ৰাষ্ট্ৰীয়

June 3, 2025 12:52 PM

views 17

ভগৱান বুদ্ধৰ প্ৰতিমূৰ্তিৰ ভগ্নৱাশেষ প্রায় এক কোটি ৭৮ লাখ ভক্তৰ পৰিদৰ্শন

ভাৰতৰ পৰা ভিয়েটনামলৈ পঠিওৱা ভগৱান বুদ্ধৰ প্ৰতিমূৰ্তিৰ ভগ্নৱাশেষ প্রায় এক কোটি ৭৮ লাখ ভক্তই পৰিদৰ্শন কৰিছে। সংস্কৃতি মন্ত্ৰালয়ে কৈছে যে ভক্তসকলৰ এই পবিত্ৰ ভ্ৰমণে দেশখনৰ দক্ষিণৰ পৰা উত্তৰলৈ বিভিন্ন দর্শনীয় স্থান সামৰি লৈছে। বুদ্ধ অনুগামী আৰু আধ্যাত্মিক সাধকসকলে বুদ্ধৰ প্ৰতি জনোৱা এই শ্ৰদ্ধাৰ জৰিয়...

June 3, 2025 12:49 PM

views 21

অহা ১৫ জুনত হ’বলগীয়া নীট পিজি পৰীক্ষা সাময়িকভাৱে পিছুৱাই দিয়াৰ কথা ঘোষণা উচ্চতম ন্যায়ালয়ৰ

চিকিৎসা বিজ্ঞানৰ ৰাষ্ট্ৰীয় পৰীক্ষা পৰিষদে অহা ১৫ জুনত স্নাতকোত্তৰ পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে হ'বলগীয়া চলিত বৰ্ষৰ ৰাষ্ট্ৰীয় যোগ্যতা তথা প্ৰৱেশ পৰীক্ষা, নীট পিজি সাময়িকভাৱে পিছুৱাই দিয়াৰ কথা ঘোষণা কৰিছে। উচ্চতম ন্যায়ালয়ৰ এটা নিৰ্দেশ অনুসৰি পৰিষদে এই পৰীক্ষা একেটা ছিটতে অনুষ্ঠিত কৰিব বুলি জানিবলৈ...

June 3, 2025 12:47 PM

views 39

দুৰ্নীতিৰ অভিযোগত এগৰাকী জ্যেষ্ঠ বিষয়াসহ দুগৰাকী লোকক আটক চি বি আই আয়ৰ

কেন্দ্ৰীয় তদন্তকাৰী সংস্থা- চি বি আই আয়ে ভাৰতীয় ৰাজহ সেৱা বিভাগৰ এগৰাকী জ্যেষ্ঠ বিষয়াসহ দুগৰাকী লোকক দুৰ্নীতিৰ অভিযোগত আটক কৰিছে। আটকাধীন লোক দুজনৰ স্বীকাৰোক্তিৰ ভিত্তিত তদন্তকাৰী সংস্থাটোৱে বিভিন্ন ঠাইত অভিযান চলাই বৃহৎ পৰিমাণৰ সা-সম্পত্তিৰ লগতে বহু নথি-পত্ৰ উদ্ধাৰ কৰিবলৈ সমৰ্থ হৈছে। কেন্দ্ৰীয়...

June 3, 2025 12:45 PM

views 32

স্বত্ববিহীনভাৱে পাঠ্যপুথিৰ প্ৰস্তুত, বিতৰণ আৰু বিক্ৰীৰ সৈতে জড়িত অপৰাধীসকলৰ বিৰুদ্ধে এন চি ই আৰ টিৰ ব্যৱস্থা গ্ৰহণ

ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, এন চি ই আৰ টিয়ে অসাধু উপায়েৰে স্বত্ববিহীনভাৱে পাঠ্যপুথিৰ প্ৰস্তুত, বিতৰণ আৰু বিক্ৰীৰ সৈতে জড়িত অপৰাধীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে। এই ধৰণৰ কাৰ্যকলাপৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰি পৰিষদে এই পর্যন্ত ২০ কোটি টকাৰো অধিক মূল্যৰ কিতাপ, ছপা...

June 3, 2025 12:43 PM

views 57

ভাৰতলৈ সংহতিৰ বাৰ্তা প্ৰেৰণ কৰাৰ বাবে পাৰাগুৱেক ধন্যবাদ জ্ঞাপন ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ৰাষ্ট্ৰসংঘৰ লেখীয়া বহুপাক্ষিক মঞ্চত গোলকীয় গুৰুত্বপূৰ্ণ বিষয়সমূহত ভাৰতৰ স্থিতিলৈ অবিৰত সমৰ্থন আগবঢ়োৱাৰ বাবে পাৰাগুৱেৰ শলাগ লৈছে। ৰাষ্ট্ৰপতি ভৱনত পাৰাগুৱেৰ ৰাষ্ট্ৰপতি ছেণ্টিয়াগ পেনা পালাছিঅচক আদৰণি জনাই শ্ৰীমতী মুৰ্মুৱে ভাৰত আৰু পাৰাগুৱেৰ সম্পৰ্কক আন্তৰিক আৰু ...

June 3, 2025 12:36 PM

views 22

বিশ্বৰ ঘৰুৱা বিমান পৰিবহণ খণ্ডত ভাৰত তৃতীয় সর্ববৃহৎ দেশ হিচাপে পৰিগণিত হৈছে বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

বিশ্বৰ ঘৰুৱা বিমান পৰিবহণ খণ্ডত ভাৰত তৃতীয় সর্ববৃহৎ দেশ হিচাপে পৰিগণিত হোৱাৰ লগতে বিশ্ব মহাকাশ বিমান ক্ষেত্ৰত ভাৰতে নেতৃত্ব বহন কৰিছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত কালি সন্ধিয়া আন্তৰাষ্ট্ৰীয় আকাশ পৰিবহন সংস্থাৰ ৮১ সংখ্যক বাৰ্ষিক সাধাৰণ সন্মিলনত ভাগ লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইকথা প্রকাশ কৰে।...

June 2, 2025 8:53 PM

views 24

দেশত ৩,৯৬০ গৰাকী সক্রিয় ক’ভিড ৰোগী চিনাক্ত

দেশত ৩,৯৬০ গৰাকী সক্রিয় ক’ভিড ৰোগী চিনাক্ত কৰা হৈছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি কেৰালাত সৰ্বাধিক এহেজাৰ ৪৩৫ গৰাকী লোক ক’ভিডত আক্ৰান্ত হৈছে। একেদৰে মহাৰাষ্ট্ৰত ৫০৬ আৰু দিল্লীত ৪৮৩ গৰাকী লোকৰ দেহত এই ৰোগ ধৰা পৰিছে। দিল্লীৰ ডা০ ৰামমনোহৰ লোহীয়া চিকিৎসালয়ৰ ক’ভিড ইউনিট...

June 2, 2025 8:50 PM

views 30

ভাৰতৰ বিমান পৰিবহন খণ্ডই বিশ্বৰ বিমান পৰিবহন উদ্যোগত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে

ভাৰতৰ বিমান পৰিবহন খণ্ডই বিশ্বৰ বিমান পৰিবহন উদ্যোগত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজি সন্ধিয়া আন্তৰাষ্ট্ৰীয় আকাশ পৰিবহন সংস্থাৰ ৮১ সংখ্যক বাৰ্ষিক সাধাৰণ সন্মিলনত ভাগ লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এইকথা প্ৰকাশ কৰে। তেওঁ কয় যে বিশ্ব মহাকাশ-বিমান ক্ষেত্ৰত ভাৰতে নেতৃত্ব ...

June 2, 2025 8:49 PM

views 31

ভাৰত আৰু পাৰাগুৱে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ঐক্যমত পোষণ কৰিছেঃ প্ৰধানমন্ত্ৰী

সেউজ শক্তি, সেউজ হাইড্ৰজেন আৰু জৈৱ ইন্ধনৰ দৰে খণ্ডসমূহত ভাৰত আৰু পাৰাগুৱেৰ নিজৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। নতুন দিল্লীত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু পাৰাগুৱেৰ ৰাষ্ট্ৰপতি ছাণ্টিয়াগো পেনা পালাচিঅ'চৰ মাজত সম্পন্ন হোৱা প্ৰতিনিধি পৰ্যায়ৰ বৈঠকৰ সময়ত এই সিদ্ধান্ত গ্ৰহণ...

June 2, 2025 8:47 PM

views 25

৩ দিনীয়া ভ্ৰমণসূচীৰে ফ্ৰান্সলৈ যোৱা পিয়ুছ গোৱেলে মঙলবাৰে বাণিজ্য সংস্থাৰ এখন মন্ত্ৰী পৰ্যায়ৰ বৈঠকত অংশ ল’ব

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পিয়ুছ গোৱেলে ভাৰতৰ বৈদ্যুতিক বাহন আৰু নৱীকৰণযোগ্য শক্তি খণ্ডৰ বজাৰত ভৱিষ্যতৰ বিনিয়োগৰ পৰিকল্পনাৰ বিষয়ে আলোচনা কৰাৰ উদ্দেশ্যে আজি পেৰিছত বিশ্বৰ শীৰ্ষ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয়। ৩ দিনীয়া ভ্ৰমণসূচীৰে ফ্ৰান্সলৈ যোৱা শ্রীগোৱেলে কাইলৈ বাণিজ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।