতৃত্ববোধৰ মনোভাৱ জগাই তোলে বুলি তেওঁ কয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হোলী উপলক্ষে দেশবাসীলৈ শ...

March 13, 2025 9:25 PM

views 10

কণ্টেণ্ট ক্রিয়েটৰসকল দেশৰ ডিজিটেল এম্বেছেদৰঃ কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেল

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে কণ্টেণ্ট ক্রিয়েটৰসকলক দেশৰ ডিজিটেল এম্বেছেদৰ হিচাপে আখ্যা দিছে। নতুন দিল্লীত আজি এটা অনুষ্ঠানত ভাষণ দি শ্রীগোৱেলে কয়, যে দায়িত্বশীল বিষয়বস্তু, অভিনৱ কাহিনী, দক্ষতা বিকাশ আৰু ভাৰতীয় সৃষ্টিশীলতাৰ প্ৰচাৰ হৈছে সৃষ্টিশীল উদ্যোগ ক্ষেত্ৰখনৰ চাৰিটা মূ...

March 13, 2025 9:24 PM

views 13

শ্ৰীলংকাৰ হাস্পতাললৈ ৫০ হাজাৰ এম্পুলছ ফ’ৰচেমাইড টীকা প্ৰেৰণ ভাৰতৰ

ভাৰতে শ্ৰীলংকাৰ চৰকাৰৰ জৰুৰী অনুৰোধৰ প্ৰতি সঁহাৰি জনাই দেশখনৰ হাস্পতালসমূহলৈ ৫০ হাজাৰ এম্পুলছ ফ'ৰচেমাইড টীকা পঠিয়াইছে। দেশখনত থকা ভাৰতীয় উচ্চায়ুক্ত সন্তোষ ঝাই শ্ৰীলংকাৰ স্বাস্থ্য আৰু গণমাধ্যম দপ্তৰৰ মন্ত্ৰী ড০ নলিন্দা জয়াতিছাৰ হাতত এই সামগ্ৰীসমূহ অৰ্পণ কৰে। ভাৰতে প্ৰতিৱেশী দেশ শ্রীলংকালৈ ধাৰাবাহ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।