April 30, 2025 7:40 PM
15
জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাত পাকিস্তানে চলোৱা গুলীবৰ্ষণৰ যোগ্য প্রত্যুত্তৰ ভাৰতৰ
সেনাবাহিনীয়ে যোৱা নিশা জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত পাকিস্তানী সেনা বাহিনীয়ে চলোৱা গুলী বৰ্ষণৰ যোগ্য প্রত্যুত্তৰ দিয়ে । প্ৰতিৰক্ষা সূত্ৰই প্ৰকাশ কৰা মতে পাকিস্তানী সেনাই যোৱানিশা নিয়ন্ত্ৰণৰেখাৰ সমীপৰ নৌচেৰা, সুন্দেৰবনী আৰু অখনুৰ খণ্ডৰ বিপৰীত দিশৰ এলেকাসমূহক লক্ষ্য কৰি অপ্ৰৰোচিতভাৱে গুলী...