ৰাষ্ট্ৰীয়

March 31, 2025 9:20 PM

views 10

টেনিছ তাৰকা ইউকি ভাম্ব্ৰি এ টি পি ডাবল্‌ছৰ শীৰ্ষ ৩০টা স্থানত প্ৰৱেশ

টেনিছ তাৰকা ইউকি ভাম্ব্ৰি এ টি পি ডাবল্‌ছৰ শীৰ্ষ ৩০টা স্থানত প্ৰৱেশ কৰিছে। খেলুৱৈগৰাকী নিজৰ কেৰিয়াৰত প্ৰথমবাৰৰ বাবে ২৬ সংখ্যক স্থানত প্ৰৱেশ কৰিছে। ভাম্ব্ৰিয়ে কৰি ভাৰতৰ ডাবল্‌ছ টেনিছ খেলুৱৈৰ শীৰ্ষ স্থান দখল কৰিছে। একেৰাহে চাৰে ৫ বছৰ শীর্ষস্থান দখল কৰি থকা ৰোহন বোপন্না ৪৪ সংখ্যক স্থানলৈ অৱনমিত হৈছে। ...

March 31, 2025 11:37 AM

views 14

গ্ৰীচত হ’বলগীয়া বহুদেশীয় বায়ু অনুশীলনত ভাৰতীয় বায়ুসেনাৰ অংশগ্ৰহণ

ভাৰতীয় বায়ুসেনাই আজি গ্ৰীচত হ'বলগীয়া বহুদেশীয় বায়ু অনুশীলনত অংশগ্ৰহণ কৰিব। ১২ দিনীয়া এই অনুশীলনৰ অহা ১১ এপ্ৰিলত অন্ত পৰিব। ভাৰতীয় বায়ুসেনাৰ দলত সুখই-৩০, আই এল-৭৮ আৰু চি-১৭ বিমান আছে। এই অনুশীলনৰ দ্বাৰা ভাৰতীয় বায়ুসেনাৰ ক্ষমতা শক্তিশালী হ'ব আৰু অনুশীলনত অংশগ্ৰহণ কৰা দেশসমূহৰ সৈতে ভাৰতৰ সহযো...

March 31, 2025 11:34 AM

views 12

উধমপুৰ-শ্ৰীনগৰ-বাৰামূল্লা ৰে’ল সংযোজনৰ ২৭২ কিলোমিটাৰ ৰে’লপথ সম্পূৰ্ণ, ১৯ এপ্ৰিলত প্ৰধানমন্ত্ৰীৰ দ্বাৰা উদ্বোধন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উধমপুৰ-শ্ৰীনগৰ-বাৰামূল্লা ৰে'ল সংযোজনৰ ২৭২ কিলোমিটাৰ সম্পূৰ্ণ হোৱা ৰেলপথৰ অহা ১৯ এপ্ৰিলত কাশ্মীৰৰ পৰা কাট্ৰালৈ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছৰ পতাকা জোকাৰি শুভাৰম্ভ কৰিব। কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিঙে কালি জম্মুত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কয়, যে প্রধানমন্ত্রী শ্...

March 31, 2025 11:23 AM

views 36

সমগ্ৰ দেশতে আজি ঈদ-উল-ফিতৰ উৎসৱ উদযাপন

পবিত্ৰ ৰমজান মাহৰ অন্তত আজি সমগ্ৰ দেশতে ঈদ-উল-ফিতৰ উৎসৱ উদযাপন কৰা হৈছে। ইছলাম ধৰ্মাৱলম্বী লোকসকলে ঈদগাহ আৰু মছজিদসমূহত ঈদৰ সমূহীয়া নামাজ পঢ়িব। দিল্লীত জামা মছজিদ, ফাতেহপুৰী মছজিদ আৰু শ্বাহী ঈদগাহ ময়দানত সমূহীয়া ঈদ নামাজৰ আয়োজন কৰা হৈছে। ঈদ উপলক্ষে ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিয়ে ইছলাম ধৰ্মাৱলম...

March 31, 2025 11:17 AM

views 8

দুদিনীয়া ভ্ৰমণসূচীৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আজি সন্ধিয়া মুম্বাইলৈ যাত্ৰা

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দুদিনীয়া ভ্ৰমণসূচীৰে আজি সন্ধিয়া মুম্বাইত উপস্থিত হব। ৰাষ্ট্ৰপতিগৰাকীয়ে কাইলৈ মুম্বাইত অনুষ্ঠিত হবলগীয়া ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ৯০ বছৰীয়া জয়ন্তী উদযাপনৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব|

March 30, 2025 10:07 PM

views 30

ৰাষ্ট্ৰীয় পৰিৱেশ সন্মিলনৰ সামৰণি অধিৱেশনত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ অংশগ্ৰহণ

■ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি নতুন দিল্লীত আজি ৰাষ্ট্ৰীয় পৰিৱেশ সন্মিলনৰ সামৰণি অধিৱেশনত অংশগ্ৰহণ কৰে। অনুষ্ঠানত ভাষণ দি শ্রী ধনখড়ে কয়, যে গোলকীয় পৰিৱেশ সম্পৰ্কীয় প্ৰত্যাহ্বানসমূহ সমাধান কৰাৰ বাবে আন্তর্জাতিক সহযোগিতাৰ প্ৰয়োজন। উদ্ভাৱনীমূলক কৌশলৰ জৰিয়তে পৰিৱেশগত বহনক্ষমতা তথা অর্থনৈতিক প্র...

March 30, 2025 10:03 PM

views 18

ছটিশগড়ৰ বিজাপুৰ জিলাত ৫০ গৰাকী মাওবাদীৰ আত্মসমৰ্পণ

■ ছটিশগড়ৰ বিজাপুৰ জিলাত আজি ৫০ গৰাকী মাওবাদীয়ে আত্মসমৰ্পণ কৰে। আত্মসমৰ্পণ কৰা মাওবাদীসকলৰ ভিতৰত ১৩ গৰাকীৰ বাবে ইতিমধ্যে ৬৮ লাখ টকা ঘোষণা কৰা হৈছিল। ৰাজ্যখনত প্ৰথমবাৰৰ বাবে এইদৰে বৃহৎসংখ্যক মাওবাদীয়ে আত্মসমৰ্পণ কৰিছে। আত্মসমৰ্পণকাৰী মাওবাদীসকলৰ প্ৰত্যেককে ২৫ হাজাৰ টকাকৈ উদগনিমূলক ধন প্ৰদান কৰা হৈছ...

March 30, 2025 9:27 PM

views 13

এন ডি এ-ক প্ৰগতিৰ অন্য নাম বুলি অভিহিত গৃহমন্ত্ৰী অমিত শ্বাহৰ

● জ্যেষ্ঠ বিজেপি নেতা তথা গৃহমন্ত্রী অমিত শ্বাহে আজি এন ডি এ-ক প্ৰগতিৰ অন্য নাম বুলি অভিহিত কৰিছে। বিহাৰৰ গোপালগঞ্জত এখন জনসভাত ভাষণ দি শ্ৰী শ্বাহে এই কথা প্রকাশ কৰে। গৃহমন্ত্ৰীগৰাকী বিহাৰ ভ্ৰমণৰ অন্তিম খেপত আজি পাৰ্টনাত এন ডি এৰ পাঁচোটা দলৰ নেতাসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। গোপালগঞ্জত এখন জনসভাক স...

March 30, 2025 8:53 PM

views 20

বেংগালুৰু-গুৱাহাটী-কামাখ্যা ছুপাৰ ফাষ্ট এক্সপ্ৰেছ ৰে’লৰ ১১ টা দবা লাইনচ্যুত

● বেংগালুৰু-গুৱাহাটী-কামাখ্যা ছুপাৰ ফাষ্ট এক্সপ্ৰেছ ৰে'লৰ ১১ টা দবা আজি ওড়িষাৰ কটকৰ নিৰ্গণ্ডি ৰে’ল ষ্টেচনৰ সমীপত লাইনচ্যুত হয়। চৰকাৰী তথ্য অনুসৰি এই ঘটনাত এজন লোক নিহত হোৱাৰ লগতে ৭ গৰাকী লোক আহত হয়। আহত যাত্ৰীসকলক কটকৰ এছ চি বি চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। উল্লেখযোগ্য যে ৰ...

March 30, 2025 6:06 PM

views 23

বেংগালুৰু-গুৱাহাটী কামাখ্যা ছুপাৰ ফাষ্ট এক্সপ্ৰেছ দুৰ্ঘটনাগ্ৰস্ত

ওড়িশাৰ কটক জিলাৰ নিৰগুন্দি ৰে'লৱে ষ্টেচনৰ সমীপত আজি বেংগালুৰু-গুৱাহাটী কামাখ্যা ছুপাৰ ফাষ্ট এক্সপ্ৰেছ দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাৰ ফলত ৰে'লখনৰ ১১টা দবা লাইনচ্যুত হৈ এজন লোক নিহত হোৱাৰ লগতে কমেও ৭ জন লোক আহত হৈছে। আহত যাত্রীসকলক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ইতিমধ্যে ঘটনাস্থলীত ৰে'ল বিভাগৰ ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।