নির্বাচন

January 23, 2025 7:52 PM

views 27

সমাগত দিল্লী বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ তুংগত

সমাগত দিল্লী বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ তুংগত উঠিছে। ৭০ জনীয়া দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে বিজেপি, আম আদমী পাৰ্টী আৰু কংগ্ৰেছ দলে ভোটদাতাক নিজৰ দলীয় প্ৰাৰ্থীৰ প্ৰতি আকৰ্ষণ কৰিবলৈ ৰোড শ্ব', ৰাজহুৱা সভা আৰু জনসাধাৰণৰ ঘৰে ঘৰে গৈ প্ৰচাৰ চলাই আছে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কিৰাড়ী, কে...

January 22, 2025 3:02 PM

views 22

দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান ক্ৰমাৎ তীব্ৰতৰ

৭০ জনীয়া দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধী আৰু আম আদমী পাৰ্টিৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালে আজি দিল্লীৰ বিভিন্ন অংশত দলৰ হকে প্ৰচাৰ চলাব। ৰাহুল গান্ধীয়ে আজি বিয়লি সদৰ বজাৰ বিধানসভা সমষ্টিত ইন্দলোক এলেকাত এখন জনসভাত ভাষণ দিব। ইপি...

January 21, 2025 11:05 AM

views 23

দিল্লী বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ সামৰণি

দিল্লী বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ কালি সামৰণি পৰে। এই নিৰ্বাচনৰ বাবে ৬৯৯ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। মুখ্য নির্বাচনী বিষয়াই জনোৱা মতে মুঠ এহেজাৰ ৫২২ খন মনোনয়ন পত্ৰৰ ভিতৰত ৪৮৭ খন মনোনয়ন বাতিল হয়। নতুন দিল্লী বিধানসভা আসনখনৰ বাবে সৰ্বাধিক ২৩ গৰাকী প্ৰাৰ্থীয়ে মনোনয...

January 17, 2025 10:25 AM

views 21

দিল্লী বিধানসভা নিৰ্বাচনত বিজেপিৰ ৬৮ খন আসনত প্ৰতিদ্বন্দ্বিতা

দিল্লী বিধানসভা নিৰ্বাচনত বিজেপিয়ে ৭০ খন আসনৰ ভিতৰত ৬৮ খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। বিজেপিয়ে বাকী দুখন আসন এন ডি এ মিত্ৰজোঁটৰ সহযোগী দল জে ডি ইউ আৰু লোক জনশক্তি পাৰ্টীৰ ৰামবিলাস গোটক এৰি দিছে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অৰুণ সিঙে কৈছে, যে জে ডি ইউয়ে বুৰাৰ...

January 16, 2025 8:42 PM

views 13

দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে আপ-বিজেপি-কংগ্ৰেছৰ কেইবাগৰাকী প্ৰাৰ্থীৰ মনোনয়ন-পত্ৰ দাখিল

দিল্লী বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ বাবে আৰু মাত্ৰ এটা দিন বাকী থকা অৱস্থাত আজি আম আদমী পাৰ্টী, বিজেপি আৰু কংগ্ৰেছৰ কেইবাগৰাকী গুৰুত্বপূৰ্ণ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। আম আদমী পাৰ্টীৰ জ্যেষ্ঠ নেতা মনীষ ছিছোদিয়া, সৌৰভ ভৰদ্বাজ আৰু গোপাল ৰাজৰ লগতে বিজেপিৰ নেতা হৰিষ খুৰানা, মনজিন্দৰ স...

January 16, 2025 8:41 PM

views 31

দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে বিজেপি আৰু কংগ্ৰেছৰ চতুৰ্থখন প্ৰাৰ্থী তালিকা প্রকাশ

বিজেপিয়ে আজি দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে ৯ গৰাকী প্ৰাৰ্থীৰ চতুৰ্থখন তালিকা প্রকাশ কৰিছে। দলে দিল্লী কেণ্টনমেণ্ট আসনৰ পৰা ভুৱন টানৱাৰক প্ৰাৰ্থিত্ব দিছে। অনিল ৱশিষ্ঠক বাবৰপুৰ আসনৰ পৰা আৰু শিখা ৰায়ক গ্ৰেটাৰ কৈলাশ আসনৰ পৰা দলীয় প্ৰাৰ্থিত্ব দিয়া হৈছে। কংগ্ৰেছ দলেও আজি ইয়াৰ ৪ৰ্থখন প্ৰাৰ্থী তালিকা ...

January 15, 2025 8:20 PM

views 17

দিল্লী বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ তীব্ৰতৰ

অহা ৫ ফেব্ৰুৱাৰীত দিল্লীত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্র দাখিল প্ৰক্ৰিয়াৰ অন্ত পৰিবলৈ মাজত মাথো দুটা দিন থকাৰ অৱস্থাত দিল্লীত নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। আম আদমী পাৰ্টীৰ নেতা তথা দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আজি নতুন দিল্লী সমষ্টিৰ বাবে মনোনয়ন পত্র দাখিল কৰে। প্ৰদেশ...

January 12, 2025 11:18 AM

views 28

ভোটাৰ তালিকাক লৈ উঠা অনিয়মৰ অভিযোগ সন্দৰ্ভত মুখ্য নির্বাচন আয়ুক্তলৈ  আপৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালৰ পত্র

আম আদমী পাৰ্টীৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালে নতুন দিল্লী বিধানসভা সমষ্টিত ভোটাৰ তালিকাক লৈ উঠা অনিয়মৰ অভিযোগ সন্দৰ্ভত মুখ্য নির্বাচন আয়ুক্তলৈ পত্র লিখিছে। পত্ৰখনত শ্ৰী কেজৰিৱালে নতুন দিল্লী বিধানসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থীগৰাকী ভুৱা পৰিচয়পত্ৰ প্ৰস্তুত কৰাৰ ঘটনাত জড়িত বুলি অভিযোগ তুলিছে। তেওঁ এই স...

January 12, 2025 11:14 AM

views 27

দিল্লীৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ ২৯ গৰাকী প্ৰাৰ্থীৰ দ্বিতীয়খন তালিকা প্রকাশ

বিজেপিয়ে দিল্লীৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে ২৯ গৰাকী প্ৰাৰ্থীৰ দ্বিতীয়খন তালিকা প্রকাশ কৰিছে। দলৰ প্ৰাক্তন বিধায়ক কপিল মিশ্রাক মোটিনগৰৰ পৰা আৰু আম আদমী পাৰ্টী ত্যাগ কৰি অলপতে বিজেপিত যোগদান কৰা প্ৰিয়ংকা গৌতমক কোণ্ডলী সমষ্টিৰ পৰা দলীয় প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা হৈছে। ইয়াৰ পূৰ্বে দলে ২৯ গৰা...

January 11, 2025 12:24 PM

views 30

দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে কালি ৯গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল; ১৭ জানুৱাৰী মনোনয়ন দাখিলৰ অন্তিম দিন

৭০ জনীয়া দিল্লী বিধানসভা নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ পাছতে মনোনয়ন প্রক্রিয়া কালি আৰম্ভ হয়। মনোনয়নৰ কালি প্ৰথম দিনা বিভিন্ন বিধানসভা সমষ্টিৰ ৯ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্র দাখিল কৰে। অহা ১৭ জানুৱাৰী মনোনয়ন দাখিলৰ অন্তিম দিন। ইফালে নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলে নিজ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।