নির্বাচন

September 26, 2024 9:08 PM

views 16

সন্ত্রাসবাদক নির্মূল কৰা হৈছে আৰু ইয়াক পুনৰুত্থানৰ কোনো সুযোগ দিয়া নহ’বঃ গৃহমন্ত্ৰী অমিত শ্বাহ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা গৃহমন্ত্রী অমিত শ্বাহে কৈছে যে সন্ত্রাসবাদক নির্মূল কৰা হৈছে আৰু ইয়াক পুনৰুত্থানৰ কোনো সুযোগ দিয়া নহ'ব। তেওঁ লগতে বিজেপিৰ কাৰ্যকালত সন্ত্ৰাসবাদ মুক্ত অঞ্চলৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে। আজি জম্মু আৰু কাশ্মীৰৰ উধমপুৰ জিলাৰ ছেনানি অঞ্চলত এখন নির্বাচনী প্ৰচাৰ সভাক সম্বোধন কৰি শ্ৰ...

September 25, 2024 12:20 PM

views 17

জম্মু-কাশ্মীৰ বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে পুৱা ৭ বজাৰ পৰা ভোটগ্ৰহণ আৰম্ভ

জম্মু-কাশ্মীৰ বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আজি ভোটগ্ৰহণ কৰা হৈছে। এই পৰ্যায়ত ২৬ টা সমষ্টি সামৰি লোৱা হৈছে। পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা এই ভোটগ্রহণৰ সন্ধিয়া ৬ বজাত সমাপ্তি ঘটিব। সর্বাধিক সংখ্যক লোকক ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ সুবিধা দিয়াৰ বাবে অঞ্চলসমূহত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰ...

September 24, 2024 7:41 PM

views 23

জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত কাইলৈ ২৬টা সমষ্টিৰ ভোটগ্ৰহণ

জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত কাইলৈ ভোটগ্রহণ মুক্ত, নিকা আৰু সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। এই পৰ্যায়ত ছখন জিলাৰ ২৬টা বিধানসভা সমষ্টি সামৰি লোৱা হৈছে। নিৰ্বাচন হ'বলগীয়া জিলাকেইখনৰ ভিতৰত জম্মু অঞ্চলৰ ৰিয়াছি, ৰাজৌৰি আৰু পুঞ্চ তথা কাশ্মীৰ উপত...

September 23, 2024 8:45 PM

views 18

জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ সামৰণি

জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ আজি সন্ধিয়া সামৰণি পৰে। এই পৰ্যায়ত ৫ খন জিলাৰ ২৬ টা বিধানসভা সমষ্টিত পৰহিলৈ ভোটগ্রহণ অনুষ্ঠিত হ'ব। ভোটগ্রহণ অনুষ্ঠিত হ'বলগীয়া জিলাকেইখন হৈছে - জম্মু খণ্ডত ৰিয়াচি, ৰাজৌৰী আৰু পুঞ্চ। আনহাতে, কাশ্মীৰ উপত্যকাৰ নিৰ্বাচন অনুষ্ঠিত হ’বলগ...

September 23, 2024 2:39 PM

views 30

জন্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি

জন্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ আজি সন্ধিয়া সামৰণি পৰিব। এই পৰ্যায়ত ৫ খন জিলাৰ ২৬ টা বিধানসভা সমষ্টিত পৰহিলৈ ভোটগ্রহণ অনুষ্ঠিত হ'ব। ভোটগ্রহণ অনুষ্ঠিত হ'বলগীয়া জিলাকেইখন হৈছে - জম্মু খণ্ডত ৰিয়াচি, ৰাজৌৰী আৰু পুঞ্চ। আনহাতে, কাশ্মীৰ উপত্যকাৰ নিৰ্বাচন অনুষ্ঠিত হ'বল...

September 21, 2024 9:09 PM

views 18

জম্মুত কংগ্ৰেছ দলৰ সভাপতি মল্লিকার্জুন খার্গেৰ নিৰ্বাচনী প্ৰচাৰ

জম্মুত আসন্ন নির্বাচনৰ বাবে নিজ দলৰ প্ৰাৰ্থীৰ্গৰাকীৰ হৈ প্ৰচাৰ চলাবলৈ উপস্থিত হৈ কংগ্ৰেছ দলৰ সভাপতি মল্লিকার্জুন খার্গেই কয় যে, ৰাহুল গান্ধীলৈ অহা ভাবুকিৰ বাবে তেওঁৰ দলে অনাগত সময়ত আন্দোলনৰ পদক্ষেপ গ্ৰহণ কৰিব। আকাশবাণী জন্মৰ সংবাদদাতাই জনোৱা মতে আৰ এছ এছ আৰু বিজেপিৰ বিষাক্ত মানসিকতাই তেওঁলোকৰ ওপৰত...

September 20, 2024 1:30 PM

views 16

হাৰিয়ানাত বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ, জে পি নাড্ডাৰ নিৰ্বাচনী সভা

হাৰিয়ানাত সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে৷ প্ৰচাৰ অভিযানৰ অংশ হিচাপে ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্রীয় মন্ত্রী জগত প্রকাশ নাড্ডাই কালি ৰোহটকত অনুষ্ঠিত দলীয় কর্মী সন্মিলনক সম্বোধন কৰে। শ্ৰীনাড্ডাই কয় যে বিজেপিৰ শাসনকালত হাৰিয়ানাই যোগ্যতাৰ ভিত্তিত চাকৰি ...

September 19, 2024 8:54 PM

views 4

শ্ৰীনগৰত আজি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নির্বাচনী সভা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰীনগৰত এখন নির্বাচনী সভাত সম্বোধন কৰে। শ্ৰীমোদীয়ে জম্মু-কাশ্মীৰত অহা ২৫ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব লগা দ্বিতীয় পৰ্যায়ৰ বিধানসভাৰ নিৰ্বাচনত জনসাধাৰণক অভিলেখ পৰিমাণৰ ভোটদান কৰিবলৈ আহ্বান জনাইছে। জম্মু-কাশ্মীৰক সম্পূৰ্ণ ৰাজ্যৰ মৰ্যাদা পুনৰ প্ৰদান কৰাৰ বাবে তেওঁৰ চৰ...

September 19, 2024 12:13 PM

views 27

জম্মু-কাশ্মীৰ বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৬১ শতাংশৰো অধিক ভোটদান

জম্মু-কাশ্মীৰ বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত কালি ৬১ শতাংশৰো অধিক ভোটদান হয়। ভোটদানৰ এই হাৰ বিগত ৩৫ বছৰৰ ভিতৰত সৰ্বাধিক। এই পৰ্যায়ত ৰাজ্যখনৰ ৭ খন জিলা – ক্ৰমে পুলৱামা, শ্ব’পিয়ান, কুলগাম, কিষ্টৱাৰ, অনন্তনাগ, ৰামবাণ আৰু ডোডাৰ ২৪ টা সমষ্টি সামৰি লোৱা হয়। নিৰ্বাচন আয়োগে কৈছে যে প্রথম পৰ্যায়ত য...

September 18, 2024 11:53 AM

views 9

হাৰিয়ানা বিধানসভা নিৰ্বাচনত ১,০৩১ গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা

হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ বাবে মুঠ এহেজাৰ ৩১ গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ'ব। হাৰিয়ানা মুখ্য নির্বাচনী বিষয়া পংকজ আগৰৱালে কৈছে যে এইবাৰৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলৰ ভিতৰত ১০১গৰাকী মহিলা আৰু ৪৬২ গৰাকী নিৰ্দলীয় প্রার্থী আছে। ৰাজ্যখনত অহা ৫ অক্টোবৰত এটা পৰ্যায়ত বিধান...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।