আন্তৰ্জাতিক সংবাদ

October 29, 2025 8:48 PM

views 127

চৌদি আৰৱত কালিৰে পৰা ৩ নৱেম্বৰলৈ প্ৰবাসী পৰিচয় অনুষ্ঠান

ৰিয়াধত থকা ভাৰতীয় দূতাবাসে ভাৰতৰ বৰ্ণিল সংস্কৃতিক বিশ্ব দৰবাৰত আগবঢ়াই নিয়াৰ উদ্দেশ্যেৰে ২০২৩ চনৰ পৰা প্ৰবাসী পৰিচয় নামৰ অনুষ্ঠানৰ আয়োজন কৰি আহিছে। এই বছৰৰ প্ৰবাসী পৰিচয় অনুষ্ঠান কালিৰে পৰা ৩ নৱেম্বৰলৈ চৌদি আৰৱত অনুষ্ঠিত কৰা হৈছে। এই অনুষ্ঠানত প্রবাসী ভাৰতীয় সংস্থাসমূহে শাস্ত্রীয় নৃত্য, সংগীত, লোককল...

October 26, 2025 8:37 PM

views 58

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে একবিংশ শতিকা ভাৰত আৰু আচিয়ানৰ শতিকা বুলি অভিহিত কৰিছে

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে একবিংশ শতিকা ভাৰত আৰু আচিয়ানৰ শতিকা বুলি অভিহিত কৰিছে। মালয়েছিয়াত অনুষ্ঠিত আছিয়ান ভাৰত শীর্ষ সন্মিলনত ভার্চুৱেল ব্যৱস্থাৰে ভাষণ দি প্রধানমন্ত্রীয়ে আজি কয় যে ভাৰত আৰু আছিয়ান ৰাষ্ট্ৰীগোষ্ঠীয়ে বিশ্বৰ প্রায় এক চতুর্থাংশ জনসংখ্যাক প্রতিনিধিত্ব কৰে। তেওঁ কয়, যে ভাৰত আৰু আছিয়া...

October 26, 2025 12:11 PM

views 46

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন দুদিনীয়া ভ্রমণসূচীৰে ছিচেলছলৈ ৰাওনা

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি দুদিনীয়া ভ্রমণসূচীৰে ছিচেলছলৈ ৰাওনা হ'ব। ছিচেলছৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি ড০ পেট্রিক হাৰ্মিনিৰ শপত গ্রহণ অনুষ্ঠানত অংশগ্ৰহণৰ উদ্দেশ্যে ৰাষ্ট্ৰপতিগৰাকী এই ভ্রমণলৈ যাব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এটা বিবৃতিযোগে কয়, যে এই ভ্ৰমণৰ সময়ত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ড০ হামি...

October 26, 2025 11:42 AM

views 124

মালয়েছিয়াৰ কুৱালালামপুৰত অন্তৰ্ভুক্তি আৰু বহনক্ষমতা সম্পৰ্কীয় শীৰ্ষ সন্মিলনৰ সৈতে ৪৭ সংখ্যক আছিয়ান শীর্ষ সন্মিলন অনুষ্ঠিত

মালয়েছিয়াৰ কুৱালালামপুৰত আজিৰে পৰা অন্তৰ্ভুক্তি আৰু বহনক্ষমতা সম্পৰ্কীয় শীৰ্ষ সন্মিলনৰ সৈতে ৪৭ সংখ্যক আছিয়ান শীর্ষ সন্মিলন অনুষ্ঠিত হ'ব। আছিয়ান শীর্ষ সন্মিলনত উদ্বোধনী অনুষ্ঠানত আছিয়ান ৰাষ্ট্ৰগোষ্ঠীৰ সকলো সদস্য ৰাষ্ট্ৰৰ নেতাসকল উপস্থিত থাকিব। এই সন্মিলনত তিম'ৰ – লেষ্টেক আছিয়ান ৰাষ্ট্ৰগোষ্ঠীত ...

October 24, 2025 12:55 PM

views 89

তেহৰিক-ঈ-লাবাইক পুনৰ নিষিদ্ধ ঘোষণা পাকিস্তান চৰকাৰৰ

পাকিস্তান চৰকাৰে দেশখনৰ সন্ত্রাসবাদ প্ৰতিৰোধী আইনৰ অধীনত তেহৰিক-ঈ-লাবাইক পাকিস্তান TLP ক পুনৰ নিষিদ্ধ ঘোষণা কৰিছে। শেহতীয়াকৈ দেশখনত হোৱা হিংসাত্মক প্রতিবাদত কেইবাগৰাকীও লোক নিহত আৰু ভালেসংখ্যক লোক আহত হোৱাৰ পিছতে এই সিদ্ধান্ত গ্রহণ কৰা হয়। কালি এখন কেবিনেট বৈঠকৰ পাছত এই বিষয়ে ঘোষণা কৰা হয়।

October 22, 2025 2:54 PM

views 56

ইজৰাইলে দুবছৰ পূৰ্বে গাজাত হামাছে পণবন্দী কৰা দুগৰাকী অচিনাক্ত ইজৰাইলী পণবন্দীৰ মৃতদেহ লাভ কৰিছে

● ইজৰাইলে দুবছৰ পূৰ্বে গাজাত হামাছে পণবন্দী কৰা দুগৰাকী অচিনাক্ত ইজৰাইলী পণবন্দীৰ মৃতদেহ লাভ কৰিছে। দেশখনৰ প্ৰধানমন্ত্ৰী কাৰ্যালয়ে প্ৰকাশ কৰা মতে হামাছে কালি গাজাত ৰেডক্ৰছক পণবন্দী দুগৰাকীৰ কফিন ছমজাই দিয়ে। উক্রছে কফিন দুটা ইজৰাইলী সামৰিক বাহিনীৰ হাতত অৰ্পন কৰে। মৃতদেহ দুটা তেল আভিভত থকা ৰাষ্ট্ৰীয...

October 21, 2025 6:55 PM

views 69

ছানায়ে টাকাইচিক জাপানৰ প্ৰথমগৰাকী মহিলা প্রধানমন্ত্রী হিচাপে নির্বাচন

জাপানৰ সংসদে নতুন ইতিহাসৰ সূচনা কৰি ছানায়ে টাকাইচিক দেশখনৰ প্ৰথমগৰাকী মহিলা প্রধানমন্ত্রী হিচাপে নির্বাচন কৰিছে। লিবাৰেল ডেম'ক্রেটিক পার্টীৰ নেত্রী টাকাই চিয়ে পুৰণি মিত্ৰদল কমেইট'ৰ পৰা পৃথক হোৱাৰ পাছত জাপান ইন ইন'ভেচন পার্টী- জে আই পিৰ সৈতে এখন নতুন চৰকাৰ গঠন কৰিব। তেওঁ আজি বিয়লি আনুষ্ঠানিকভাবে প্রধ...

October 21, 2025 10:47 AM

views 71

পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে কেইবাগৰাকীও বিশ্ব নেতাৰ ভাৰতীয়সকললৈ শুভেচ্ছা জ্ঞাপন

ভাৰতত উলহ-মালহেৰে পালন কৰা পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে কালি কেইবাগৰাকীও বিশ্ব নেতাই ভাৰতীয়সকললৈ শুভেচ্ছা জ্ঞাপন কৰে। হোৱাইট হাউচৰ পৰা জাৰি কৰা এটা বিবৃতিত কোৱা হয় যে দীপাৱলী হৈছে আন্ধাৰৰ বিপৰীতে পোহৰৰ বিজয়। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে দীপাৱলী উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জনাই কয়, যে এই দী...

October 20, 2025 7:43 PM

views 45

গাজাষ্টীপত ইজৰাইলৰ আক্ৰমণ অব্যাহত থকাৰ মাজতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ইজৰাইল আৰু হামাছৰ মাজৰ যুদ্ধবিৰতি অব্যাহত আছে বুলি উল্লেখ

গাজাষ্টীপত ইজৰাইলৰ আক্ৰমণ অব্যাহত থকাৰ মাজতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ইজৰাইল আৰু হামাছৰ মাজৰ যুদ্ধবিৰতি অব্যাহত আছে বুলি উল্লেখ কৰিছে। ৰাফাৰ সমীপত হোৱা এটা বিস্ফোৰণত ইজৰাইলী সৈনিক নিহত হোৱাৰ পাছত আজি গাজাষ্ট্ৰীপত ইজৰাইলে এলানি বিমানেৰে চলোৱা আক্ৰমণত এগৰাকী সাংবাদিককে ধৰি ১৫ ...

October 20, 2025 7:37 PM

views 52

নতুন দিল্লীত থকা বিভিন্ন দেশৰ কূটনৈতিক দূতাবাসসমূহত দীপাৱলী উপলক্ষে বিভিন্ন সাংস্কৃতিক কার্যসূচী

নতুন দিল্লীত থকা বিভিন্ন দেশৰ কূটনৈতিক দূতাবাসসমূহে আজি দীপাৱলী উপলক্ষে বিভিন্ন সাংস্কৃতিক কার্যসূচীত অংশগ্ৰহণ কৰি দেশবাসীক দীপাৱলী উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে। ফিনলেণ্ড, ইজৰাইল, অস্ট্রিয়া, ব্রাজিল, ছুইজাৰলেণ্ড আৰু ইউৰোপীয় সংঘৰ দূতাৱাসে আনন্দ আৰু পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।