ৰাষ্ট্ৰীয়

May 23, 2025 4:01 PM

views 20

সন্ত্রাসবিৰোধী কঠোৰ স্থিতিৰ বিষয়ে বিশ্ববাসীক অৱগতৰ উদ্দেশ্যে বহুদলীয় সাংসদৰ অন্য এটা গোটৰ সৈতে বৈদেশিক সচিব বিক্রম মিশ্রিয়ে সন্ধিয়া বাৰ্তালাপ কৰিব

ভাৰতৰ সন্ত্রাসবিৰোধী কঠোৰ স্থিতিৰ বিষয়ে বিশ্ববাসীক অৱগত কৰোৱাৰ উদ্দেশ্যে ভিন ভিন দেশ অভিমুখে ৰাওনা হ'বলগীয়া বহুদলীয় সাংসদৰ আন এটা গোটৰ সৈতে বৈদেশিক সচিব বিক্রম মিশ্রিয়ে আজি সন্ধিয়া বাৰ্তালাপ কৰিব। উল্লেখযোগ্য যে বিজেপিৰ সাংসদ বৈজয়ন্ত পাণ্ডা, কংগ্ৰেছৰ সাংসদ শশী থাৰুৰ আৰু এন চি পিৰ সুপ্রিয়া ছুল...

May 23, 2025 3:50 PM

views 18

মস্কোত উপস্থিত ডি এম কেৰ সাংসদ কানিমোঝি কৰুণানিধিৰ নেতৃত্বাধীন দল

পাকিস্তানৰ পৃষ্ঠপোষকতাত চলি থকা সন্ত্রাসবাদী কার্যকলাপক উদঙাই দিয়াৰ উদ্দেশ্যৰে ভাৰতে বিশ্বৰ বিভিন্ন দেশলৈ প্ৰেৰণ কৰা ৭ টা প্ৰতিনিধি দলৰ মাজৰ ডি এম কেৰ সাংসদ কানিমোঝি কৰুণানিধিৰ নেতৃত্বাধীন দলটো আজি মস্কোত উপস্থিত হয়। সংবাদ মাধ্যমৰ সৈতে হোৱা কথাবতৰাত শ্ৰীমতী কৰুণানিধিয়ে, ৰাছিয়াক ভাৰতৰ কৌশলগত সহযো...

May 23, 2025 3:25 PM

views 18

অপাৰেচন সিন্দূৰ পেহেলগাম আক্ৰমণৰ যথোচিত প্ৰত্যুত্তৰ আৰু ভাৰতীয় সেনাবাহিনীৰ বিৰত্বক সমগ্ৰ বিশ্বই প্ৰশংসা কৰিছেঃ গৃহমন্ত্রী

অপাৰেচন সিন্দূৰ পেহেলগাম আক্ৰমণৰ যথোচিত প্ৰত্যুত্তৰ আৰু ভাৰতীয় সেনাবাহিনীৰ বিৰত্বক সমগ্ৰ বিশ্বই প্ৰশংসা কৰিছে বুলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে প্রকাশ কৰে। শ্ৰী শ্বাহে অপাৰেচন সিন্দুৰৰ সফলতাৰ বাবে চৰকাৰৰ শক্তিশালী ৰাজনৈতিক ইচ্ছা, চোৰাংচোৱা সংস্থাৰ যথাৰ্থ তথ্য আৰু সেনাবাহিনীৰ সাহসক শলাগ লয়। নত...

May 23, 2025 3:18 PM

views 31

উন্নত ভাৰত গঢ়াৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন অতি প্রয়োজনীয়ঃ প্ৰধানমন্ত্ৰী

উন্নত ভাৰত গঢ়াৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন অতি প্রয়োজনীয়। আজি নতুন দিল্লীত ৰাইজিং নৰ্থ-ইষ্ট বিনিয়োগকাৰী সন্মিলন মুকলি কৰি প্ৰধানমন্ত্ৰী মোদীয়ে এই কথা প্ৰকাশ কৰে। শ্ৰী মোদীয়ে বিনিয়োগকাৰীসকলক উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন খণ্ডত বিনিয়োগৰ বাবে আহ্বান জনাই কয়, যে বৰ্তমান উত্তৰ-পূৰ্বাঞ্চল সুযোগৰ ...

May 23, 2025 12:15 PM

views 30

মণিপুৰৰ নৃগোষ্ঠীয় হিংসাৰ গোচৰসমূহৰ বিচাৰৰ বাবে এখন বিশেষ এন আই এ আদালত গঠন কেন্দ্ৰৰ

■ কেন্দ্ৰীয় চৰকাৰে মণিপুৰৰ নৃগোষ্ঠীয় হিংসাৰ সৈতে জড়িত গোচৰসমূহৰ বিচাৰৰ বাবে এখন বিশেষ এন আই এ আদালত গঠন কৰিছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে মণিপুৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ পৰামৰ্শ অনুসৰি চুৰাচান্দপুৰ জিলাৰ এখন ছেছন আদালতক ৰাষ্ট্ৰীয় তদন্ত সংস্থা এন আই এয়ে তদন্ত কৰা গোচৰসমূহৰ বিচাৰৰ বাবে ...

May 23, 2025 12:10 PM

views 35

প্রধানমন্ত্ৰী মোদীয়ে দিল্লীত ৰাইজিং নর্থ ইষ্ট বিনিয়োগকাৰী সন্মিলন মুকলি কৰিব

● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ৰাইজিং নর্থ ইষ্ট বিনিয়োগকাৰী সন্মিলন মুকলি কৰিব। উত্তৰ-পূৰ্বাঞ্চলক সুযোগৰ ভূমি হিচাপে আলোকপাত কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা বিনিয়োগ আকৰ্ষণ কৰাৰ উদ্দেশ্যে আয়োজন কৰা এই দুদিনীয়া সন্মিলনৰ অংশ হিচাপে মন্ত্ৰী পৰ্যায়ৰ সত্ৰ, বৈঠক, ষ্টাৰ্ট আপ আৰু ...

May 22, 2025 8:24 PM

views 24

নাগাপট্টিনামৰ পৰা ৪ জন মাছমৰীয়াক আক্ৰমণ শ্ৰীলংকাৰ নৌ বাহিনীৰ

শ্ৰীলংকাৰ নৌ বাহিনীয়ে আজি নাগাপট্টিনামৰ পৰা ৪ জন মাছমৰীয়াক আক্ৰমণ কৰে। আক্ৰমণৰ বলি হোৱা মাছমৰীয়া কেইজনে প্ৰকাশ কৰা মতে কোড়িয়াকাড়াইৰ সমীপত মাছমাৰি থকা অৱস্থাত দেশখনৰ নৌ সেনাবাহিনীৰ লোকে তেওঁলোকৰ ডিজেলৰ গেলন, জিপিএছৰ সা-সৰঞ্জাম আজি কাঢ়ি লোৱাৰ লগতে মাছমৰা জালসমূহো নষ্ট কৰে। ইয়াৰ পাছত তেওঁলোকক ড...

May 22, 2025 8:16 PM

views 9

“এখন দেশ, এটা অভিযান: প্লাষ্টিক প্ৰদূষণ নির্মূল” শীৰ্ষক সজাগতামূলক অভিযানৰ শুভাৰম্ভ

বিশ্ব পৰিৱেশ দিৱসৰ পূৰ্বে চৰকাৰে আজি ৰাষ্ট্ৰজুৰি, " এখন দেশ, এটা অভিযান : প্লাষ্টিক প্ৰদূষণ নির্মূল" শীৰ্ষক এটা সজাগতামূলক অভিযানৰ শুভাৰম্ভ কৰে। কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী ভূপেন্দ্ৰৰ যাদৱে, পূৰ্বৰ এটা ভিডিঅ' সামাজিক মাধ্যমত প্ৰকাশ কৰি, প্লাষ্টিকৰ ব্যৱহাৰৰ অৱসান ঘটাই বহনক্ষম জ...

May 22, 2025 8:15 PM

views 13

প্রধানমন্ত্রী ই-ড্রাইভ আঁচনিৰ অধীনত বৈদ্যুতিন বাছ সেৱা আৰম্ভ

কেন্দ্ৰীয় গুৰু উদ্যোগ মন্ত্রী এইছ ডি কুমাৰাস্বামীয়ে আজি নতুন দিল্লীত প্রধানমন্ত্রী ই-ড্রাইভ আঁচনিৰ অধীনত বৈদ্যুতিন বাছ সেৱা আৰম্ভ কৰাৰ বিষয়ক এখন বৈঠকত অধ্যক্ষতা কৰে। এই বৈঠকত প্ৰাথমিক পৰ্যায়ত তেলেংগানা, কৰ্ণাটক, দিল্লী আৰু গুজৰাটত এই সেৱা আৰম্ভ কৰাৰ বিষয়ত আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে কয়, যে...

May 22, 2025 8:13 PM

views 18

ভাৰত -পাকিস্তানৰ মাজত আলোচনা সন্দৰ্ভত ভাৰতে নিজৰ পূৰ্বৰ স্থিতিকেই দোহাৰিছে বুলি ৰনধীৰ জয়চোৱালৰ মন্তব্য

ভাৰত -পাকিস্তানৰ মাজত আলোচনা সন্দৰ্ভত ভাৰতে নিজৰ পূৰ্বৰ স্থিতিকেই দোহাৰিছে। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথাবতৰাত আজি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰনধীৰ জয়চোৱালে কয় যে একেসময়তে সন্ত্ৰাসবাদ আৰু আলোচনাৰ কথা চলিব নোৱাৰে। তেওঁ লগতে কয় যে ভাৰতে কিছু বছৰ পূৰ্বে পাকিস্তানক দিয়া সন্ত্ৰাসবা...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।