ৰাষ্ট্ৰীয়

May 14, 2025 7:47 PM

views 11

ড° অজয় কুমাৰক কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অধ্যক্ষ হিচাপে নিয়োগ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ড° অজয় কুমাৰক কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অধ্যক্ষ হিচাপে নিয়োগ কৰিছে। কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগে জাৰি কৰা নিৰ্দেশনা অনুসৰি ড° কুমাৰে কাৰ্যভাৰ গ্ৰহণ কৰাৰ দিনৰে পৰা অধ্যক্ষ হিচাপে তেওঁৰ কাৰ্যাকাল আৰম্ভ হ'ব। ড° কুমাৰ ১৯৮৫ বেছৰ কেৰালা কেডাৰৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ...

May 14, 2025 7:42 PM

views 13

চীফ অব ডিফেন্স ষ্টাফ জেনেৰেল অনিল চৌহানসহ সেনাৰ ৩ মুৰব্বীৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক সাক্ষাৎ

চীফ অব ডিফেন্স ষ্টাফ জেনেৰেল অনিল চৌহান, স্থল সেনাৰ মুৰব্বী জেনেৰেল উপেন্দ্ৰ দ্বিবেদী, বায়ুসেনাৰ মুৰব্বী এয়াৰ চীফ মার্শ্বেল এ পি সিং আৰু নৌসেনাৰ মুৰব্বী এডমিৰেল দীনেশ কে ত্ৰিপাঠীয়ে আজি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক সাক্ষাৎ কৰি অপাৰেচন সিন্দূৰ সম্পৰ্কে অৱগত কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত ৰাষ...

May 14, 2025 11:30 AM

views 4

পাকিস্তানত এতিয়া সন্ত্রাসবাদী শান্তিৰে লুকাই থাকিব পৰা কোনো ঠাই নাই বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কঠোৰ বাৰ্তা

পাকিস্তানত এতিয়া সন্ত্রাসবাদীয়ে শান্তিৰে লুকাই থাকিব পৰা কোনো ঠাই নাই বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কঠোৰ বাৰ্তা দিছে। তেওঁ কয় যে সন্ত্রাসবাদীক তেওঁলোকৰ ঘাটিতে নিঃশেষ কৰাৰ সামৰ্থ ভাৰতৰ আছে। পাঞ্জাবৰ আদমপুৰ বায়ু সেনা ঘাটিত কালি বাহিনীটোৰ জোৱানসকলৰ সৈতে মত বিনিময় কৰি প্রধানমন্ত্ৰীয়ে এইদৰে প...

May 14, 2025 11:24 AM

views 13

জম্মু-কাশ্মীৰ সম্পৰ্কীয় যিকোনো বিষয়ত ভাৰত-পাকিস্তানে দ্বিপাক্ষিক আলোচনা কৰিবঃ ৰনধীৰ জয়ছোৱাল

জম্মু-কাশ্মীৰ সম্পৰ্কীয় যিকোনো বিষয়ত ভাৰত আৰু পাকিস্তানে দ্বিপাক্ষিক আলোচনা কৰিব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰনধীৰ জয়ছোৱালে প্রকাশ কৰিছে। কালি এখন সংবাদমেলত মুখপাত্রগৰাকীয়ে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে এই ক্ষেত্ৰত ভাৰতৰ নীতি অপৰিৱৰ্তিত হৈ আছে। সিন্ধু জলচুক্তিখন স্থগিত ৰখা ...

May 14, 2025 11:21 AM

views 10

পাকিস্তানৰ বিৰুদ্ধে আক্ৰমণত শ্বহীদ মণিপুৰৰ দীপক চিমনগাখামৰ শেষকৃত্য সামৰিক মৰ্যাদাৰে সম্পন্ন

পাকিস্তানৰ বিৰুদ্ধে আক্ৰমণত শ্বহীদ হোৱা মণিপুৰৰ দীপক চিমনগাখাম নামৰ জোৱানজনৰ শেষকৃত্য কালি সামৰিক মৰ্যাদাৰে ইম্ফলত সম্পন্ন কৰা হয়। ইম্ফললৈ জোৱানগৰাকীৰ নশ্বৰদেহ অনাৰ পাছত বীৰ টিকেন্দ্ৰজিত আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত শ্বহীদৰ প্ৰতি শেষ শ্রদ্ধা জ্ঞাপন কৰা হয়। মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাৰ উপৰি ...

May 14, 2025 10:12 AM

views 11

অপাৰেচন সিন্দূৰৰ সফলতাৰ পাছত ৰাষ্ট্ৰজুৰি ‘সৌর্য সন্মান যাত্রা’ শীর্ষক ত্ৰিৰংগা যাত্রাৰ আয়োজন

অপাৰেচন সিন্দূৰৰ সফলতাৰ পাছত সশস্ত্র বাহিনীৰ বীৰত্বক উদযাপনৰ উদ্দেশ্যে ৰাষ্ট্ৰজুৰি আৰম্ভ হোৱা সৌর্য সন্মান যাত্রা শীর্ষক ত্ৰিৰংগা যাত্রা কালি নতুন দিল্লীত আয়োজন কৰা হয়। কৰ্তব্য পথৰ পৰা ইণ্ডিয়া গেটৰ যুদ্ধ স্মাৰকলৈ কৰা এই যাত্ৰাত দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা, বিজেপিৰ সাধাৰণ সচিব তৰুণ চুঘ আৰু অন...

May 14, 2025 10:09 AM

views 12

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নতুন দিল্লীৰ বাসগৃহত ৰাষ্ট্ৰীয় যক্ষ্মা নির্মূলকৰণ আঁচনি সন্দৰ্ভত উচ্চ পর্যায়ৰ পৰ্যালোচনা বৈঠক

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি তেওঁৰ নতুন দিল্লীৰ বাসগৃহত ৰাষ্ট্ৰীয় যক্ষ্মা নির্মূলকৰণ আঁচনি সন্দৰ্ভত এখন উচ্চ পর্যায়ৰ পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। প্ৰধানমন্ত্রীয়ে বিগত বৰ্ষত যক্ষ্মা ৰোগীৰ চিকিৎসা আৰু এই ৰোগ সোনকালে ধৰা পেলোৱাৰ ক্ষেত্ৰত লাভ কৰা উল্লেখনীয় অগ্ৰগতিৰ প্ৰশংসা কৰে। তেওঁ যক্ষ্ম...

May 14, 2025 10:08 AM

views 10

ধনতেৰচৰ দিনা পালন কৰি অহা আয়ুৰ্বেদ দিৱস এতিয়াৰে পৰা ২৩ ছেপ্টেম্বৰত পালনৰ সিদ্ধান্ত চৰকাৰৰ

চৰকাৰে ২৩ ছেপ্টেম্বৰক আয়ুৰ্বেদ দিৱস হিচাপে ঘোষণা কৰিছে। আয়ুষ মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে পূৰ্বে ধনতেৰচৰ দিনা পালন কৰি অহা আয়ুৰ্বেদ দিৱস এতিয়াৰে পৰা ২৩ ছেপ্টেম্বৰত পালন কৰা হ'ব। মন্ত্ৰ্যালয়ে উল্লেখ কৰে যে, আয়ুৰ্বেদক বিজ্ঞানসন্মত, প্রমাণ আধাৰিত আৰু সামগ্ৰিক চিকিৎসা পদ্ধতি হিচাপে প্ৰচাৰ কৰাৰ বাব...

May 14, 2025 10:06 AM

views 17

নয়ডা আৰু বেংগালুৰুত নতুন অত্যাধুনিক প্ৰকল্পৰ উদ্বোধন কেন্দ্রীয় ইলেক্ট্রনিকছ আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ

কেন্দ্রীয় ইলেক্ট্রনিকছ আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কালি নয়ডা আৰু বেংগালুৰুত নতুন অত্যাধুনিক প্ৰকল্পৰ উদ্বোধন কৰে। নতুন প্ৰকল্পৰ বৈশিষ্ট্যৰ বিষয়ে উল্লেখ কৰি শ্ৰী বৈষ্ণৱে কয় যে, অগ্রণী ৩ নেন'মিটাৰ চিপ ডিজাইনিঙৰ কাম কৰিবলগীয়া ভাৰতৰ এই প্ৰথমটো প্রতিষ্ঠানে অর্ধপৰিবাহী উদ্ভাৱনৰ প্ৰতিযো...

May 14, 2025 10:04 AM

views 7

নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠনৰ দুজন সদস্যক গ্ৰেপ্তাৰ ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ

ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই (এন আই এ) নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠনৰ দুজন লোকক গ্ৰেপ্তাৰ কৰিছে। বিগত বৰ্ষৰ নৱেম্বৰত মণিপুৰৰ জিৰিবাম জিলাত এগৰাকী মহিলাক নৃশংসভাৱে হত্যা কৰা আৰু বহুকেইটা ঘৰ লুটপাত কৰি জ্বলাই দিয়া কাৰ্যৰ সৈতে জড়িত থকাৰ অভিযোগত লোক দুজনক গ্ৰেপ্তাৰ কৰা হয়। এন আই এই এটা বিবৃতিত প্ৰকাশ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।