ৰাষ্ট্ৰীয়

May 18, 2025 6:58 PM

views 12

সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শূন্য সহনশীলতাৰ বাৰ্তা বিশ্বৰ বিভিন্ন দেশত বিলাবলৈ ভাৰতৰ সাংসদৰ সর্বদলীয় এটা দল বিশ্বৰ ভিন্ন দেশলৈ যাবলৈ সাজু

সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শূন্য সহনশীলতাৰ বাৰ্তা বিশ্বৰ বিভিন্ন দেশত বিলাবলৈ ভাৰতৰ সাংসদৰ সর্বদলীয় এটা দল বিশ্বৰ ভিন্ন দেশলৈ যাবলৈ সাজু হৈছে। ৫১ জনীয়া দলটোক কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ৭ টা গোটত ভাগ কৰি প্ৰতিটো গোট কোন কোন দেশলৈ যাব, তাৰ তালিকা প্রকাশ কৰিছে। সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী কিৰেণ ...

May 18, 2025 11:10 AM

views 15

সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ সমূহীয়া সংকল্পক প্ৰতিফলিত কৰাৰ উদ্দেশ্যে সাতটা সর্বদলীয় প্রতিনিধি দলৰ বিশ্বৰ আগশাৰীৰ ৰাষ্ট্ৰসমূহলৈ যাত্ৰা

সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ সমূহীয়া সংকল্পক প্ৰতিফলিত কৰি গ্ৰহণ কৰা অপাৰেচন সিন্দূৰৰ বিষয়ে জনোৱাৰ উদ্দেশ্যে সাতটা সর্বদলীয় প্রতিনিধি দলে বিশ্বৰ আগশাৰীৰ ৰাষ্ট্ৰসমূহ ভ্ৰমণ কৰিব। সর্বদলীয় প্রতিনিধিদলত অন্তৰ্ভুক্ত সাংসদসকলৰ বিষয়ে সদৰী কৰি সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে কালি সামাজিক মাধ্যময...

May 17, 2025 9:23 PM

views 6

পাকিস্তানৰ পৃষ্ঠপোষকতাপ্রাপ্ত সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ স্থিতি উপস্থাপনৰ বাবে চৰকাৰে বিভিন্ন দেশলৈ ৭টা বহুদলীয় প্রতিনিধি দল প্ৰেৰণ কৰিব

অপাৰেচন সিন্দূৰৰ জৰিয়তে স্পষ্ট হৈ উঠা পাকিস্তানৰ পৃষ্ঠপোষকতাপ্রাপ্ত সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ স্থিতি উপস্থাপনৰ বাবে বিভিন্ন দেশলৈ চৰকাৰে ৭ টা বহুদলীয় প্রতিনিধি দল প্ৰেৰণ কৰিব। এই প্রতিনিধি দলসমূহে এই মাহৰ শেষ ভাগলৈ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সদস্য ৰাষ্ট্রসহ ঘাই ঘাই সহযোগী দেশ ভ্ৰমণ কৰিব। এই দল...

May 17, 2025 9:22 PM

views 6

ভাৰতে দেশৰ হিতৰ পৰিপন্থী আৰু সংকটৰ সময়ত ইয়াৰ বিৰুদ্ধে থিয় দিয়া ৰাষ্ট্ৰসমূহক সবল কৰি তোলাৰ বিপদ মূৰ পাতি ল’ব নোৱাৰে বুলি উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ মন্তব্য

ভাৰতে দেশৰ হিতৰ পৰিপন্থী আৰু সংকটৰ সময়ত ইয়াৰ বিৰুদ্ধে থিয় দিয়া ৰাষ্ট্ৰসমূহক সৱল কৰি তোলাৰ বিপদ মূৰ পাতি ল’ব নোৱাৰে বুলি উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে মন্তব্য কৰিছে। নতুন দিল্লীত আজি জয়পুৰীয়া ব্যৱস্থাপনা প্ৰতিষ্ঠানৰ বাৰ্ষিক সমাৱৰ্তন সমাৰোহত ভাষণ দি শ্রীধনখড়ে এইদৰে মন্তব্য কৰে। তেওঁ কয় যে প্ৰতিগৰ...

May 17, 2025 9:20 PM

views 9

ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ শক্তিমন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰিব শক্তিমন্ত্ৰী মনোহৰ লালে

শক্তিমন্ত্ৰী মনোহৰ লাল পৰহিলৈ হ'বলগীয়া ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ শক্তিমন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণৰ বাবে ব্রাজিললৈ গৈছে। এই বৈঠকৰ সময়ত মন্ত্ৰীগৰাকীয়ে শক্তি সুৰক্ষা, সহজলভ্যতা, ব্যয়সাধ্যতা, বহনক্ষমতাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত ব্ৰিকছৰ শক্তিমন্ত্ৰীসকলৰ সৈতে বৈঠকত মিলিত হ'ব। শক্তি মন্ত্রালয়ে এক ব...

May 17, 2025 11:58 AM

views 27

চোৰাংচোৱা তথ্য বিনিময়ৰ নতুন বহুপাক্ষিক সংস্থা উদ্বোধন গৃহমন্ত্ৰীৰ

অপাৰেচন সিন্দূৰ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শক্তিশালী ৰাজনৈতিক ইচ্ছা শক্তি, চোৰাংচোৱা সংস্থাৰ নির্ভুল তথ্য আৰু তিনিওটা সশস্ত্র বাহিনীৰ অব্যর্থ আক্রমনাত্মক ক্ষমতাৰ অনন্য প্রতীক। নতুন দিল্লীত কালি চোৰাংচোৱা তথ্য বিনিময়ৰ নতুন বহুপাক্ষিক সংস্থা উদ্বোধন কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এইদৰে ...

May 16, 2025 9:07 PM

views 20

নতুন দিল্লীত চোৰাংচোৱা তথ্য বিনিময়ৰ নতুন সংস্থা উদ্বোধন

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি কয়, যে অপাৰেচন সিন্দুৰ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃঢ় ৰাজনৈতিক ইচ্ছাশক্তি, চোৰাংচোৱা সংস্থাৰ সঠিক তথ্য আৰু আমাৰ তিনিওটা সশস্ত্র বাহিনীৰ নিৰ্ভুল আক্রমণাত্মক ক্ষমতাৰ অনন্য প্রতীক। নতুন দিল্লীত আজি চোৰাংচোৱা তথ্য বিনিময়ৰ নতুন সংস্থা উদ্বোধন কৰি তেওঁ এইদৰে...

May 16, 2025 9:05 PM

views 19

বিশিষ্ট সংস্কৃত পণ্ডিত জগদগুৰু ৰামভদ্ৰাচাৰ্যক ২০২৩ বৰ্ষৰ বাবে জ্ঞানপীঠ বঁটা প্ৰদান

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে আজি নতুন দিল্লীত বিশিষ্ট সংস্কৃত পণ্ডিত জগদগুৰু ৰামভদ্ৰাচাৰ্যক ২০২৩ বৰ্ষৰ বাবে ৫৮ সংখ্যক জ্ঞানপীঠ বঁটা প্ৰদান কৰে। জগদগুৰু ৰামভদ্ৰাচাৰ্য আৰু বিশিষ্ট উর্দু কবি তথা সংগীতকাৰ গুলজাৰক ২০২৩ বৰ্ষৰ এই সন্মানীয় বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে। এই উপলক্ষে ৰাষ্ট্ৰপতিয়ে দুয়...

May 16, 2025 8:11 PM

views 16

বি এছ এফ বাহিনীৰ সঞ্চালক প্রধান দলজিৎ সি চৌধুৰীৰ জম্মুৰ সীমান্ত অঞ্চল পৰিদৰ্শন

সীমান্ত সুৰক্ষা বাহিনীৰ সঞ্চালক প্রধান দলজিৎ সি চৌধুৰীয়ে কালি জম্মুৰ সীমান্ত অঞ্চল পৰিদৰ্শন কৰি অপাৰেচন সিন্দূৰত জোৱানসকলে আগবঢ়োৱা অতুলনীয় অৱদানৰ শলাগ লয়। ছহিদসকলৰ প্ৰতি শ্ৰদ্ধা তৰ্পণ কৰি সঞ্চালক প্ৰধানগৰাকীয়ে পালাউৰাত থকা সীমান্ত সুৰক্ষা বাহিনীৰ মুখ্য কাৰ্যালয়ৰ অমৰ প্ৰহৰি স্মাৰকত উপ-পৰিদৰ্শক ...

May 16, 2025 8:01 PM

views 13

ছিকিমৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণলৈ ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছিকিমৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্ৰীমতী মুর্মুৱে প্রাকৃতিক প্রাচুর্য, ঐশ্বর্যশালী সাংস্কৃতিক ঐতিহ্য আৰু জনসাধাৰণৰ সৌহার্দ্যৰ বাবে ছিকিমৰ প্ৰশংসা কৰে। তেওঁ ক...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।