ৰাষ্ট্ৰীয়

May 10, 2025 11:26 AM

views 6

গুজৰাট চৰকাৰৰ সীমান্ত অঞ্চলসমূহত স্বাস্থ্য সেৱা সুলভ, অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰ্যাপ্ত যোগান-মূল্য নিয়ন্ত্ৰণৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ

ভাৰত আৰু পাকিস্তানৰ মাজত বর্ধিত উত্তেজনাৰ প্ৰতি লক্ষ্য ৰাখি গুজৰাট চৰকাৰে সীমান্ত অঞ্চলসমূহত স্বাস্থ্য সেৱা সুলভ কৰাৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান পৰ্যাপ্ত কৰা আৰু এইসমূহৰ মূল্য নিয়ন্ত্ৰণৰ বাবে কেতবোৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ভূপেন্দ্র পেটেলে কালি নিশা ৰাজ্যিক জৰুৰীকাল...

May 10, 2025 11:23 AM

views 9

মুম্বাইত বিভিন্ন সংস্থাৰ বিষয়াসকলৰ সৈতে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৰ্যালোচনা বৈঠক

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি মুম্বাইত বিভিন্ন সংস্থাৰ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে গুৰুত্বপূৰ্ণ সামুদ্রিক প্রকল্পসমূহৰ যাৱতীয় দিশৰ বুজ লয় আৰু ব্যৱসায় স্বাভাৱিক হৈ থকাটো...

May 9, 2025 9:06 PM

views 28

খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া ২০২৫ৰ শ্বুটিঙত পাৰ্থ ৰাকেশ মানে আৰু সম্ভৱী শ্ৰৱণ ক্ষিসাগৰৰ সোণৰ পদক অৰ্জন

খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া ২০২৫ৰ শ্বুটিঙত মহাৰাষ্ট্ৰৰ পাৰ্থ ৰাকেশ মানে আৰু সম্ভৱী শ্ৰৱণ ক্ষিসাগৰে ১০ মিটাৰ এয়াৰ ৰাইফল মিক্সড টীম শাখাত সোণৰ পদক অৰ্জন কৰিছে। খেলখন নতুন দিল্লীৰ ড০ কাৰ্ণি সিং শ্বুটিং ৰেঞ্জত অনুষ্ঠিত হৈছিল। উল্লেখযোগ্য যে এই জয়েৰে সম্ভৱী শ্ৰৱণ ক্ষিৰসাগৰে খেলো ইণ্ডিয়াত দ্বিতীয়টো সোণৰ...

May 9, 2025 8:42 PM

views 11

গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ অধ্যক্ষতাত উচ্চস্তৰীয় বৈঠক

সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে ৰাজ্যখনৰ প্ৰস্তুতি আৰু সজাগতা সন্দৰ্ভত আজি এখন উচ্চস্তৰীয় বৈঠকত মিলিত হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে সীমান্তৱৰ্ত্তী জিলা যেনে কুশ্ব, বানচকান্থ, পটন আৰু জামনগৰৰ উচ্চপদস্থ বিষয়া, জিলা প্ৰশাসন আৰু আৰক্ষীৰ সৈতে সুৰক্ষা, সজাগ...

May 9, 2025 8:39 PM

views 14

৯টা ড্রোণ বিৰোধী ব্যৱস্থা ক্ৰয় কৰিবলৈ পঞ্জাব চৰকাৰৰ সিদ্ধান্ত গ্ৰহণ

পঞ্জাব চৰকাৰে ৯টা ড্রোণ বিৰোধী ব্যৱস্থা ক্ৰয় কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ভাগৱন্ত সিং মানে এই কথা প্ৰকাশ কৰিছে। সীমান্ত সুৰক্ষা বাহিনীৰ সহায়ত নিচাযুক্ত দ্ৰৱ্যৰ সৰবৰাহৰ ক্ষেত্ৰত দৃষ্টি ৰাখিবলৈ ৰাজ্যখনৰ ৬খন জিলাত এই ব্যৱস্থাসমূহ ৰূপায়ণ কৰা হ'ব। আজি পঞ্জাব চৰকাৰৰ কেবিনেট বৈঠকৰ...

May 9, 2025 8:35 PM

views 12

টেৰিটৰিয়েল আৰ্মীৰ প্ৰতিগৰাকী বিষয়া আৰু কৰ্মীক আনিবলৈ সেনাবাহিনীৰ মুৰব্বীক ক্ষমতা প্ৰদান

কেন্দ্ৰীয় চৰকাৰে নিয়মীয়া সেনবাহিনীক সহায় কৰিবলৈ, অত্যাৱশ্যকীয় প্ৰহৰীৰ ব্যৱস্থা কৰিবলৈ আৰু পৰিপূৰক কাম কৰিবলৈ টেৰিটৰিয়েল আৰ্মীৰ প্ৰতিগৰাকী বিষয়া আৰু কৰ্মী মাতি পঠিয়াবলৈ সেনাবাহিনীৰ মুৰববীক ক্ষমতা প্ৰদান কৰিছে। ১৯৪৮ চনৰ টেৰিটৰিয়েল আৰ্মীৰ শাসনৰ অধীনত সেনা প্রধানক এই ক্ষমতা প্ৰদান কৰা হৈছে। এই ...

May 9, 2025 8:21 PM

views 12

কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্মবার্ষিকীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শ্রদ্ধাঞ্জলি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্মবার্ষিকী উপলক্ষে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টযোগে তেওঁ কয় যে দেশৰ সাহিত্য আৰু সাংস্কৃতিক ঐতিহ্যৰ ক্ষেত্ৰত কবিগুৰুৱে আগবঢ়োৱা অৱদান অতি উল্লেখনীয়। ৰবীন্দ্ৰনাথ ঠাকুৰৰ সৃষ্টিসমূহে মানৱতাবাদৰ গুৰুত্ব আৰোপ কৰাৰ লগতে জ...

May 9, 2025 8:17 PM

views 23

দিল্লী বিমান বন্দৰত আজি ১৩৮ খন বিমানৰ সেৱা বাতিল

দিল্লী বিমান বন্দৰত আজি ১৩৮ খন বিমানৰ সেৱা বাতিল কৰা হয়। ইয়াৰ ভিতৰত অৱতৰণ কৰিবলগীয়া ৪ খন আন্তঃৰাষ্ট্ৰীয় বিমান, যাত্ৰা কৰিবলগীয়া ৫ খন আন্তঃৰাষ্ট্ৰীয় বিমান, ৬৩ খন অৱতৰণ কৰিবলগীয়া ঘৰুৱা বিমান আৰু ৬৬ খন যাত্ৰা কৰিবলগীয়া ঘৰুৱা বিমান আছে। যাত্রীসকলক শেহতীয়া বিমানৰ তথ্যৰ বাবে সংশ্লিষ্ট সংস্থাৰ তথ্...

May 9, 2025 8:15 PM

views 30

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠক

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি দেশৰ পশ্চিম অংশৰ নিৰাপত্তা পৰিস্থিতি আৰু সেনাবাহিনীৰ প্রস্তুতি সম্পৰ্কত সশস্ত্র বাহিনীৰ প্ৰধান জেনেৰেল অনিল চৌহান, স্থল সেনাধ্যক্ষ জেনেৰেল উপেন্দ্ৰ দ্বিবেদী, বায়ুসেনাধ্যক্ষ এয়াৰ চীফ মার্শ্বেল অমৰপ্ৰীত সিং আৰু নৌসেনাধ্যক্ষ এডমিৰেল দীনেশ কে ত্রিপাঠীৰ সৈতে এখন উচ্চ ...

May 9, 2025 8:01 PM

views 17

বৈদেশিক সচিব বিক্রম মিশ্রি, কর্ণেল ছোফিয়া কুৰেশ্বি, উইং কমাণ্ডাৰ ব্যোমিকা সিঙৰ সংবাদমেল

পাকিস্তানে আজি পুৱতি নিশাৰে পৰা দেশৰ পশ্চিম অংশৰ জম্মু আৰু কাশ্মীৰৰ লে'হৰ পৰা গুজৰাটৰ চাৰ ক্ৰিকলৈকে সম্পূর্ণ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ৩৬ খন স্থানত শক্তিশালী কামান আৰু অস্ত্ৰ- শস্ত্ৰৰে আক্ৰমণ চলায়। ইয়াৰ উপৰিও পাকিস্তানে কেইবাটাও অঞ্চলত ড্রোনেৰে ভাৰতীয় সীমাৰ ভিতৰত সোমাই সশস্ত্র বাহিনীৰ ঘাটি আৰু গুৰ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।