আন্তৰ্জাতিক সংবাদ

July 20, 2024 12:46 PM

views 21

ভিয়েটনামৰ জ্যেষ্ঠ নেতা নুয়েন ফু ট্রোঙৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ গভীৰ শোকপ্রকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিয়েটনামৰ জ্যেষ্ঠ নেতা নুয়েন ফু ট্রোঙৰ মৃত্যুত গভীৰ শোকপ্রকাশ কৰিছে। শ্রীমোদীয়ে এটা শোকবার্তাত কৈছে যে, দুখৰ এই ক্ষণত ভাৰত ভিয়েটনামৰ জনসাধাৰণ আৰু নেতৃত্বৰ সৈতে আছে। ভিয়েটনামৰ শাসকীয় কমিউনিষ্ট দলৰ সাধাৰণ সম্পাদক তথা দেশখনৰ শীৰ্ষ নেতা নুয়েন ফু ট্রোঙৰ কালি দেহাৱসান...

July 20, 2024 12:40 PM

views 28

ইউক্রেইনৰ বিদেশমন্ত্ৰীৰ সৈতে বিদেশ মন্ত্রী ড০ এছ জয়শংকৰৰ বিভিন্ন বিষয় লৈ আলোচনা

বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে কালি বিয়লি ইউক্রেইনৰ বিদেশমন্ত্ৰীৰ সৈতে কথা পাতে আৰু পাৰস্পৰিক স্বার্থ জড়িত বিভিন্ন বিষয় লৈ আলোচনা কৰে। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে, উভয় দেশৰ মাজৰ দ্বিপাক্ষিক আৰু প্ৰতিষ্ঠানগত তন্ত্রসহ ভালেমান ক্...

July 20, 2024 12:37 PM

views 23

ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং ট’বণেক  বিদেশ সচিব বিক্রম মিস্রিৰ সাক্ষাৎ

বিদেশ সচিব বিক্রম মিস্রিয়ে কালি থিফুত ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং ট’বণেক সাক্ষাৎ কৰে। তেওঁ ভূটানৰ সৈতে ভাৰতৰ ঘনিষ্ঠ মৈত্রীপূৰ্ণ সম্পৰ্ক আৰু ভূটান চৰকাৰ তথা দেশখনৰ জনসাধাৰণৰ অগ্ৰাধিকাৰ অনুসৰি দ্বিপাক্ষিক সম্পর্ক অধিক সুদৃঢ় কৰাৰ প্ৰতি ভাৰতৰ দৃঢ় প্ৰতিশ্ৰুতিবদ্ধতা প্ৰকাশ কৰিছে। শ্রীমিস্রিয়ে লগতে ভূ...

July 20, 2024 12:30 PM

views 33

মাইক্ৰ’ছফ্টৰ ছফ্টৱেৰৰ খেলিমেলিত প্ৰভাৱিত ব্যৱসায়ী, বেংকিং সেৱা, চিকিৎসালয় আৰু বিমান চলাচল ক্ৰমাৎ স্বাভাৱিক

মাইক্ৰ'ছফ্টৰ ছফ্টৱেৰৰ খেলিমেলিৰ বাবে বিশ্ব জুৰি প্ৰভাৱিত বিমান পৰিবহণ সেৱাৰ পৰা স্বাস্থ্য যতনলৈ বিভিন্ন সেৱা ক্ৰমাৎ স্বাভাৱিক হ'বলৈ ধৰিছে। মাইক্ৰ'ছফ্টৰ ছফ্টৱেৰৰ খেলিমেলিৰ ফলত সমগ্ৰ বিশ্বৰ লাখ লাখ লোক প্ৰভাৱিত হৈছে। ইয়াৰ বাবে ব্যৱসায়ী, বেংকিং সেৱা, চিকিৎসালয় আৰু বিমান চলাচলৰ ক্ষেত্ৰত সৰ্বাধিক প্ৰভ...

July 19, 2024 7:37 PM

views 19

বাংলাদেশত সংৰক্ষণ বিৰোধী প্ৰতিবাদত নিহতৰ সংখ্যা ৩৯লৈ বৃদ্ধি

বাংলাদেশত সংৰক্ষণ বিৰোধী প্ৰতিবাদত নিহত লোকৰ সংখ্যা ৩৯লৈ বৃদ্ধি পাইছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি চৰকাৰী চাকৰিৰ বাবে সংৰক্ষণ ব্যৱস্থাৰ সংস্কাৰৰ দাবী জনাই বিদ্যাৰ্থীসকলে সাব্যস্ত কৰা প্ৰতিবাদে দেশখনত হিংসাত্মক ৰূপ ধাৰণ কৰিছে। দেশখনত অশান্ত পৰিস্থিতিৰ বাবে টেলিভিছন নিউজ চেনেলৰ সম্প্ৰচাৰ বন্ধ কৰা হৈছে,...

July 18, 2024 8:59 PM

views 32

বাংলাদেশত দেশজোৰা বন্ধৰ সময়ত আৰক্ষী-প্ৰতিবাদকাৰীৰ মাজৰ সংঘৰ্ষত কমেও ৪ জন লোক নিহত হোৱাৰ লগতে শতাধিক লোক আহত

বাংলাদেশত দেশজোৰা বন্ধৰ সময়ত আজি আৰক্ষী আৰু সংৰক্ষণ ব্যৱস্থাৰ সংস্কাৰ বাবে দাবী জনোৱা প্ৰতিবাদকাৰীৰ মাজত সংঘটিত সংঘৰ্ষৰ ফলত কমেও ৪ জন লোক নিহত হোৱাৰ লগতে শতাধিক লোক আহত হয়। প্ৰতিবাদকাৰীসকলে নিজৰ দাবী মানি লোৱা উদ্দেশ্যে ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ কৰাৰ লগতে ৰে'ল সেৱাত ব্যাঘাত জন্মায়। বাংলাদেশৰ আইন, ন্...

July 17, 2024 6:22 PM

views 17

ওমানৰ উপকূলৱৰ্তী অঞ্চলত তেল পৰিবাহী জাহাজ বুৰ যোৱাত ১৩গৰাকী ভাৰতীয়সহ ১৬গৰাকী নাৱিক সন্ধানহীন

ওমানৰ উপকূলৱৰ্তী অঞ্চলত এখন তেল পৰিবাহী জাহাজ বুৰ যোৱাৰ ফলত ১৩ গৰাকী ভাৰতীয় আৰু ৩ গৰাকী শ্ৰীলংকাৰ নাগৰিককে ধৰি জাহাজখনত থকা মুঠ ১৬ গৰাকী নাৱিকৰ কেউগৰাকীয়েই সন্ধানহীন হৈ আছে। যোৱা ১৫ জুলাইত সংঘটিত এই দুর্ঘটনাটোৰ বিষয়ে দেশখনৰ কৰ্তৃপক্ষই কালি বাতৰি প্ৰকাশ কৰিছে। ওমানৰ সমুদ্রপথৰ সুৰক্ষা কেন্দ্ৰই প্ৰক...

July 17, 2024 6:16 PM

views 17

পেৰুত পথ দুৰ্ঘটনাত ২৬জন লোক নিহত, ১২জনতকৈও অধিক লোক আহত

পেৰুত কালি সংঘটিত এটা পথ দুৰ্ঘটনাত কমেও ২৬ জন লোকে প্রাণ হেৰুওৱাৰ লগতে আন ১২ জনতকৈও অধিক লোক আহত হৈছে। এখন যাত্রীবাহী বাছ দক্ষিণ পেৰুৰ আয়াকুচ অঞ্চলৰ লছ লিবার্টাড’ৰ্ছ ঘাইপথৰ পৰা থিয় গৰাৰে প্ৰায় ২০০ মিটাৰ তললৈ সৰি পৰা এই দুর্ঘটনাটোত আহত বাছযাত্ৰীসকলক ততাতৈয়াকৈ চিকিৎসায়লৈ নিয়া হয়। প্রায় ৪০ গৰাক...

July 16, 2024 10:41 AM

views 31

ট্রাম্পক ৰিপাব্লিকান দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে আনুষ্ঠানিকভাবে মনোনীত

■ আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্রপতি ডনাল্ড ট্রাম্পক ৰিপাব্লিকান দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে আনুষ্ঠানিকভাবে মনোনীত কৰা হৈছে। মিলৱাউকিত যোৱা নিশা ৰিপাব্লিকান ৰাষ্ট্ৰীয় কমিটীৰ প্ৰতিনিধিসকলৰ পৰা সংখ্যাগৰিষ্ঠ ভোট লাভ কৰাৰ পাছত তেওঁক আনুষ্ঠানিকভাৱে মনোনীত করা হয়। এয়া হ'ল ২০১৬ বৰ্ষত নির্ব...

July 15, 2024 6:50 PM

views 55

ৰাজনৈতিক বিভাজন একাষৰীয়া কৰি আমেৰিকানসকলক একত্ৰিত হ’বলৈ ডনাল্ড ট্রাম্পৰ আহ্বান

আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেন আৰু তেওঁৰ ৰিপাব্লিকান প্রতিদ্বন্দ্বী ডনাল্ড ট্রাম্পে ৰাজনৈতিক বিভাজন একাষৰীয়া কৰি আমেৰিকানসকলক একত্ৰিত হ'বলৈ আহ্বান জনাইছে। পেনচিলভেনিয়াত হত্যাৰ প্ৰচেষ্টাৰ পৰা হাত সৰা ট্রাম্পে কয় যে, ৰিপাব্লিকান ৰাষ্ট্ৰীয় অধিবেশনৰ ভাষণত তেওঁ ৰাষ্ট্ৰপতি বাইডেনক সমালোচনা কৰাতকৈ ৰাষ্ট...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।