আন্তৰ্জাতিক সংবাদ

June 12, 2025 8:57 PM

views 30

জি-৭ শীৰ্ষ সন্মিলনৰ আপাহতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কানাডাৰ প্ৰধানমন্ত্রী মার্ক কাৰ্ণিৰ মাজত মত-বিনিময় কৰিব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কানাডাৰ প্ৰধানমন্ত্রী মার্ক কাৰ্ণিৰ মাজত জি-৭ শীৰ্ষ সন্মিলনৰ আপাহতে হ'বলগীয়া বৈঠকে দ্বিপাক্ষিক আৰু গোলকীয় বিষয় লৈ মত-বিনিময়ৰ সুযোগ প্ৰদান কৰিব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। জি-৭ শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে কানাডালৈ যাবলগীয়া প্রধানমন্ত্ৰীৰ...

June 11, 2025 8:40 PM

views 27

মস্কোৱে শান্তি বিচাৰে কিন্তু ইউক্রেইনে পশ্চিমীয়া দেশৰ কথা নুশুনি শান্তি স্থাপনৰ ক্ষেত্ৰত ভূমিকা লব লাগিবঃ ভ্লাদিমীৰ মেদিনস্কী

ৰাচিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমীৰ পুটিনৰ সহযোগী ভ্লাদিমীৰ মেদিনস্কীয়ে কৈছে যে, মস্কোৱে শান্তি বিচাৰে কিন্তু ইউক্রেইনে পশ্চিমীয়া দেশৰ কথা নুশুনি শান্তি স্থাপনৰ ক্ষেত্ৰত ভূমিকা লব লাগিব। মেদিনস্কীয়ে ইয়াৰ পূৰ্বে অৱগত কৰিছিল যে বহিঃশক্তিৰ প্ৰৰোচনাত নপৰি যদি ইউক্রেইনে দেশৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিয়ে তেতিয...

June 11, 2025 9:25 AM

views 21

অষ্ট্ৰিয়াৰ গ্ৰাজ চহৰৰ এখন বিদ্যালয়ত সংঘটিত গুলীচালনাৰ ঘটনাত ১০জন লোক নিহত

অষ্ট্ৰিয়াৰ গ্ৰাজ চহৰত কালি এখন বিদ্যালয়ত সংঘটিত এটা গুলীচালনাৰ ঘটনাত ১০ জন লোক নিহত হোৱাৰ লগতে আন ১২জন আহত হৈছে। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে, বন্দুকধাৰী ২১ বছৰীয়া প্ৰাক্তন ছাত্ৰজনে গুলীচালনাৰ পাছত বিদ্যালয়খনৰ শৌচাগাৰত আত্মহত্যা কৰে। স্থানীয় সংবাদ মাধ্যমত প্রকাশিত খবৰ অনুসৰি হতাহতসকলৰ ভিতৰত বন...

June 8, 2025 8:38 PM

views 36

লচ এঞ্জেলেছত সংঘটিত হিংসাত্মক পৰিস্থিতিৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ নেচনেল গাৰ্ডৰ ২০০০ জোৱান নিয়োগৰ নিৰ্দেশ

লচ এঞ্জেলেছত সংঘটিত হিংসাত্মক পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে নেচনেল গাৰ্ডৰ ২০০০ জোৱান নিয়োগৰ নিৰ্দেশ দিছে। অঞ্চলটোত দ্বিতীয় দিনৰ বাবেও চৰকাৰী পক্ষ আৰু সাধাৰণ জনতাৰ মাজত সংঘর্ষ অব্যাহত আছে। উল্লেখযোগ্য যে বিগত সময়ছোৱাত লছ এঞ্জেলছত ট্রাম্প প্রশাসনে অনুপ...

June 8, 2025 8:23 PM

views 29

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰ  সপ্তাহযোৰা ভ্ৰমণসূচীৰে ফ্ৰান্স, ইউৰোপীয় সংঘ আৰু বেলজিয়ামলৈ ৰাওনা

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰ আজি সপ্তাহযোৰা ভ্ৰমণসূচীৰে ফ্ৰান্স, ইউৰোপীয় সংঘ আৰু বেলজিয়ামলৈ ৰাওনা হৈছে। এই ভ্ৰমণৰ সময়ছোৱাত বৈদেশিক মন্ত্ৰীগৰাকীয়ে ফ্ৰান্সৰ পেৰিছত দেশখনৰ বিদেশ মন্ত্ৰী জ্যান নৱেল বেৰোটৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। শ্ৰীজয়শংকৰে দেশখনৰ আন আন জ্যেষ্ঠ নেতাৰ সৈতে বৈঠকত ...

June 8, 2025 12:36 PM

views 27

ব্ৰিটেইনৰ বিদেশ মন্ত্রী ডেভিদ লেমিৰ নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ

ব্ৰিটেইনৰ বিদেশ মন্ত্রী ডেভিদ লেমিয়ে কালি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। সাক্ষাৎ কালত প্ৰধানমন্ত্রী মোদীয়ে উভয় দেশৰ মাজত বর্ধিত দ্বিপাক্ষিক সম্পৰ্কৰ প্ৰতি আদৰণি জনায় আৰু ভাৰত-ব্ৰিটেইন সৰ্বাত্মক সহযোগিতা গভীৰ হোৱাৰ বিষয় লৈ সন্তুষ্টি প্ৰকাশ কৰে। বিদেশ মন্ত্রী ডেভিদ লেমিয়ে...

June 8, 2025 11:54 AM

views 21

বিজেপিৰ সাংসদ ৰবিশংকৰ প্ৰসাদৰ নেতৃত্বৰ সৰ্বদলীয় সংসদীয় প্রতিনিধি দলৰ জাৰ্মানী ভ্ৰমণৰ সামৰণি

বিজেপিৰ সাংসদ ৰবিশংকৰ প্ৰসাদৰ নেতৃত্বৰ সৰ্বদলীয় সংসদীয় প্রতিনিধি দলৰ জাৰ্মানী ভ্ৰমণৰ কালি সামৰণি পৰে। এই ভ্ৰমণ কালত দলটোৱে জাৰ্মানীৰ শীৰ্ষ ৰাজনৈতিক নেতৃত্ব, নীতি প্ৰনেতা আৰু চিন্তাবিদসকলৰ আগত সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ দৃঢ় আৰু নীতিগত স্থিতিৰ বিষয়ে অৱগত কৰোৱাৰ লগতে ভাৰত-জাৰ্মানীৰ কৌশলগত সম্পৰ্কৰ...

June 7, 2025 8:36 PM

views 32

ৰাছিয়াই ইউক্রেইনত চলোৱা এক আক্ৰমণত ৩ জন লোক নিহত হোৱাৰ লগতে আন ২১ জন লোক গুৰুতৰ ভাৱে আহত

আজি পুৱা ৰাছিয়াই ইউক্রেইনত চলোৱা আন এক আক্ৰমণত কমেও তিনিজন লোক নিহত হোৱাৰ লগতে আন ২১ জন লোক গুৰুতৰ ভাৱে আহত হয়। সংবাদ মাধ্যমত প্রকাশিত বাতৰি অনুসৰি ৰাছিয়াই এই আক্ৰমণত ২০৬খন ড্র'ন আৰু ৯টা ক্ষেপণাস্ত্র ব্যৱহাৰ কৰিছে। যোৱা কেইসপ্তাহমানৰ ভিতৰত কৰা এই বৃহৎ‍ আক্ৰমণৰ ফলত ইউক্রেইণৰ ১৮টাকৈ বৃহৎ অট্টালিকা ...

June 7, 2025 10:18 AM

views 32

ডিজিটেল পেমেণ্ট ব্যৱস্থাৰ জৰিয়তে ভাৰত আৰু মধ্য এছিয়াৰ দেশসমূহৰ মাজত অধিক বিত্তীয় সংযোগৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ

ভাৰত আৰু মধ্য এছিয়াৰ দেশসমূহে বিশেষকৈ ডিজিটেল পেমেণ্ট ব্যৱস্থাৰ জৰিয়তে তেওঁলোকৰ মাজত অধিক বিত্তীয় সংযোগৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে৷ চতুৰ্থ সংখ্যক ভাৰত-মধ্য এছিয়া সন্মিলনৰ যৌথ বিবৃতিত ৰাষ্ট্ৰসমূহে বাণিজ্য, বিনিয়োগ, পৰ্যটনৰ দৰে ক্ষেত্ৰসমূহক উৎসাহিত কৰিবলৈ বেংকৰ লেনদেন আৰু ৰাষ্ট্ৰীয় ...

June 7, 2025 10:09 AM

views 26

কানাডাত হ’বলগীয়া জি-ছেভেন সন্মিলনত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চলিত মাহত কানাডাৰ কানানাস্কিসত হ'বলগীয়া জি-ছেভেন সন্মিলনত উপস্থিত থাকিব। কালি কানাডাৰ প্ৰধানমন্ত্রী মার্ক কাৰ্নেৰ সৈতে প্ৰধানমন্ত্রী শ্রী মোদীয়ে এই সংক্ৰান্তত টেলিফোনিক বাৰ্তালাপ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে কানাডাৰ শেহতীয়া নিৰ্বাচনত মার্...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।