আন্তৰ্জাতিক সংবাদ

September 29, 2025 11:03 AM

views 43

ভিয়েটনামত টাইফুনৰ বুৱালয়ৰ পৰিপ্ৰেক্ষিতত বিমান বন্দৰসমূহ বন্ধ কৰি দিয়া হৈছে

ভিয়েটনামত টাইফুনৰ বুৱালয়ৰ পৰিপ্ৰেক্ষিতত বিমান বন্দৰসমূহ বন্ধ কৰি দিয়াৰ লগতে হাজাৰ হাজাৰ লোকক নিৰাপদ ঠাইলৈ স্থানান্তৰ কৰোৱা হৈছে। এদিন পূর্বে ফিলিপাইনছত টাইফুনৰ ফলত প্ৰচণ্ড ধুমুহা-বৰষুণত কমেও ১০ জন লোকৰ মৃত্যু হৈছে। ঘণ্টাত ১৩৩ কিলোমিটাৰ বেগেৰে বলা বতাহজাকে আজি মধ্য ভিয়েটনামত খুন্দিয়াব বুলি দেশখন...

September 29, 2025 10:59 AM

views 38

বেলুচিস্তানত পাকিস্তানী সেনাবাহিনীয়ে তিনিজন বেলুচ লোকক বলপূর্বকভাৱে নিৰুদ্দিষ্ট কৰাৰ অভিযোগ

সমগ্র বেলুচিস্তানত বেলুচ নাগৰিকৰ বলপূর্বক নিৰুদ্দেশ অব্যাহত থকাৰ সময়তে পাকিস্তানী সেনাবাহিনীয়ে আৰু তিনিজন বেলুচ লোকক বলপূর্বকভাৱে নিৰুদ্দিষ্ট কৰাৰ অভিযোগ উত্থাপিত হৈছে। বেলুচ ৰাষ্ট্ৰীয় আন্দোলনৰ মানৱ অধিকাৰ শাখা পাংক'ৰ তথ্য অনুসৰি পাকিস্তানী সেনাবাহিনীয়ে বেলুচিস্তানৰ দাদৰ জিলাৰ কুলদান জিৱানী নিবা...

September 28, 2025 12:19 PM

views 46

২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পেহেলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণক ব্ৰীকছ ৰাষ্ট্ৰসমূহৰ বিদেশ মন্ত্ৰীসকলৰ তীব্ৰ ভাষাৰে নিন্দা

ব্ৰীকছ ৰাষ্ট্ৰসমূহৰ বিদেশ মন্ত্ৰীসকলে যোৱা ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পেহেলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ তীব্ৰ ভাষাৰে নিন্দা কৰিছে। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ ৮০ সংখ্যক বৈঠকৰ সময়তে নিউয়ৰ্কত ব্ৰীকছ ৰাষ্ট্ৰগোষ্ঠীৰ বিদেশ মন্ত্ৰীসকলৰ বাৰ্ষিক বৈঠকৰ আয়োজন কৰা হয়। ২০২৬ চনত ভাৰত ব্ৰীকছৰ পৰৱৰ্তী অধ্যক্ষ হোৱ...

September 28, 2025 12:11 PM

views 44

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কৈছে যে ভাৰতে স্বাধীনতাৰ পিছৰে পৰাই সন্ত্ৰাসবাদীৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবলগীয়া হৈছে

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কৈছে যে সন্ত্ৰাসবাদৰ অভিকেন্দ্ৰ স্বৰূপ ভাৰতৰ এখন প্ৰতিবেশী দেশ আছে আৰু স্বাধীনতাৰ পিছৰে পৰাই ভাৰতে সন্ত্ৰাসবাদীৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবলগীয়া হৈছে। বৈদেশিকমন্ত্ৰী গৰাকীয়ে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ৮০ সংখ্যক অধিৱেশনত দিয়া ভাষণত এইকথা উল্লেখ কৰে। ড০ জয়শংকৰে ...

September 24, 2025 12:13 PM

views 37

ইউক্রেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ সৈতে দ্বিপাক্ষিক বৈঠক ৰাষ্ট্ৰপতি ট্রাম্পৰ

নাটো আৰু আমেৰিকাৰ সামৰিক শক্তিৰ সহায়ত ইউক্রেইনে ৰাছিয়াৰ পৰা নিজৰ সকলো ভূখণ্ড ঘূৰাই আনিব পাৰে বুলি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে মন্তব্য কৰিছে। ৰাষ্ট্ৰপতি ট্রাম্পে সামাজিক মাধ্যমৰ এটা পোষ্টত উল্লেখ কৰে, যে কিয়েভৰ বিৰুদ্ধে যুঁজি সমগ্র ইউক্রেইনক পুনৰ জয়ী কৰিব পৰা যাব। ইউক্রেইনৰ ৰাষ্ট্ৰপতি জে...

September 22, 2025 11:31 AM

views 40

পাকিস্তানৰ উত্তৰ-পশ্চিম খাইবাৰপাখতুনখাৱা প্ৰদেশত ৭ জন সন্ত্ৰাসবাদী নিহত

পাকিস্তানৰ উত্তৰ-পশ্চিম খাইবাৰপাখতুনখাৱা প্ৰদেশত সেনাৰ অভিযানত কালি নিষিদ্ধ ঘোষিত সন্ত্ৰাসবাদী সংগঠন তেহৰিক-ই-তালিবান পাকিস্তানৰ ৭ জন সন্ত্ৰাসবাদী নিহত হয়। যোৱা শনিবাৰে দক্ষিণ ৱাজিৰিস্তান সীমান্তৰ ডেৰা ইছমাইল খান জিলাত সন্ত্ৰাসবাদীৰ উপস্থিতি সন্দৰ্ভত লাভ কৰা তথ্যৰ ভিত্তিত সেনাই অঞ্চলটোত অভিযান চলায...

September 21, 2025 8:50 PM

views 29

চৰকাৰী কাৰ্যসূচীলৈ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ মৰক্কোত উপস্থিত

চৰকাৰী কাৰ্যসূচীলৈ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ মৰক্কোত উপস্থিত হৈছে। দেশখনৰ প্ৰতিৰক্ষা মন্ত্রী আব্দেলতিফ লৌদিয়িৰ সৈতে এখন দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰে। দক্ষিণ আফ্ৰিকাৰ দেশখনলৈ ভাৰতৰ প্ৰথমগৰাকী প্ৰতিৰক্ষা মন্ত্ৰীৰ ভ্ৰমণ হিচাপে বিবেচিত শ্রীসিঙৰ এই ভ্রমণসূচীয়ে দুয়োখন দেশৰ মাজৰ পাৰস্পৰিক সহযোগিতা...

September 21, 2025 11:06 AM

views 29

আমেৰিকা যুক্তৰাষ্ট্ৰৰ নতুন H-IB ভিছা নীতি সন্দৰ্ভত হোৱাইট হাউছৰ বিশেষ স্পষ্টীকৰণ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ নতুন H-IB ভিছা নীতি সন্দৰ্ভত প্রযুক্তিগত উদ্যোগতখণ্ডত সৃষ্টি কৰা উদ্বেগ আৰু বিভ্ৰান্তি দূৰ কৰাৰ উদ্দেশ্যে হোৱাইট হাউছে বিশেষ স্পষ্টীকৰণ জাৰি কৰিছে। সেই অনুসৰি কেৱল নতুন আৱেদনকাৰীসকলৰ বাবেহে এবাৰৰ বাবে এশ হেজাৰ ডলাৰৰ মাচুল আৰোপ কৰা হৈছে। আজিৰে পৰা এই নতুন নীতি কার্যকৰী কৰাৰ কেইঘ...

September 17, 2025 12:24 PM

views 30

ৰজা তৃতীয় চাৰ্লছৰ আমন্ত্ৰণ ৰক্ষা কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্প ব্ৰিটেইনত উপস্থিত

ৰজা তৃতীয় চাৰ্লছৰ আমন্ত্ৰণ ৰক্ষা কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্প কালি নিশা ব্ৰিটেইনত উপস্থিত হয়। সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত ট্রাম্পে এই ভ্রমণক বৃহত পদক্ষেপ বুলি অভিহিত কৰে। ইয়াৰ দ্বাৰা ব্ৰিটিছ ৰাজতন্ত্ৰ আৰু চৰকাৰৰ মাজত উচ্চ স্তৰীয় সংযোগ হব বুলি ৰাষ্ট্ৰপতি গৰাকীয়ে উল্লেখ কৰে। ৰাষ্ট্ৰপ...

September 17, 2025 12:09 PM

views 27

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ সৈতে টেলিফোনেৰে কথা পাতে। শ্রীট্রাম্পে প্রধানমন্ত্রী মোদীক তেওঁৰ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীমোদীয়ে কয়, যে ভাৰত আৰু আমেৰিকাৰ ব্যাপক আৰু গোলকীয় অংশীদাৰিত্ব নতুন শিখৰলৈ লৈ যোৱাৰ বাবে ট্রাম্পৰ ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।