ৰাষ্ট্ৰীয়

June 10, 2025 7:15 PM

views 31

১১ বছৰত ভাৰতৰ প্ৰতিৰক্ষা খণ্ডই ঐতিহাসিক পৰিৱৰ্তনৰ দিশে ধাবিত হৈছেঃ ৰাজনাথ সিঙ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত ১১ বছৰত ভাৰতৰ প্ৰতিৰক্ষা খণ্ডই ঐতিহাসিক পৰিৱৰ্তনৰ দিশে ধাবিত হৈছে বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বার্তাত শ্রী সিঙে কয়, যে প্রধানমন্ত্ৰীৰ নেতৃত্বত সীমান্ত শক্তিশালী হোৱাৰ উপৰি সশস্ত্র বাহিনীৰ আধুনিকীকৰণ, স্থানীয় ভাবে ...

June 10, 2025 7:12 PM

views 35

বিগত ১১ বছৰত দেশৰ প্ৰতিৰক্ষা খণ্ডত অভূতপূৰ্ব পৰিৱৰ্তন হৈছেঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত ১১ বছৰত দেশৰ প্ৰতিৰক্ষা খণ্ডত অভূতপূৰ্ব পৰিৱৰ্তন হৈছে বুলি প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্রধানমন্ত্রীয়ে কয়, যে প্ৰতিৰক্ষা উৎপাদনত সম্প্রতি আধুনিকীকৰণ আৰু আত্মনিৰ্ভৰতাক গুৰুত্ব দিয়া হৈছে। তেওঁ কয়, যে দেশক শক্তিশালী কৰাৰ ক্ষেত্ৰত সমগ্ৰ ভাৰতবাসীয়ে ঐ...

June 10, 2025 12:21 PM

views 23

কাইলৈ সন্ধিয়া AXIOM-4 মহাকাশযানৰ উৎক্ষেপনৰ পৰৱৰ্তী সময় নিৰ্ধাৰণ

ভাৰতৰ শুভাংশু শুক্লাক মহাকাশলৈ কঢ়িয়াই নিব লগা AXIOM-4 অভিযান বেয়া বতৰৰ পৰিপ্ৰেক্ষিতত সাময়িকভাৱে পিছুৱাই দিয়া হৈছে। সামাজিক মাধ্যমত লিখা এটা পোষ্টত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা, ইছৰ'ৰ অধ্যক্ষ ভি নাৰায়ণনে ভাৰতীয় সময় অনুসৰি কাইলৈ সন্ধিয়া চাৰে ৫ বজাত মহাকাশযানৰ উৎক্ষেপনৰ পৰৱৰ্তী সময় নিৰ্ধাৰণ ক...

June 10, 2025 12:11 PM

views 31

পাকিস্তানৰ গোলাবর্ষণত ক্ষতিগ্ৰস্ত ২০৬০ টা বাসগৃহৰ বাবে ২৫ কোটি টকাৰ অতিৰিক্ত পুঁজি মুকলি কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে দেশৰ সীমান্ত অঞ্চলসমূহত পাকিস্তানৰ গোলাবর্ষণত ক্ষতিগ্ৰস্ত দুহেজাৰ ৬০ টা বাসগৃহৰ বাবে ২৫ কোটি টকাৰ অতিৰিক্ত পুঁজি মুকলি কৰা হ'ব বুলি ঘোষণা কৰিছে। সিন্দুৰ অভিযানৰ সময়ত জম্মু আৰু কাশ্মীৰৰ সীমান্তৱৰ্তী জিলাসমূহত ক্ষতিগ্ৰস্ত বাসগৃহসমূহৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰা ঘোষণাৰ পা...

June 10, 2025 12:03 PM

views 23

দেশৰ সামগ্ৰিক বিকাশত যুৱ প্ৰজন্মই আগবঢ়োৱা অৱদানৰ প্ৰশংসা ওম বিৰলাৰ

বিভিন্ন ক্ষেত্ৰত হোৱা উল্লেখনীয় অগ্ৰগতিৰে ভাৰত উদীয়মান গোলকীয় নেতৃত্ব ৰূপে পৰিগণিত হৈছে। "যুৱ প্ৰতিভাৰ শক্তি আৰু প্ৰযুক্তিৰ উদ্ভাৱনৰ জৰিয়তে সমসাময়িক প্ৰত্যাহ্বান শীৰ্ষক এটা অনুষ্ঠানত অংশগ্ৰহন কৰি লোকসভাৰ অধ্যক্ষ ওম বিৰলাই এইদৰে কয়। ভাৰতীয় প্ৰযুক্তি বিদ্যা প্রতিষ্ঠান, যোধপুৰত হোৱা এই অনুষ্ঠানত...

June 9, 2025 8:09 PM

views 16

ৰাজা ৰঘুবংশীৰ হত্যাৰ সৈতে জড়িত ৪জন লোকক গ্ৰেপ্তাৰ কৰাৰ কথা নিশ্চিত

মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী প্রেষ্টন টিনচঙে ইন্দোৰৰ যুৱক ৰাজা ৰঘুবংশীৰ হত্যাৰ সৈতে জড়িত থকা ৪ জন লোকক গ্ৰেপ্তাৰ কৰাৰ কথা নিশ্চিত কৰিছে। ৩০ বছৰীয়া ৰাজা ৰঘুবংশীক হত্যাৰ বাবে পত্নী সোনম ৰঘুবংশীয়ে হত্যাকাৰী ভাড়া কৰাৰ কথা স্বীকাৰ কৰি আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰাৰ কিছুসময়ৰ পাছতে মেঘালয়ৰ উপ মুখ্যমন্ত্ৰীগ...

June 9, 2025 8:07 PM

views 15

কেন্দ্ৰীয় মন্ত্রী পীয়ুষ গোৱেলৰ ছুইজাৰলেণ্ড আৰু ছুইডেনলৈ ৰাওনা

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেল অর্থনৈতিক আৰু বাণিজ্য অংশীদাৰিত্ব শক্তিশালী কৰাৰ উদ্দেশ্যে আজি ছুইজাৰলেণ্ড আৰু ছুইডেনলৈ ৰাওনা হৈছে। তেওঁ দ্বিপাক্ষিক বাণিজ্য আৰু বিনিয়োগ বৃদ্ধি কৰাৰ বাবে ছুইজাৰলেণ্ডৰ গোলকীয় মুখ্য কাৰ্যবাহী বিষয়া আৰু উদ্যোগ নেতাসকলৰ সৈতে আলোচনাত মিলিত হ'ব। কেন্দ্ৰ...

June 9, 2025 7:08 PM

views 16

ছত্তিশগড়ত মাওবাদীৰ এল ই ডি বিস্ফোৰণত অতিৰিক্ত আৰক্ষী অধীক্ষকৰ মৃত্যু

ছট্টিশগড়ত মাওবাদীৰ দ্বাৰা সংঘটিত এল ই ডি বিস্ফোৰণৰ ঘটনাত এগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষকৰ মৃত্যু হয়। ৰাজ্যখনৰ চুমা জিলাত আজি পুৱাৰ ভাগত সংঘটিত এই ঘটনাৰ সময়ত আৰক্ষীৰ এটা দলে অঞ্চলটোত তহল দি আছিল। বিস্ফোৰণৰ ফলত আকাশ ৰাও গিৰিপুঞ্জে নামৰ অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকী নিহত হোৱাৰ লগতে আন কেইবাজনো আৰক্ষী ...

June 9, 2025 6:58 PM

views 15

স্বাধীনতা সংগ্ৰামী বীচা মুণ্ডাৰ আজি ১২৫ সংখ্যক মৃত্যু বার্ষিকী

স্বাধীনতা সংগ্ৰামী বীচা মুণ্ডাৰ আজি ১২৫ সংখ্যক মৃত্যু বার্ষিকী। তেওঁ জনজাতীয় মানুহৰ অধিকাৰ আৰু সন্মানৰ বাবে যুঁজিছিল। ১৮৭৫ চনৰ ১৫ নৱেম্বৰত ঝাৰখণ্ডৰ উলিহাটু অঞ্চলত বীচা মুণ্ডাৰ জন্ম হৈছিল। জার্মান মিছন স্কুলত শিক্ষা জীৱনৰ পাটনি মেলা মুণ্ডাই জনজাতীয় লোকসকলৰ উত্তৰণৰ বাবে অহৰহ কাম কৰিছিল। শিক্ষাৰ জৰিয...

June 9, 2025 6:54 PM

views 23

মোডী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ হোৱা সন্দৰ্ভত নতুন দিল্লীত মন্ত্ৰী জে পি নাড্ডাৰ সংবাদমেল

বিজেপিৰ সভাপতি জগত প্রকাশ নাড্ডাই কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰে প্ৰদৰ্শনৰ ৰাজনীতি আনি দায়িত্বশীল আৰু সঁহাৰিজনক চৰকাৰ উপহাৰ দি দেশৰ ৰাজনৈতিক সংস্কৃতি সলনি কৰিছে। মোডী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ হোৱাৰ সন্দৰ্ভত নতুন দিল্লীত এখন সংবাদমেল সম্বোধন কৰি শ্ৰী নাড্ডাই কয় যে এই চৰকাৰে দেশ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।