ৰাষ্ট্ৰীয়

May 16, 2025 7:56 PM

views 10

সন্ত্ৰাসবাদৰ সমৰ্থন কৰাৰ ক্ষেত্ৰত পাকিস্তানৰ বিভিন্ন ভূমিকা গ্ৰহণ

সন্ত্ৰাসবাদৰ সমৰ্থন কৰাৰ ক্ষেত্ৰত পাকিস্তানে বিভিন্ন ভূমিকা গ্ৰহণ কৰি আহিছে। বিভিন্ন সন্ত্রাসবাদী সংগঠনক বিত্তিয় সাহায্য প্ৰদান কৰাৰ পৰা আৰম্ভ কৰি বিভিন্ন সন্ত্ৰাসবাদী গোটৰ সৈতে দেশখনৰ পোনপটীয়া সম্পৰ্কৰ তথ্য-প্রমাণ পোৱা গৈছে। এটা ব্ৰিটিছ বাতৰি প্ৰতিষ্ঠানৰ সৈতে হোৱা সাক্ষাৎকাৰত পাকিস্তানৰ প্ৰতিৰক্ষ...

May 16, 2025 7:53 PM

views 13

আই টি বি পিয়ে ওখ শৃংগ মাউণ্ট মাকালু আৰোহণ কৰাৰ বাবে গৃহমন্ত্রীৰ শুভেচ্ছা জ্ঞাপন

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ভাৰত-তীব্বতীয় সীমান্ত আৰক্ষী আই টি বি পি বিশ্বৰ পঞ্চমটো ওখ শৃংগ মাউণ্ট মাকালু আৰোহণ কৰাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত শ্ৰী শ্বাহে কয়, যে আই টি বি পিৰ বিষয়াসকলে শৃংগটোত ত্ৰিৰংগ পতাকা উৰুওৱাৰ লগতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ...

May 16, 2025 7:48 PM

views 14

পাপুৱা নিউগিনিত পলিঅ’ৰ প্রাদুর্ভাৱ হোৱা বুলি বিশ্ব স্বাস্থ্য সংস্থাৰ ঘোষণা

বিশ্ব স্বাস্থ্য সংস্থাই পাপুৱা নিউগিনিত পলিঅ'ৰ প্রাদুর্ভাব হোৱা বুলি ঘোষণা কৰাৰ লগতে শীঘ্ৰে প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে। উল্লেখযোগ্য যে, দেশখনৰ উত্তৰ-পূৰ্বাঞ্চলৰ উপকূলীয় মহানগৰ লাইত চলোৱা নিয়মীয়া পৰীক্ষণৰ সময়ত সুস্থ-সবল শিশুৰ দেহত অতি সংক্ৰামক এই ভাইৰাছ বিধৰ উপস্থিতি ধৰা পৰে ...

May 16, 2025 11:48 AM

views 14

অপাৰেচন সিন্দূৰ অভিযান সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতে গ্ৰহণ কৰা ইতিহাসৰ সবাতোকৈ বৃহৎ ব্যৱস্থাঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ সন্ত্ৰাসবাদবিৰোধী নীতিৰ নতুন সংজ্ঞা দিছে আৰু ভাৰতৰ ভূমিত হোৱা যিকোনো সন্ত্রাসবাদী আক্রমণক যুদ্ধ বুলি গণ্য কৰাৰ কথা স্পষ্ট কৰি দিছে বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্রকাশ কৰিছে। তেওঁ লগতে সিন্দূৰ অভিযানক সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতে গ্ৰহণ কৰা ইতিহাসৰ সবাতোকৈ বৃ...

May 16, 2025 11:47 AM

views 24

ভাৰতে শান্তিৰ দৃষ্টিভংগী বৰ্তাই ৰাখি সন্ত্ৰাসবাদীৰ বিৰুদ্ধে নিখুঁতভাৱে আক্রমণ চলাই নতুন গোলকীয় মান স্থাপন কৰিছেঃ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়

ভাৰতে শান্তিৰ দৃষ্টিভংগী বৰ্তাই ৰাখি সন্ত্ৰাসবাদীৰ বিৰুদ্ধে নিখুঁতভাৱে আক্রমণ চলাই নতুন গোলকীয় মান স্থাপন কৰিছে বুলি উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে প্ৰকাশ কৰিছে। জয়পুৰত কালি বিয়লি ভেইৰো সিং শেখাৱট স্মাৰক পুস্তকালয় মুকলি কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে সন্ত্ৰাসবাদ এতিয়া আৰু ...

May 16, 2025 11:45 AM

views 8

নতুন দিল্লীৰ এইমছত চত্তিশগড়-তেলেংগানা সীমান্তত নক্সালবিৰোধী অভিযানত আহত সুৰক্ষা কৰ্মীসকলৰ স্বাস্থ্যৰ বুজ লয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কালি নতুন দিল্লীত অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান (এইমছ) পৰিদৰ্শন কৰি চত্তিশগড় আৰু তেলেংগানা সীমান্তত কৰেগুট্টা পার্বত্য অঞ্চলত চলোৱা ২১ দিন জোৰা নক্সালবিৰোধী অভিযানত আহত সুৰক্ষা কৰ্মীসকলৰ স্বাস্থ্যৰ বুজ লয়। শ্ৰীশ্বাহে সামাজিক মাধ্যমযোগে কয়, যে সুৰক্ষা বাহি...

May 16, 2025 11:43 AM

views 10

ৰাছিয়াৰ সৈতে ইস্তানবুলত হ’বলগীয়া শান্তিবাৰ্তাত অংশগ্রহণ নকৰে ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমীৰ জেলেনস্কিয়ে

ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ'ল'ডিমীৰ জেলেনস্কিয়ে ইস্তানবুলত ৰাছিয়াৰ সৈতে হ'বলগীয়া শান্তিবাৰ্তাত অংশগ্রহণ নকৰে বুলি ঘোষণা কৰিছে। অৱশ্যে দুয়ো দেশৰ মাজৰ উত্তেজনা হ্ৰাস কৰাৰ বাবে শ্রীজেলেনস্কিয়ে প্ৰতিৰক্ষা মন্ত্ৰী ৰুস্তেম উমেৰ’ভৰ নেতৃত্বত এটা প্ৰতিনিধি দল প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁ কালি আংকা...

May 16, 2025 11:42 AM

views 12

হীৰা ব্যৱসায়ী নীৰব মোদীৰ শেহতীয়া জামিন আৱেদন খাৰিজ লণ্ডনৰ উচ্চ ন্যায়ালয়ৰ

লণ্ডনৰ উচ্চ ন্যায়ালয়ে হীৰা ব্যৱসায়ী নীৰব মোদীৰ শেহতীয়া জামিন আৱেদন খাৰিজ কৰিছে। নীৰব মোদী সম্প্ৰতি লণ্ডনৰ কাৰাগাৰত বন্দী হৈ আছে। ১৩ হাজাৰ কোটি টকীয়া পঞ্জাব নেচনেল বেংক প্রৱঞ্চনা গোচৰত নীৰব মোদী আৰু তেওঁৰ মোমায়েক মেহুল চকছিক ভাৰতত বিচাৰি থকা হৈছে। নীৰব মোদীয়ে কালি লণ্ডনৰ আদালতত প্রত্যর্পণ আৱেদন...

May 16, 2025 11:41 AM

views 14

ভাৰত আৰু ইউৰোপীয় সংঘৰ সাগৰীয় প্লাষ্টিক আৱৰ্জনা নিষ্কাশন, আৱৰ্জনাক হাইড্ৰজেনলৈ ৰূপান্তৰকৰণৰ পদক্ষেপ গ্রহণ

ভাৰত আৰু ইউৰোপীয় সংঘই সাগৰীয় প্লাষ্টিক আৱৰ্জনা নিষ্কাশন তথা ৱেষ্ট-টু-হাইড্ৰ'জেন অর্থাৎ আৱৰ্জনাক হাইড্ৰজেনলৈ ৰূপান্তৰকৰণ প্ৰযুক্তি বিকাশৰ লক্ষ্যৰে ৩৯১ কোটি টকাৰ যৌথ বিনিয়োগেৰে দুটা বৃহৎ গৱেষণা আৰু উদ্ভাৱন পদক্ষেপ গ্রহণ কৰিছে। বিশ্বব্যাপী প্রচেষ্টা চলাই থকা সত্ত্বেও সাগৰীয় প্ৰদূষণে জৈৱ বৈচিত্ৰ্যৰ ...

May 16, 2025 11:39 AM

views 8

ভাৰত আৰু হণ্ডুৰাছৰ মাজত বিগত তিনিটা দশকত অর্থনৈতিক সম্পর্ক ক্রমাৎ বৃদ্ধি পাইছেঃ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ

ভাৰত আৰু হণ্ডুৰাছৰ মাজত বিগত তিনিটা দশকত অর্থনৈতিক সম্পর্ক ক্রমাৎ বৃদ্ধি পাইছে আৰু দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক বাণিজ্য ৩০ কোটি ডলাৰৰো অধিক হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে প্ৰকাশ কৰিছে। দিল্লীত কালি হণ্ডুৰাছৰ বিদেশ মন্ত্ৰী এডুৱার্দো এনৰিক ৰেইনা গাৰ্ছিয়াৰ সৈতে যৌথভাৱে দেশখনৰ দূতাবাস ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।