July 26, 2025 10:30 AM July 26, 2025 10:30 AM
7
বৈদেশিক পৰিক্ৰমা ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত জি টুৱেণ্টি উন্নয়ন মন্ত্ৰীসকলৰ প্ৰথমখন অধিৱেশনত অংশগ্ৰহণ
বৈদেশিক পৰিক্ৰমা ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই অবৈধ বিত্তীয় সৰবৰাহ আৰু সামাজিক সুৰক্ষাৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকাৰ আম্পু মালাংগাত অনুষ্ঠিত জি টুৱেণ্টি উন্নয়ন মন্ত্ৰীসকলৰ প্ৰথমখন অধিৱেশনত কালি অংশগ্ৰহণ কৰে। সামাজিক সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতে লাভ কৰা সৰ্বাত্মক সফলতাত আলোকপাত কৰি শ্রীমাৰ্ঘেৰিটাই বহনক্ষ...