আন্তৰ্জাতিক সংবাদ

November 1, 2024 8:17 PM

views 22

স্পেইনত বিধ্বংসী বানৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ২০২ লৈ বৃদ্ধি

স্পেইনত বিধ্বংসী বানৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ২০২ লৈ বৃদ্ধি পাইছে। বানৰ ফলত ভালেসংখ্যক লোক সন্ধানহীন হৈ আছে। ৮ ঘণ্টা ধৰি হোৱা ধাৰাষাৰ বৰষুণৰ বাবে ৱালেন্‌চিয়া আৰু মলাগাৰ দৰে চহৰ বানৰ কৱলত পৰিছে আৰু বাঢ়নি পানীৰ ফলত জনসাধাৰণ ঘৰ আৰু বাহনত আৱদ্ধ হৈ পৰিছে। স্পেইনৰ প্ৰধানমন্ত্ৰী পেড্রো চাঞ্চেজে জনসাধ...

October 30, 2024 12:03 PM

views 21

গাজা ষ্ট্ৰিপত স্থায়ী যুদ্ধবিৰতিৰ বাবে যিকোনো চুক্তিৰ আগ্ৰহী হামাছ

গাজা ষ্ট্ৰিপত স্থায়ী যুদ্ধবিৰতিৰ বাবে যিকোনো চুক্তিৰ বাবে হামাছে আগ্ৰহ প্ৰকাশ কৰিছে। হামাছৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কালি কয় যে এই চুক্তিৰ বাবে কিছুমান নির্দিষ্ট চর্ত থাকিব। ইয়াৰ ভিতৰত সমগ্ৰ গাজা ষ্ট্রিপৰ পৰা ইজৰাইলী সেনা প্রত্যাহাৰ কৰা, অৱৰোধ প্ৰত্যাহাৰ কৰা, আৰু সাহায্য, সমৰ্থন আৰু আশ্ৰয়ৰ ব্যৱস্থ...

October 28, 2024 7:47 PM

views 26

গোলকীয় সামৰিক মিত্ৰজোঁটৰ বাবে আহ্বান ইৰাণৰ সৰ্বোচ্চ নেতাৰ

ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইয়ে গোলকীয় সামৰিক মিত্ৰজোঁটৰ বাবে আহ্বান জনাইছে। বিগত সপ্তাহৰ শেষৰ ফালে ইৰাণৰ গুৰুত্বপূৰ্ণ সামৰিক স্থানসমূহৰ বিৰুদ্ধে ইজৰাইলৰ বিমান আক্ৰমণৰ উচিত প্ৰত্যুত্তৰ দিয়া হব বুলি ইৰাণৰ শীৰ্ষ বিষয়াসকলে ঘোষণা কৰিছে। ইৰাণৰ সৰ্বোচ্চ নেতাগৰাকীৰ এই শক্তিশালী ঘোষণাই আমে...

October 28, 2024 7:35 PM

views 22

ভাৰতীয় আৰু আমেৰিকাৰ নাগৰিকৰে ৰাষ্ট্ৰপতি জ’ বাইডেনৰ অন্তিমবাৰৰ বাবে দীপাৱলী উদযাপন

আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে হোৱাইট হাউছত আজি সন্ধিয়া ভাৰতীয় আৰু আমেৰিকাৰ নাগৰিকসকলৰ সৈতে ৰাষ্ট্ৰপতি হিচাপে অন্তিমবাৰৰ বাবে দীপাৱলী উদযাপন কৰিব। এই উৎসৱে আমেৰিকা আৰু ভাৰতীয় আমেৰিকান সম্প্ৰদায়ৰ মাজৰ বন্ধন অটুট কৰাৰ লগতে ই ভাৰতীয় ঐতিহ্য আৰু সংস্কৃতিৰ স্মৰণীয় মুহূৰ্ত হৈ ৰ'ব বুলি আশা কৰা হৈছে । ...

October 27, 2024 8:24 PM

views 25

কাজানত অনুষ্ঠিত ব্রিকছ শীৰ্ষ সন্মিলনত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনক  প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঝাৰখণ্ডৰ শিল্পকলা উপহাৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাজানত অনুষ্ঠিত ব্রিকছ শীৰ্ষ সন্মিলনত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনক ঝাৰখণ্ডৰ শিল্পকলা উপহাৰ দিয়ে। ঝাৰখণ্ডৰ হাজাৰীবাগ জিলাৰ ছোহৰাই চিত্রকলা হৈছে অঞ্চলটোৰ থলুৱা পৰম্পৰাৰ সুন্দৰ প্ৰতিফলন। এই চিত্রকলাসমূহক এক জিলা এক সামগ্ৰী শীৰ্ষক ভাৱাদৰ্শৰ অধীনত স্বীকৃতি প্ৰদান ক...

October 24, 2024 1:06 PM

views 20

তুৰস্কত চৰকাৰী মহাকাশ আৰু প্ৰতিৰক্ষা উদ্যোগ টুছাছৰ চৌহদত সংঘটিত ঘটনাত ৫ জন নিহতৰ লগতে ২২ জন আহত

তুৰস্কত কালি আংকাৰাস্থিত চৰকাৰী মহাকাশ আৰু প্ৰতিৰক্ষা উদ্যোগ টুছাছৰ চৌহদত সংঘটিত এটা আক্ৰমণৰ ঘটনাত কমেও ৫ জন লোক নিহত হোৱাৰ লগতে ২২ জন লোক আহত হৈছে। ঘটনাৰ সময়ত নিৰাপত্তা বাহিনীয়ে দুটা সন্ত্রাসবাদীক নিধন কৰে। এই পর্যন্ত কোনো সশস্ত্র গোটে আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই যদিও তুৰস্কৰ প্ৰতিৰক্ষা মন্ত...

October 24, 2024 1:00 PM

views 26

তিনি-দিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ জাৰ্মানীৰ চেন্সেলৰ অ’লাফ ছোল্‌জ

জাৰ্মানীৰ চেন্সেলৰ অ'লাফ ছোল্‌জ সপ্তম আন্তঃচৰকাৰী পৰামৰ্শ বৈঠকত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে আজি তিনি-দিনীয়া ভ্ৰমণসূচীৰে ভাৰত পাবহি। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চেন্সেলৰ ছোল্‌জে কাইলৈ আন্তঃচৰকাৰী পৰামৰ্শ বৈঠকত সহ অধ্যক্ষতা কৰিব। আন্তঃচৰকাৰী পৰামৰ্শ বৈঠক পূৰ্ণ চৰকাৰী মঞ্চ আৰু ইয়াৰ অধীনত দুয়োপক্ষৰ ম...

October 23, 2024 6:04 PM

views 24

বাংলাদেশৰ ৰাষ্ট্ৰপতি মহম্মদ ছাহাবুদ্দিনৰ পদত্যাগৰ দাবীত প্ৰতিবাদ

অপসাৰিত প্ৰধানমন্ত্রী শ্বেইখ হাছিনাৰ পদত্যাগ সন্দৰ্ভত কৰা মন্তব্যৰ বাবে বাংলাদেশত কালি ৰাষ্ট্ৰপতি মহম্মদ ছাহাবুদ্দিনৰ পদত্যাগৰ দাবী তীব্ৰতৰ হৈ উঠে। কালি নিশা চাৰে ৮ বজাত শতাধিক প্ৰতিবাদকাৰীয়ে ৰাষ্ট্ৰপতিৰ বাসস্থানৰ নিৰাপত্তাবেষ্টনী ভাঙি বংগভৱনত প্ৰৱেশৰ চেষ্টা চলায়। বংগভৱনত প্ৰৱেশত বাধা দিয়াৰ সময়ত...

October 23, 2024 11:33 AM

views 20

ভাৰত-চীনৰ মাজত ভাল প্রতিবেশীৰ সম্পৰ্ক অধিক শক্তিশালী হ’ব বুলি আশা প্রকাশ এণ্টনিঅ’ গুটেৰেছৰ

ৰাষ্ট্ৰসংঘৰ সচিব প্রধান এণ্টনিঅ' গুটেৰেছে সীমান্তত উত্তেজনা হ্ৰাস কৰাৰ বাবে ভাৰত আৰু চীনৰ মাজৰ সীমান্ত এলেকাত তহল ব্যৱস্থা সন্দৰ্ভত অলপতে চুক্তি সম্পাদিত হোৱাৰ পাছত দেশ দুখনৰ মাজত ভাল প্রতিবেশীৰ সম্পৰ্ক অধিক শক্তিশালী হ'ব বুলি আশা প্রকাশ কৰিছে। ৰাষ্ট্ৰসংঘৰ দৈনিক প্ৰেছ বিবৃতিৰ সময়ত শ্রীগুটেৰেছে দুয়...

October 20, 2024 8:37 PM

views 20

ইণ্ডোনেছিয়াত থকা ভাৰতীয় মূলৰ ব্যৱসায়িক গোষ্ঠীসমূহৰ সৈতে বিদেশ ৰাজ্যমন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটাৰ মত-বিনিময়

বিদেশ ৰাজ্যমন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটাই আজি ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰবোৱো সুবিয়াণ্টো আৰু উপ- ৰাষ্ট্ৰপতি জিৱান ৰাকাবুমিং ৰাকাৰ শপত গ্রহণ অনুষ্ঠানত অংশগ্ৰহণ কৰে। সামাজিক মাধ্যমযোগে এই বিষয়ে অৱগত কৰি মন্ত্ৰী শ্ৰীমাৰ্ঘেৰিটাই চলিত বৰ্ষত ইণ্ডোনেছিয়া আৰু ভাৰতৰ আন্তঃসম্পৰ্কৰ ৭৫ বছৰ পূৰ্তিত সন্তোষ প্ৰকাশ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।