ৰাষ্ট্ৰীয়

May 9, 2025 11:34 AM

views 36

উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্রবন্ধক চেতন শ্রীবাস্তৱৰ বিৰুদ্ধে ভাৰতীয় সংবিধান আৰু কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা উলংঘা কৰাৰ গুৰুতৰ অভিযোগ

নিখিল ভাৰত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি ৰে'লৱে কৰ্মচাৰী সন্থাৰ এন এফ ৰে'লৱে মণ্ডল সমিতিয়ে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্রবন্ধক চেতন শ্রীবাস্তৱৰ বিৰুদ্ধে ভাৰতীয় সংবিধান আৰু কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা উলংঘা কৰাৰ গুৰুতৰ অভিযোগ আনিছে। কালি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদ মেলত সমিতিৰ সাধা...

May 8, 2025 8:49 PM

views 22

আজি বিশ্ব থেলাছেমিয়া দিৱস

আজি বিশ্ব থেলাছেমিয়া দিৱস। এই ৰোগত আক্ৰান্ত ৰোগীসকলৰ সংগ্ৰামৰ প্ৰতি সন্মান জনোৱাৰ লগতে ৰোগ আৰু ইয়াৰ লক্ষ্যণ সম্পৰ্কে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰতি বছৰে ৮ মে'ত এই দিৱস উদযাপন কৰা হয়। এই বছৰৰ দিৱসৰ মূল বিষয়বস্তু হৈছে, থেলাছেমিয়াৰ বাবে একেলগে ঃ সমূহিক একতা আৰু ৰোগীক অগ্ৰাধিকাৰ । নত...

May 8, 2025 8:44 PM

views 22

২৯ মে’ৰ পৰা বিকশিত কৃষি সংকল্প অভিযান মুকলি কৰা হ’ব : শিৱৰাজ সিং চৌহান

অহা ২৯ মে'ৰ পৰা বিকশিত কৃষি সংকল্প অভিযান মুকলি কৰা হ'ব বুলি কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি প্ৰকাশ কৰে। অহা ১২ জুনলৈ চলিবলগীয়া এই অভিযানৰ জৰিয়তে কৃষকৰ মাজত আধুনিক প্রযুক্তি আৰু বিবিধ নতুন বীজৰ সৈতে সজাগতাৰ সৃষ্টি কৰা হ'ব। নতুন দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় কৃষি-খাৰিফ সজাগতা সন্মিলন ২০...

May 8, 2025 8:20 PM

views 24

উত্তৰ কাশীত সংঘটিত হেলিকপ্তাৰ দুৰ্ঘটনাত ৬গৰাকী তীর্থযাত্ৰী নিহত

উত্তৰাখণ্ডৰ উত্তৰ কাশী জিলাত আজি পুৱা সংঘটিত এটা হেলিকপ্তাৰ দুৰ্ঘটনাত ছগৰাকী তীর্থযাত্ৰীয়ে প্ৰাণ হেৰুওৱাৰ লগতে আন এজন আহত হয়। তীর্থযাত্রীসকলক কঢ়িয়াই ডেৰাডুনৰ সহস্ৰধাৰা হেলিপেডৰ পৰা খাৰছালি হেলিপেড অভিমুখে গৈ থকা অৱস্থাত এটা ব্যক্তিগত প্ৰতিষ্ঠানৰ হেলিকপ্তাৰখন গংগনানী এলেকাৰ ওচৰত দুৰ্ঘটনাত পতিত হয...

May 8, 2025 8:12 PM

views 20

ভাৰতীয় সশস্ত্র বাহিনীৰ বীৰত্বক সকলো ৰাজনৈতিক দলৰ নেতাৰ প্ৰশংসা

সন্ত্ৰাসবাদৰ বিৰুদ্ধে উচিত প্ৰত্যুত্তৰ দিয়াৰ বাবে ভাৰতীয় সশস্ত্র বাহিনীৰ বীৰত্বক সকলো ৰাজনৈতিক দলৰ নেতাই প্ৰশংসা কৰিছে। অপাৰেচন সিন্দূৰ সন্দৰ্ভত আজি নতুন দিল্লীৰ সংসদ ভৱনত অনুষ্ঠিত সর্বদলীয় বৈঠকত ৰাজনৈতিক দলৰ নেতাসকলে এই অভিযানৰ প্ৰতি একমুখে সমর্থন প্রকাশ কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অধ্যক...

May 8, 2025 8:02 PM

views 9

দিল্লী বিমানবন্দৰত প্ৰায় ৯০খন বিমানৰ সেৱা বাতিল

দিল্লী বিমানবন্দৰৰ পৰা যাত্ৰা কৰিবলগীয়া আৰু বিমানবন্দৰত অৱতৰণ কৰিবলগীয়া প্ৰায় ৯০ খন বিমানৰ সেৱা আজি পুৱা ৮ বজাৰ পৰা দিনৰ ২ বজালৈ বাতিল কৰা হয়। ইয়াৰ ভিতৰত ১১ খন আন্তঃৰাষ্ট্ৰীয় আৰু ৭৯ খন ঘৰুৱা বিমান আছে। ইয়াৰ পূৰ্বে অপাৰেচন সিন্দূৰৰ পৰিপ্ৰেক্ষিতত জম্মু, শ্ৰীনগৰ, লেহ, জোধপুৰ, অমৃতসৰ, ভূজ, জামনগৰ...

May 8, 2025 7:56 PM

views 13

সিন্দুৰ অভিযান সন্দৰ্ভত প্ৰতিৰক্ষা আৰু বৈদেশিক পৰিক্ৰমা মন্ত্রালয়ৰ সংবাদমেল

পেহেলগাম আক্ৰমণৰ প্ৰত্যুত্তৰ হিচাপে কেৱল পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিতহে আক্ৰমণ চলাই ভাৰতে সিন্দুৰ অভিযান আৰম্ভ কৰিছিল যদিও পাকিস্তানৰ আক্রোশমূলক প্রত্যাক্রমণৰ উচিত প্ৰত্যুত্তৰ হিচাপে এই অভিযান অব্যাহত ৰাখিব। প্ৰতিৰক্ষা আৰু বৈদেশিক পৰিক্ৰমা মন্ত্রালয়ে আজি আয়োজন কৰা এখন সংবাদমেলত বিদেশ সচিব বিক্রম ...

May 8, 2025 7:48 PM

views 17

পাকিস্তানৰ ওপৰত সিন্দূৰ অভিযান এতিয়াও অব্যাহত আছে : ৰাজনাথ সিং

পাকিস্তানী সন্ত্রাসবাদীয়ে পেহেলগামত চলোৱা আক্ৰমণৰ ঘটনাৰ প্ৰতিশোধকল্পে আৰম্ভ কৰা সিন্দূৰ অভিযান এতিয়াও অব্যাহত আছে বুলি কেন্দ্রীয় চৰকাৰে প্ৰকাশ কৰিছে। বিষয়টো সন্দৰ্ভত আজি সংসদ ভৱনত অনুষ্ঠিত এখন সর্বদলীয় বৈঠকত এই বিষয়ে জানিবলৈ দি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে ভাৰতৰ এই অভিযানত বৰ্তমানলৈ ১...

May 8, 2025 11:33 AM

views 8

জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণৰেখাত পাকিস্তানী সেনাৰ নিৰৱচ্ছিন্ন গোলাবর্ষণ, ভাৰতীয় সেনাৰ যোগ্য প্ৰত্যুত্তৰ

যোৱা নিশা পাকিস্তানৰ সেনাই নিয়ন্ত্ৰণৰেখাত নিৰৱচ্ছিন্নভাৱে গোলাবর্ষণ কৰে। অৱশ্যে সেনাবাহিনীয়ে পাকিস্তানী সেনাই যুদ্ধ বিৰতি উলংঘা কৰি চলোৱা এই গোলাবর্ষণৰ যথাযোগ্য প্ৰত্যুত্তৰ দিয়ে। সেনাবাহিনীৰ সূত্ৰই জনোৱা অনুসৰি পাকিস্তানৰ সেনাই জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণৰেখাৰ সমীপৰ কুপৱাৰা, বাৰামুল্লা, উৰি আৰু আখন...

May 8, 2025 11:15 AM

views 14

সিন্দূৰ অভিযান সন্দৰ্ভত আজি নতুন দিল্লীত সর্বদলীয় বৈঠক

চৰকাৰে সিন্দূৰ অভিযান সন্দৰ্ভত আজি নতুন দিল্লীত এখন সর্বদলীয় বৈঠকৰ আহ্বান কৰিছে। বৈঠকত চৰকাৰে ভিন ভিন ৰাজনৈতিক দলৰ নেতাসকলক এই অভিযানৰ বিষয়ে অৱগত কৰিব। বিভিন্ন দলৰ নেতাই দলীয় স্বাৰ্থৰ ঊৰ্ধ্বলৈ গৈ সিন্দূৰ অভিযানক প্ৰশংসা কৰিছে আৰু সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সশস্ত্র বাহিনীসমূহে গ্ৰহণ কৰা ব্যৱস্থাক লৈ গ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।