আন্তৰ্জাতিক সংবাদ

October 5, 2025 8:35 PM

views 35

নেপালত ধাৰাষাৰ বৰষুণৰ ফলত হোৱা ভূমিস্খলন আৰু বানত ৪৭ জন লোকৰ মৃত্যু

নেপালত পৰহিৰে পৰা হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত হোৱা ভূমিস্খলন আৰু বানত ৪৭ জন লোকৰ মৃত্যু হৈছে বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। ভূমিস্খলনত আটাইতকৈ বেছি ক্ষতিগ্রস্ত হোৱা ইল্লাম জিলাত কমেও ৩৭ জন লোকৰ মৃত্যু হৈছে। দেশখনৰ ৰাষ্ট্ৰীয় দুৰ্য্যোগ হ্রাস আৰু ব্যৱস্থাপনা কর্তৃপক্ষৰ মুখপাত্রই নিরুদ্দেশ হোৱা লোকসকলৰ ...

October 5, 2025 11:15 AM

views 37

ব্ৰিটেইনৰ প্ৰধানমন্ত্রী কীৰ ষ্টাৰমাৰ ৮ অক্টোবৰত দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব

ব্ৰিটেইনৰ প্ৰধানমন্ত্রী কীৰ ষ্টাৰমাৰে অহা ৮ অক্টোবৰত দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব। এয়া হ'ব ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰথমবাৰলৈ ভাৰত ভ্ৰমণ। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ এটা সূত্ৰত প্ৰকাশ পাইছে যে, ৯ অক্টোবৰত মুম্বাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ষ্টাৰমাৰে ভিছন ...

October 4, 2025 9:15 PM

views 47

ইজলাইৰে বিগত ১২ ঘণ্টাত গাজাত চলোৱা আক্ৰমণত ২০জন লোক নিহত

ইজলাইৰে বিগত ১২ ঘণ্টাত গাজাত চলোৱা আক্ৰমণত ২০ জন লোকে প্ৰাণ হেৰুৱাইছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে বোমা বর্ষণ ততালিকে বন্ধ কৰিবলৈ ইজলাইক আহ্বান জনোৱা সত্বেও দেশখনে গাজা অঞ্চলত আক্ৰমণ অব্যাহত ৰাখিছে। ইপিনে ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনী আৰু প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে ডোনাল্ড ট্রাম্পৰ ...

October 4, 2025 12:34 PM

views 83

হামাছে ইজৰাইলৰ বাকী থকা পণবন্দীসকলক মুকলি কৰি দিবলৈ সন্মত

হামাছে ইজৰাইলৰ বাকী থকা পণবন্দীসকলক মুকলি কৰি দিবলৈ সন্মত হৈছে। তথাপিও তেওঁলোকে আমেৰিকাৰ শান্তি প্ৰস্তাৱত উল্লেখ কৰা কেইবাটাও বিষয়ৰ ওপৰত অধিক আলোচনা হোৱাটো বিচাৰিছে। সংগঠনটোৱে এটা বিবৃতিত কয়, যে যদিহে সকলো বোৰ চৰ্ত পূৰণ হয় তেন্তে ৰাষ্ট্ৰপতি ট্রাম্পৰ প্ৰস্তাৱত থকা বিনিময় সূত্র অনুসৰি জীৱিত বা মৃত সকল...

October 2, 2025 6:36 PM

views 43

ছুদানত এল ফেছাৰ মহানগৰৰ সমীপত ৰেপিড ছাপৰ্ট ফ’ৰ্চৰ ড্ৰ’ন আক্ৰমণত ৮ জন লোক নিহত

■ ছুদানত এল ফেছাৰ মহানগৰৰ সমীপত ৰেপিড ছাপৰ্ট ফ'ৰ্চৰ ড্ৰ'ন আক্ৰমণত ৮ জন লোক নিহত হোৱাৰ উপৰি কেইবাজনো লোক আহত হয়। প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি ঘটনাস্থলীতে ৫ জন অসামৰিক লোকৰ মৃত্যু হয়, আনহাতে ৩ জন গুৰুতৰভাৱে আহত লোকৰ চিকিৎসালয়ত মৃত্যু হয়। কমেও ১২ জন আহত লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। দেশখনত গৃহ...

October 1, 2025 9:17 PM

views 40

ডুবাইৰ বিশ্ব বাণিজ্য কেন্দ্ৰত আজি একাদশ বিশ্ব সেউজ অর্থনীতি সন্মিলন মুকলি

ডুবাইৰ বিশ্ব বাণিজ্য কেন্দ্ৰত আজি একাদশ বিশ্ব সেউজ অর্থনীতি সন্মিলন মুকলি কৰা হয়। সন্মিলনত ৩০ খনতকৈও অধিক দেশৰ ৩ হাজাৰ ৩০০ৰো অধিক অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰিছে। দুদিনীয়াকৈ অনুষ্ঠিত সমাৱেশখনে ডুবাইৰ বহনক্ষম উন্নয়নত বিকাশ হ'ব বুলি আশা কৰা হৈছে।

September 30, 2025 8:00 PM

views 41

সাংস্কৃতিক অধিকাৰ তথা সমতাপূর্ণ উন্নয়নৰ সৃষ্টিশীলতাক শক্তিশালী কৰাৰ প্ৰতি ভাৰতৰ দায়ৱদ্ধতা সন্দৰ্ভত সাংস্কৃতিক মন্ত্রী গজেন্দ্র সিং শেখাৱটৰ গুৰুত্ব আৰোপ

সাংস্কৃতিক মন্ত্রী গজেন্দ্র সিং শেখাৱটে সাংস্কৃতিক অধিকাৰ তথা সমতাপূর্ণ উন্নয়নৰ সৃষ্টিশীলতাক শক্তিশালী কৰাৰ প্ৰতি ভাৰতৰ দায়ৱদ্ধতা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰিছে। স্পেইনত অনুষ্ঠিত সাংস্কৃতিক নীতি আৰু বহনক্ষম উন্নয়নৰ বিশ্ব সন্মিলনত এছিয়া-প্ৰশান্ত মহাসাগৰীয় গোটৰ অধ্যক্ষ হিচাপে শ্ৰী শেখাৱটে অংশগ্ৰহণ ক...

September 30, 2025 6:31 PM

views 42

লণ্ডনৰ টাভিছটক স্কোৱেৰত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি দুৰ্বৃত্তই ভাঙি পেলায়

গান্ধী জয়ন্তী উদযাপনৰ মাত্ৰ দুদিন পূৰ্বে লণ্ডনৰ টাভিছটক স্কোৱেৰত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি দুৰ্বৃত্তই ভাঙি পেলায়। এই ব্ৰঞ্জৰ প্ৰতিমূৰ্তিটো ভাৰত বিৰোধী দেৱাল লিখনৰ মাজত পৰি থকা অৱস্থাত উদ্ধাৰ হয়। ঘটনাটোত লণ্ডনত থকা ভাৰতৰ উচ্চায়ুক্তই কঠোৰ ভাষাৰে গৰিহণা দিছে। উচ্চায়ুক্তৰ কাৰ্যালয়ে এই ঘটনাক ...

September 30, 2025 11:44 AM

views 42

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে ভাৰত আৰু কানাডাৰ মাজত সম্পৰ্ক পুনৰ স্থাপনৰ পদক্ষেপ হিচাপে নিউয়র্কত কানাডাৰ বৈদেশিক মন্ত্রী অনিতা আনন্দক সাক্ষাৎ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে ভাৰত আৰু কানাডাৰ মাজত সম্পৰ্ক পুনৰ স্থাপনৰ পদক্ষেপ হিচাপে কালি নিউয়র্কত কানাডাৰ বৈদেশিক মন্ত্রী অনিতা আনন্দক সাক্ষাৎ কৰে। মন্ত্রী ড০ জয়শংকৰে শেহতীয়াকৈ নিযুক্তি দিয়া উচ্চায়ুক্তৰ প্ৰতি শুভেচ্ছা জনাই কয়, যে এয়া এক আদৰণীয় পদক্ষেপ। ড০ জয়শংকৰৰ এই সাক্ষাৎ আছ...

September 30, 2025 11:26 AM

views 43

ভূটানৰ বৈদেশিক সচিব ওম পেমা ছডেনৰ সৈতে বৈদেশিক সচিব বিক্রম মিশ্ৰীৰ বৈঠক

বৈদেশিক সচিব বিক্রম মিশ্ৰীয়ে নতুন দিল্লীত কালি ভূটানৰ বৈদেশিক সচিব ওম পেমা ছডেনৰ সৈতে বৈঠকত মিলিত হয়। বৈদেশিক মন্ত্ৰ্যালয়ে এটা বিবৃতিযোগে জনাই যে দুয়োপক্ষই দ্বিপাক্ষিক যোগাযোগ আৰু সহযোগিতাৰ ক্ষেত্ৰখনত লাভ কৰা অগ্ৰগতিৰ বিষয়ে পর্যালোচনা কৰে। এই ভ্ৰমণৰ সময়ছোৱাত ভাৰত আৰু ভূটানৰ মাজত ৰে'ল সংযোগ স্থ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।