May 8, 2025 10:44 AM
10
সিন্দূৰ অভিযানত সশস্ত্র বাহিনীৰ অসীম বীৰত্ব আৰু সাহস প্ৰদৰ্শনেৰে ইতিহাস ৰচনাঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং
সিন্দুৰ অভিযানৰ সময়ত অসীম বীৰত্ব আৰু সাহস প্ৰদৰ্শনেৰে সশস্ত্র বাহিনীসমূহে ইতিহাস ৰচনা কৰিছে বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মন্তব্য কৰিছে। নতুন দিল্লীত কালি সীমান্ত পথ সংস্থাই ছখন ৰাজ্য আৰু দুটা কেন্দ্ৰীয়শাসিত অঞ্চলত ৰূপায়ণ কৰা ৫০টা প্ৰকল্প উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ ক...