নির্বাচন

March 15, 2025 7:00 PM

views 18

ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্র দাখিল প্ৰক্ৰিয়া সমাপ্ত

অহা ২ এপ্ৰিলত হ'বলগীয়া ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে আজি মনোনয়ন পত্র দাখিল প্ৰক্ৰিয়াৰ অন্তিম দিনটোত ভালেসংখ্যক প্রার্থীয়ে তেওঁলোকৰ মনোনয়ন পত্র দাখিল কৰে। পৰিষদৰ অন্তৰ্গত মুঠ ৩৬টা সমষ্টিৰ ভিতৰত গোৱালপাৰা জিলাত ২০টা আৰু কামৰূপ জিলাত থকা ১৬টা সমষ্টি আছে। গোৱালপাৰা জিলাৰ ২০টা সমষ্ট...

March 7, 2025 9:04 PM

views 35

২ এপ্ৰিলত ৰাভা-হাচং স্বায়ত্ব শাসিত পৰিষদৰ ৩৬টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ’ব

ৰাজ্যিক নির্বাচন আয়োগে অহা ২ এপ্ৰিলত ৰাভা-হাচং স্বায়ত্ব শাসিত পৰিষদৰ ৩৬টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বিষয়ে ঘোষণা কৰিছে। ৰাজ্যিক নির্বাচন আয়োগে আজি প্ৰকাশ কৰা অধিসূচনা অনুসৰি অহা ১৫ মার্চ হ'ব মনোনয়ন পত্র দাখিলৰ অন্তিম দিন। ১৭ মাৰ্চত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব। ১৯ মার্চ মনোনয়ন প্ৰত্যাহ...

February 9, 2025 8:24 PM

views 16

আম আদমী পাৰ্টীৰ চৰকাৰৰ বিত্তীয় অনিয়মৰ সন্দৰ্ভত কেগৰ প্ৰতিবেদন প্ৰথমখন বিধানসভা অধিৱেশনত দাখিল কৰা হ’ব বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দিল্লীবাসীক নিশ্চিতি প্ৰদান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ আম আদমী পাৰ্টীৰ চৰকাৰৰ সময়ত সংঘটিত বিত্তীয় অনিয়মৰ সন্দৰ্ভত কেগে প্ৰস্তুত কৰা প্ৰতিবেদন প্ৰথমখন বিধানসভা অধিৱেশনত দাখিল কৰা হ'ব বুলি দিল্লীবাসীক নিশ্চিতি দিছে। কালি বিজেপিয়ে নতুন দিল্লীত ৪৮ খন আসনত জয়লাভ কৰাৰ পিছতে দলৰ মুখ্য কাৰ্যালয়ত দলীয় সমর্থকক সম্বোধন...

February 9, 2025 11:04 AM

views 16

২৭ বছৰৰ মূৰত বিজেপিৰ দিল্লীত পুনৰ ক্ষমতাত অধিস্থিত

বিজেপিয়ে আম আদমী পাৰ্টীক পৰাস্ত কৰি ২৭ বছৰৰ মূৰত দিল্লীত পুনৰ ক্ষমতাত অধিস্থিত হৈছে। দলটোৱে দিল্লী বিধানসভাৰ ৭০ খন আসনৰ ভিতৰত ৪৮ খনত জয়লাভ কৰিছে। ইয়াৰ বিপৰীতে আম আদমী পাৰ্টীয়ে ২২ খনত জয়লাভ কৰিছে। কংগ্ৰেছ দলে কোনো আসন লাভ কৰা নাই। বিজেপিৰ পৰা জয়লাভ কৰা উল্লেখযোগ্য নেতাসকলৰ ভিতৰত আছে নতুন দিল্লী...

February 7, 2025 6:17 PM

views 18

দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ সকলো যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ

কাইলৈ হ'বলগীয়া দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে সকলো যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। পুৱা ৮ বজাত ভোট গণনা আৰম্ভ হ'ব। প্ৰথমে প'ষ্টেল বেলটসমূহ গণনা কৰা হ'ব। দিল্লীৰ মুখ্য নির্বাচনী বিষয়া আৰ এলিছ ৱাজে প্ৰকাশ কৰা অনুসৰি ভোটগণনাৰ বাবে দিল্লীৰ ১১ খন জিলাত ১৯টা কেন্দ্ৰ স্থাপন কৰা হৈছে। ইয়াৰ ...

February 7, 2025 10:27 AM

views 19

দিল্লী বিধানসভা নিৰ্বাচনৰ কাইলৈ ভোটগণনা

দিল্লী বিধানসভা নিৰ্বাচনৰ কাইলৈ ভোটগণনা কৰা হ'ব। ভোটগণনাৰ বাবে সকলো যাৱতীয় প্রস্তুতি সম্পূর্ণ হৈ উঠিছে। দিল্লীৰ মুখ্য নিৰ্বাচনী বিষয়া আৰ এলিছ বাজে কয়, যে আটাইকেইটা বিধানসভা সমষ্টিৰ নিৰ্বাচনী তথ্যপাতিসমূহ চালি জাৰি চোৱা হৈছে। তেওঁ কয়, যে এই প্ৰক্ৰিয়াৰ সময়ছোৱাত নিৰ্বাচন আয়োগৰ প্ৰতিনিধি প্ৰাৰ্থী...

February 6, 2025 11:17 AM

views 12

দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগ্রহণ শান্তিপূর্ণভাৱে সমাপ্ত, ৬০.৪২ শতাংশ ভোটদান

৭০ জনীয়া দিল্লী বিধানসভাৰ বাবে ভোটগ্রহণ প্ৰক্ৰিয়া কালি সন্ধিয়া শান্তিপূর্ণভাৱে সমাপ্ত হয়। ভোটদানৰ হাৰ প্রায় ৬০ দশমিক ৪-২ শতাংশ। উত্তৰ-পূব দিল্লীত সর্বাধিক ৬৬ দশমিক ২-৫ শতাংশ ভোটদানৰ হাৰ পোৱাৰ বিপৰীতে দক্ষিণ-পূব দিল্লীত সর্বনিম্ন ভোটদানৰ হাৰ ৫৬ দশমিক ১-৬ শতাংশ। শ্বাহদাৰা জিলাত ভোটদানৰ হাৰ ৬৩ দশম...

February 5, 2025 1:06 PM

views 11

দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগ্রহণ আৰম্ভ, ৬৯৯গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্ৱন্দ্ৱিতা

৭০ জনীয়া দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগ্রহণ আজি আৰম্ভ হৈছে। পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা এই ভোটগ্রহণ সন্ধিয়া ৬ বজাত সামৰণি পৰিব। এইবাৰৰ নিৰ্বাচনত ১ কোটি ৫৬ লাখ ভোটদাতাই ৬৯৯ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নির্ণয় কৰিব । মুঠ ভোটদাতাৰ ভিতৰত ৮৩ লাখৰো অধিক পুৰুষ, প্ৰায় ৭২ লাখ মহিলা আৰু এহেজাৰ ২৬৭ গৰাকী ...

February 4, 2025 6:30 PM

views 25

দিল্লী বিধানসভাৰ কাইলৈ ভোটগ্ৰহণ

দিল্লীৰ ৭০ খন আসন বিশিষ্ট বিধানসভাৰ বাবে কাইলৈ ভোটগ্ৰহণ কৰা হ'ব। নির্বাচন নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। কাইলৈ পুৱা ৭ বজাত ভোটগ্ৰহণ আৰম্ভ হ'ব আৰু সন্ধিয়া ৬ বজাত সামৰণি পৰিব। এইবাৰৰ নিৰ্বাচনত ১ কোটি ৫৬ লাখ ভোটদাতাই ৬৯৯ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নির্ণয় কৰিব। অহা ...

February 4, 2025 12:14 PM

views 23

দিল্লী বিধানসভা নিৰ্বাচনৰ কাইলৈ ভোটগ্ৰহণ, অহা শনিবাৰে ভোটগণনা

৭০ জনীয়া দিল্লী বিধানসভাৰ নিৰ্বাচন নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। কাইলৈ পুৱা ৭ বজাত ভোটগ্ৰহণ আৰম্ভ হৈ সন্ধিয়া ৬ বজাত সামৰণি পৰিব। এইবাৰৰ নিৰ্বাচনত ১ কোটি ৫৬ লাখ ভোটদাতাই ৬৯৯ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নির্ণয় কৰিব। কালি সন্ধিয়া নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি প...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।