October 6, 2024 11:32 AM
44
হাৰিয়ানা বিধানসভাৰ ৬৭ শতাংশ ভোটদাতাৰ ভোটাধিকাৰ সাব্যস্ত
হাৰিয়ানা বিধানসভাৰ ৯০ খন আসনৰ বাবে কালি অনুষ্ঠিত নির্বাচনত প্রায় ৬৭ শতাংশ ভোটদাতাই ভোটাধিকাৰ সাব্যস্ত কৰে। এটা পৰ্যায়ত অনুষ্ঠিত এই ভোটগ্রহণ যথেষ্ট শান্তিপূর্ণ আছিল। সকলো বয়সৰ ভোটদাতাই নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে ভোটগ্রহণ কেন্দ্ৰসমূহত দীঘলীয়া শাৰী পতা পৰিলক্ষিত হয়। উল্লেখযোগ্য যে কালিৰ নি...