September 23, 2025 11:15 AM
54
বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোটগ্রহণ শান্তিপূর্ণভাৱে সম্পন্ন
বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোটগ্রহণ কালি শান্তিপূর্ণভাৱে সম্পন্ন হয়। ৰাজ্যিক নির্বাচন আয়োগৰ তথ্য অনুসৰি কালি পুৱা পুৱা চাৰে ৭ বজাৰ পৰা বিয়লি চাৰে ৪ বজালৈ অনুষ্ঠিত ভোটগ্ৰহণত ৭৮ দশমিক ৪-২ শতাংশ লোকে ভোটদান কৰে। আমাৰ সংবাদ দাতাসকলে জনোৱা অনুসৰি বাক্সা জিলাত ৭৬ দশমিক ৯-২ শতাংশ ভোটদান হয়। কোকৰাঝাৰ জিল...