আন্তৰ্জাতিক সংবাদ

January 19, 2025 8:34 PM

views 19

আমেৰিকা যুক্তৰাষ্ট্ৰত সামাজিক মাধ্যম টিক্‌টক্ ৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ বাহাল

আমেৰিকা যুক্তৰাষ্ট্ৰত সামাজিক মাধ্যমৰ অন্যতম জনপ্রিয় মঞ্চ টিক্‌টক্ ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰাৰ পৰিপ্ৰেক্ষিতত কেইবালাখ ব্যৱহাৰকাৰীয়ে টিক্‌টক্ ভিডিঅ' চোৱাৰ অভিজ্ঞতাৰ পৰা বঞ্চিত হৈছে। নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পৰ শপতগ্রহণ অনুষ্ঠানৰ এদিন পূৰ্বে আজিৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰত নতুনকৈ প্ৰ...

January 18, 2025 8:29 PM

views 20

ৰাছিয়াই ইউক্রেইনৰ কীভত চলোৱা বিমান আক্রমণত কমেও তিনিজন লোকৰ প্ৰাণহানি

ৰাছিয়াই যোৱা নিশা ইউক্রেইনৰ কীভত চলোৱা বিমান আক্রমণত কমেও তিনিজন লোকে প্ৰাণ হেৰুৱায়। ইউক্রেইনৰ বিষয়াসকলে প্ৰকাশ কৰা মতে, এই আক্ৰমণত এটা মেট্‌ ষ্টেচন আৰু পানীৰ পাইপৰো ক্ষতিসাধন হয়। তেওঁলোকে প্ৰকাশ কৰা মতে, ৰাছিয়াৰ বাহিনীসমূহে প্ৰথমতে ড্ৰণেৰে আৰু পাছত বেলিষ্টিক ক্ষেপণাস্ত্ৰৰে আক্ৰমণ চলায়। ইউক্রে...

January 15, 2025 8:32 PM

views 39

বাংলাদেশৰ উচ্চতম ন্যায়ালয়ে প্ৰাক্তন প্রধানমন্ত্রী বেগম খালেদা জিয়া আৰু তেওঁৰ পুত্ৰক দুৰ্নীতিৰ গোচৰৰ পৰা দোষমুক্ত কৰিছে

বাংলাদেশৰ উচ্চতম ন্যায়ালয়ে আজি এটা গুৰুত্বপূৰ্ণ ৰায়যোগে দেশখনৰ প্ৰাক্তন প্রধানমন্ত্রী বেগম খালেদা জিয়া আৰু তেওঁৰ পুত্ৰ তথা বাংলাদেশ নেচনেলিষ্ট পাৰ্টীৰ শীৰ্ষ নেতা তাৰিক ৰহমানক দুৰ্নীতিৰ গোচৰৰ পৰা দোষমুক্ত কৰিছে। বাংলাদেশৰ মুখ্য ন্যায়াধীশ চৈয়দ ৰাফাৎ আহমেদৰ নেতৃত্বৰ এখন ৫ জনীয়া খণ্ড বিচাৰপীঠে ২০...

January 15, 2025 10:50 AM

views 36

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ স্পেইনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে স্পেইনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জ'ছে মেনুৱেল আলবেৰাছৰ সৈতে কালি মাদ্ৰিডৰ স্পেইন-ভাৰত কাউন্সিল ফাউণ্ডেচনত আয়োজিত পৰিৱৰ্তিত বিশ্বৰ বাবে কৌশলগত সহযোগিতা শীর্ষক এখন আলোচনাত মিলিত হয়। ড০ জয়শংকৰে দিয়া এটা বাৰ্তাত ভাৰত আৰু স্পেইনৰ সহযোগিতা সংঘৰ্ষজৰ্জৰ বিশ্ব অর্থ...

January 15, 2025 10:44 AM

views 19

ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থৰমন শ্বনমুগাৰত্নম পাঁচদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত

ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থৰমন শ্বনমুগাৰত্নম কালি পাঁচদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হয়। নতুন দিল্লীৰ বিমান বন্দৰত কালি তেওঁক বাণিজ্য আৰু উদ্যোগ ৰাজ্য মন্ত্ৰী জিতিন প্ৰসাদে আদৰণি জনায়। তেওঁৰ লগত মন্ত্রী, সংসদ সদস্য আৰু বিষয়াকে ধৰি এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলো আহিছে। ছিংগাপুৰৰ ৰাষ্ট্ৰপতিৰূপে এয়া...

January 15, 2025 10:41 AM

views 24

কেৰালাৰ খাদ্য সংসাধন আৰু লজিষ্টিকছ খণ্ডত বিনিয়োগৰ বাবে আৰৱ আমিৰি ৰাষ্ট্ৰৰ আগ্ৰহ প্ৰকাশ

আন্তঃৰাষ্ট্ৰীয় বিনিয়োগ আকৰ্ষিত কৰাৰ বাবে কেৰালাই চলাই থকা গুৰুত্বপূৰ্ণ অভিযানে এটা বিশেষ গতি লাভ কৰিছে। ৰাজ্যখনৰ উদ্যোগ মন্ত্ৰী পি ৰাজীৱৰ নেতৃত্বত ডুবাইলৈ যোৱা এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলে সমাগত ইনভেষ্ট কেৰালা গ্লোবেল ছামিট আই কে জি এছ-ৰ বাবে সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰৰ শীর্ষস্থানীয় বাণিজ্য আৰু...

January 14, 2025 8:54 PM

views 22

ৰাছিয়াত এগৰাকী ভাৰতীয় নাগৰিকৰ মৃত্যুৰ ঘটনাত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ প্ৰতিক্ৰিয়া প্ৰকাশ

ৰাছিয়াত এগৰাকী ভাৰতীয় নাগৰিকৰ মৃত্যুৰ ঘটনাৰ বিষয়ে ভাৰতে মস্কো মহল আৰু নতুন দিল্লীত থকা ৰাছিয়াৰ দূতাবাসৰ ওচৰত উত্থাপন কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে ৰুছ সেনা বাহিনীৰ হৈ কাম কৰি থকা বাকী ভাৰতীয় নাগৰিকসকলক শীঘ্ৰে সেৱা মুক্ত কৰিবলৈ আহ্বান জনাইছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে আজি এটা বিবৃতিযো...

January 14, 2025 2:25 PM

views 22

আমেৰিকা যুক্তৰাষ্ট্ৰৰ লছ এঞ্জেলছৰ বিধবংসী বনজুইৰ বাবে ৯২ হাজাৰৰো অধিক লোকক স্থানান্তৰিত কৰাৰ নিৰ্দেশ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ লছ এঞ্জেলছৰ বিধবংসী বনজুইৰ বাবে ৯২ হাজাৰৰো অধিক লোকক স্থানান্তৰিত কৰাৰ নিৰ্দেশ দিয়াৰ লগতে ৮৯ হাজাৰ লোকক এই ক্ষেত্ৰত সতৰ্ক হৈ থাকিবলৈ কৰ্তৃপক্ষই নির্দেশ দিছে। লছ এঞ্জেলছৰ বিভিন্ন অংশলৈ বিয়পি পৰা এই বনজুইত এতিয়ালৈকে ২৫ জন লোকৰ মৃত্যু হৈছে আৰু ১২ জনৰো অধিক লোক সন্ধানহীন হৈ আছে।...

January 14, 2025 2:18 PM

views 40

ভাৰতৰ বিশ্বব্যাপী গুৰুত্ব বৃদ্ধি পোৱাৰ লগতে বিশ্বৰ বহুধা বিভক্ত শক্তিসমূহক সঠিক দিশ নিৰ্দেশ কৰাৰ সামর্থ্য আছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ প্ৰকাশ

ভাৰতৰ বিশ্বব্যাপী গুৰুত্ব বৃদ্ধি পোৱাৰ লগতে প্ৰত্যাহ্বানমূলক সময়ত অর্থপূর্ণ সহযোগিতা প্রদান আৰু বিশ্বৰ মেৰুকৃত শক্তিসমূহক সঠিক দিশ নিৰ্দেশ কৰাৰ অনন্য ক্ষমতা আছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে প্ৰকাশ কৰিছে। স্পেইনত থকা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলক উদ্দেশ্যি দিয়া ভাষণত তেওঁ আন্তঃৰাষ্ট্ৰ...

January 14, 2025 10:55 AM

views 19

ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থৰমন শ্বনমুগাৰত্নম পাঁচ দিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব

ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থৰমন শ্বনমুগাৰত্নম আজি পাঁচ দিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হ'ব। তেওঁৰ লগত মন্ত্রী, সংসদ সদস্য আৰু বিষয়াকে ধৰি এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলো আহিব। ছিংগাপুৰৰ ৰাষ্ট্ৰপতিৰূপে এয়া হৈছে শ্ৰীশ্বনমুগাৰত্নমৰ প্ৰথমটো ভাৰত ভ্ৰমণ। এই ভ্ৰমণকালত তেওঁ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।