October 16, 2025 10:01 AM October 16, 2025 10:01 AM
25
শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী হাৰিনী অমৰাছুৰিয়া দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত
শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী হাৰিনী অমৰাছুৰিয়া আজি দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হয়। প্রধানমন্ত্ৰীৰূপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত এয়া হ'ব তেওঁৰ প্ৰথমটো ভাৰত ভ্ৰমণ। ভ্ৰমণকালত প্রধানমন্ত্ৰীগৰাকীয়ে বিভিন্ন খণ্ডত দ্বিপাক্ষিক সহযোগিতা ত্বৰান্বিত কৰাৰ লগতে দ্বিপাক্ষিক স্বার্থজড়িত ভালেমান বিষয়ে ...