আন্তৰ্জাতিক সংবাদ

June 4, 2024 12:04 PM

views 21

ক্লাউডিয়া ছিনবামকো মেক্সিকোৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত

ক্লাউডিয়া ছিনবামকো মেক্সিকোৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে। তেওঁ নিকট প্রতিদ্বন্দ্বী জছিতল গালভেজ বিৰুদ্ধে জয়ী হৈ ইতিহাস সৃষ্টি কৰে। ৬১ বছৰীয়া ক্লাউডিয়া ছিলবামকো শাসনাধিস্থিত ম’ৰেনা দলৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল।

June 1, 2024 2:53 PM

views 35

গাজাৰ সংঘৰ্ষৰ সমাপ্তি ঘটোৱাৰ উদ্দেশ্যে ইজৰাইলে দিয়া নতুন প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ হামাছক অনুৰোধ ৰাষ্ট্ৰপতি  বাইডেনৰ

আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে গাজাৰ সংঘৰ্ষৰ সমাপ্তি ঘটোৱাৰ উদ্দেশ্যে ইজৰাইলে দিয়া নতুন প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ হামাছক অনুৰোধ জনাইছে। ৩টা অংশবিশিষ্ট এই প্ৰস্তাৱ ৬ সপ্তাহৰ যুদ্ধ বিৰতিৰে আৰম্ভ হ'ব, য'ত গাজাৰ জনবসিতপূর্ণ অঞ্চলসমূহৰ পৰা ইজৰাইলী প্ৰতিৰক্ষা বাহিনীসমূহ প্ৰত্যাহাৰ কৰা হ'ব। এই প্ৰস্তাৱৰ জৰিয়...

June 1, 2024 12:55 PM

views 22

দক্ষিণ আফ্ৰিকাত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় মিত্ৰজোঁটৰ চৰকাৰ গঠন হোৱাটো প্ৰায় নিশ্চিত হৈছে

দক্ষিণ আফ্ৰিকাত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় মিত্ৰজোঁটৰ চৰকাৰ গঠন হোৱাটো প্ৰায় নিশ্চিত হৈছে। কালি প্ৰকাশ পোৱা নিৰ্বাচনৰ প্ৰাৰম্ভিক ফলাফল অনুসৰি শাসনাধিষ্ঠিত আফ্রিকান নেচনেল কংগ্ৰেছ ANC দল সংখ্যাগৰিষ্ঠতা লাভত ব্যৰ্থ হৈছে। দেশখনৰ ৯ খন প্ৰদেশত হোৱা ৯০ শতাংশৰো অধিক ভোট গণনাৰ পাছত ANC-এ মাত্র ৪১ শতাংশ ভোটহ...

May 31, 2024 6:59 PM

views 23

NATO শীর্ষ সন্মিলনৰ প্ৰস্তুতি উদ্দেশ্যে দুদিনীয়াকৈ অনানুষ্ঠানিক বৈঠক

NATO গোটৰ সদস্য ৰাষ্ট্ৰসমূহৰ বৈদেশিক মন্ত্ৰীসকলে অহা জুলাইত ৱাশ্বিংটনত হ'বলগীয়া NATO শীর্ষ সন্মিলনৰ প্ৰস্তুতি তথা ইউক্রেইনৰ প্ৰতি সমর্থন সন্দৰ্ভত আলোচনা কৰাৰ উদ্দেশ্যে প্ৰগত দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত এখন অনানুষ্ঠানিক বৈঠকত মিলিত হ'ব। চেক গণতন্ত্ৰৰ প্ৰধানমন্ত্ৰী Petr Fiala-ৰ সৈতে এখন যুটীয়া সংব...

May 31, 2024 11:56 AM

views 33

পেলেষ্টাইনৰ ৰাফাত ভালেমান অসামৰিক লোকে প্ৰাণ হেৰুওৱাত ভাৰতৰ গভীৰ উদ্বেগ প্ৰকাশ

ভাৰতে পেলেষ্টাইন মহানগৰৰ গাজাৰ দক্ষিণাঞ্চলৰ ৰাফাত ভালেমান অসামৰিক লোকে প্ৰাণ হেৰুওৱাত গভীৰ উদ্বেগ প্রকাশ কৰিছে। নতুন দিল্লীত কালি সংবাদমাধ্যমৰ আগত বৈদেশিক পৰিক্ৰমা বিভাগৰ মুখপাত্র ৰনধীৰ জয়ছোৱালে কয় যে, ৰাফাৰ আশ্ৰয় শিবিৰত ভালমান লোকে প্ৰাণ হেৰুওৱা ঘটনা অতি উদ্বেগজনক। তেওঁ কয় যে, ভাৰতে দেশ দুখনৰ স...

May 30, 2024 6:56 PM

views 45

গাজা-ইজিপ্ত সীমান্তত ভালেমান ৰকেট লঞ্চাৰ আৰু ২০ টা সুৰংগৰ বিষয়ে অৱগত ইজৰাইল সুৰক্ষা বাহিনী

ইজৰাইল সুৰক্ষা বাহিনীয়ে গাজাত গাজা-ইজিপ্ত সীমান্তৰ সম্পূৰ্ণ পথছোৱাৰ পৰিচালনা নিজৰ নিয়ন্ত্ৰণলৈ নিছে। এই পথছোৱাত ফিলা ডেলফি এলেকা হিচাপে জনা যায়। ইজৰাইল সুৰক্ষা বাহিনীৰ মুখপাত্ৰ ৰিয়েৰ এডমিৰেল ডেনিয়েল হাগেৰীয়ে জনোৱা অনুসৰি নতুনকৈ অধিকৃত পথছোৱা গাজা-ইজিপ্ত সীমান্তৰ ১৪ কিলোমিটাৰ এলেকা জুৰি আছে। অস্...

May 29, 2024 12:09 PM

views 24

ইছলামাবাদে ১৯৯৯ চনত ভাৰতৰ সৈতে এখন চুক্তি উলংঘা কৰা বুলি পাকিস্তানৰ প্ৰাক্তন প্রধানমন্ত্ৰী নৱাজ শ্বৰীফৰ স্বীকাৰ

পাকিস্তানৰ প্ৰাক্তন প্রধানমন্ত্ৰী নৱাজ শ্বৰীফে ইছলামাবাদে ১৯৯৯ চনত ভাৰতৰ সৈতে এখন চুক্তি উলংঘা কৰা বুলি স্বীকাৰ কৰিছে। পাকিস্তান মুছলীম লীগ, পি এম এল-এনৰ সাধাৰণ পৰিষদৰ বৈঠকত কালি তেওঁ এই কথা সদৰী কৰে। বৈঠকত শ্ৰীশ্বৰীফে কয় যে তেওঁ ১৯৯৮ চনৰ ২৮ মে’ত পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰিছিল। ইয়াৰ পাছতে সেই সম...

May 28, 2024 7:32 PM

views 26

আজি আন্তঃৰাষ্ট্ৰীয় ঋতুস্রাৱ পৰিস্কাৰ-পৰিচ্ছন্নতা দিৱস

আজি আন্তঃৰাষ্ট্ৰীয় ঋতুস্রাৱ পৰিস্কাৰ-পৰিচ্ছন্নতা দিৱস। মহিলাসকলক নিৰাপদ ঋতুস্ৰাৱৰ উপকাৰিতাৰ বিষয়ে জনাবলৈ তথা এই সন্দৰ্ভত সজাগতা সৃষ্টি আৰু এই বিষয়ে মুকলিকৈ কথা পাতিবলৈ উৎসাহিত কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে ২৮ মে’ৰ দিনটো সমগ্ৰ বিশ্বতে ঋতুস্ৰাৱ পৰিস্কাৰ-পৰিচ্ছন্নতা দিৱস হিচাপে পালন কৰি অহা হৈছে। দেশৰ ভ...

May 27, 2024 6:38 PM

views 29

ৰাষ্ট্ৰসংঘৰ ভাৰতীয় স্থায়ী মিছন আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ প্লেচ ডেচ নেচনছত ৱাক দ্য টক শীৰ্ষক যোগ অধিবেশন

সমাগত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে জেনেভাত থকা ৰাষ্ট্ৰসংঘৰ ভাৰতীয় স্থায়ী মিছন আৰু বিশ্ব স্বাস্থ্য সংস্থাই কালি প্লেচ ডেচ নেচনছত ৱাক দ্য টক শীৰ্ষক যোগ অধিবেশন অনুষ্ঠিত কৰে। কেন্দ্ৰীয় স্বাস্থ্য সচিব অপূর্ব চন্দ্ৰাসহ বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্রধান টেড্ৰচ আদহান'ম ঘেব্ৰেয়েচাচ আৰু অন্যান্য...

May 26, 2024 8:33 PM

views 31

পাপুৱা নিউগিনিৰ ভূমিস্খলনত প্ৰায় ৬৭০ গৰাকী লোক মাটিত পোত যোৱাৰ আশংকা ৰাষ্ট্ৰসংঘৰ বিষয়া

পাপুৱা নিউগিনিত হোৱা ভয়ংকৰ ভূমিস্খলনত প্ৰায় ৬৭০ গৰাকী লোক মাটিৰ তলত পোত যোৱা বুলি ৰাষ্ট্ৰসংঘৰ বিষয়াই প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে, যোৱা শুকুৰবাবে স্থানীয় সময় অনুসৰি পুৱতি নিশা প্ৰায় ৩ মান বজাত ৰাজধানী চহৰ পোৰ্ট মৰেছবিৰ পৰা প্ৰায় ৬০০ কিলোমিটাৰ উত্তৰ-পশ্চিমৰ এংগা প্ৰদেশৰ কাউকলমৰ এখন ভিতৰুৱা গাঁ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।