ডি ডি নিউজ

December 5, 2024 12:33 PM

views 22

কুৱেটৰ বিদেশ মন্ত্রী আব্দুল আল য়াহয়াৰ সৈতে হোৱা কথা বতৰাত শ্রীমোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কুৱেটৰ বৰ্তমানৰ অধ্যক্ষতাত গালফ সহযোগিতা পৰিষদ, জি চি চি আৰু ভাৰতৰ মাজত সহযোগিতা অধিক বৃদ্ধি পাব বুলি আশ্বাস ব্যক্তি কৰিছে। প্ৰধানমন্ত্ৰীৰ বাসগৃহত কালি কুৱেটৰ বিদেশ মন্ত্রী আব্দুল আল য়াহয়াৰ সৈতে হোৱা কথা বতৰাত শ্রীমোদীয়ে এই আশ্বাস ব্যক্তি কৰে। দুয়োগৰাকী নেতাই বেপাৰ...

December 4, 2024 7:49 PM

views 18

নৌসেনা দিৱস উপলক্ষে ভাৰতীয় নৌসেনাত কৰ্মৰত জোৱানলৈ প্রধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নৌসেনা দিৱস উপলক্ষে ভাৰতীয় নৌসেনাত কৰ্মৰত জোৱানসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্রী মোদীয়ে কয়, যে নৌসেনাৰ সাহসী জোৱানসকলে দেশৰ সমুদ্ৰক অতুলনীয় সাহস আৰু নিষ্ঠাৰে সুৰক্ষা দান কৰি আহিছে। তেওঁলোকৰ দায়বদ্ধতাই দেশৰ সুৰক্ষা, নিৰাপত্তা আৰু স...

November 25, 2024 8:39 PM

views 14

নতুন দিল্লীত আন্তঃৰাষ্ট্ৰীয় সমবায় সন্মিলন আৰম্ভ

আজি নতুন দিল্লীত আন্তঃৰাষ্ট্ৰীয় সমবায় সন্মিলন আৰম্ভ হৈছে। সন্মিলন উদ্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ ভৱিষ্যতৰ বিকাশত সমবায় সমূহৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে উল্লেখ কৰে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত আয়োজিত এই আন্তঃৰাষ্ট্ৰীয় সমবায় সন্মিলনত শ্ৰীমোদীয়ে আৰু কয়, যে সমবায়সমূহ কেৱল একো এক...

November 23, 2024 11:01 AM

views 26

ভৱানীপুৰত সংঘটিত পথ দুৰ্ঘটনাত ৪জন লোকৰ মৃত্যু

বৰপেটা জিলাৰ ভৱানীপুৰত আজি পুৱতি নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত চাৰিজন লোক মৃত্যুমুখত পৰে। এই দুর্ঘটনাত এটি শিশুকে ধৰি আন তিনিজন লোক আহত হয়। আকাশবাণীৰ বৰপেটাৰ সংবাদদাতাই জানিবলৈ দিয়া মতে নলবাৰীৰ পৰা ৰাসৰ কাৰ্যসূচী উপভোগ কৰি বৰপেটাৰ যতিগাঁৱলৈ উভতি অহা এই লোককেইজনক কঢ়িয়াই অনা গাড়ীখনে পুৱতি নিশা ভৱা...

November 21, 2024 7:52 PM

views 28

শনিবাৰৰ দৃষ্টিপাত অনুষ্ঠানত অসম বিধানসভাৰ উপ-নিৰ্বাচন, দুখন ৰাজ্য বিধানসভাৰ নিৰ্বাচনৰ ফলাফল সম্পৰ্কত আলোচনা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে ২৩ নৱেম্বৰ শনিবাৰে নিশা ৮ বাজি ২ মিনিটত বিধানসভাৰ উপ-নিৰ্বাচন আৰু দুখন ৰাজ্য বিধানসভাৰ নিৰ্বাচনৰ ফলাফল সম্পৰ্কত এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। অনুষ্ঠানত নিৰ্বাচনী ফলাফলৰ পৰ্যালোচনা আগবঢ়াব জ্যেষ্ঠ সাংবাদিক ৰণেন কুমাৰ গোস্বামী আৰু সুশান্ত তালুকদাৰে। ...

November 19, 2024 6:43 PM

views 21

কৰ্মচাৰী ৰাজ্যিক বীমা আঁচনিৰ অধীনত ২১ লাখ নতুন কৰ্মচাৰীৰ নাম অন্তৰ্ভুক্ত

চলিত বৰ্ষৰ যোৱা ছেপ্তেম্বৰ মাহৰ ভিতৰত দেশৰ প্ৰায় ২১ লাখ নতুন কৰ্মচাৰীয়ে কৰ্মচাৰী ৰাজ্যিক বীমা আঁচনিৰ অধীনত নাম অন্তৰ্ভুক্ত কৰিছে। কৰ্মচাৰী ৰাজ্যিক বীমা নিগমে প্ৰকাশ কৰা বিজ্ঞপ্তি অনুসৰি যোৱা ছেপ্তেম্বৰ মাহৰ ভিতৰত ২০ লাখ ৫৮ হাজাৰ নতুন কৰ্মচাৰীয়ে নতুনকৈ নাম পঞ্জীয়ন কৰে। যোৱা বছৰটোৰ তুলনাত এই বছৰ প...

November 17, 2024 6:44 PM

views 17

নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ ১৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

নগাঁৱৰ আগশাৰীৰ শিক্ষানুষ্ঠান নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ ১৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। এই উপলক্ষে বিদ্যালয়ৰ চৌহদত স্থানীয় বিধায়ক ৰূপক শৰ্মাই প্ৰতিষ্ঠা দিৱসৰ পতাকা উত্তোলন কৰে। ইয়াৰ পাছতে আয়োজিত শ্রদ্ধাঞ্জলি অনুষ্ঠানত বিদ্যালয়খনৰ প্ৰতিষ্ঠা কা...

November 6, 2024 7:33 PM

views 48

চিদলী বিধানসভা সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মৰ হৈ মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ

ৰাজ্যৰ পাঁচটা সমষ্টিত হ'বলগীয়া উপ-নিৰ্বাচনৰ বাবে মাজত ৬টা দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহে নিজ নিজ দলৰ প্ৰাৰ্থীৰ সমৰ্থনত ব্যাপক প্ৰচাৰ অব্যাহত ৰাখিছে। মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা হিমন্ত বিশ্ব শৰ্মাই আজি চিদলী বিধানসভা সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মৰ হৈ নিৰ্বাচনী প্ৰচ...

November 2, 2024 12:16 PM

views 19

নিৰ্বাচনী প্ৰস্তুতিৰ পৰ্যালোচনাৰ বাবে অমিত শ্বাহ আজি ৰাঁচীলৈ ৰাওনা

বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আজি ঝাৰখণ্ডৰ ৰাঁচীলৈ যাব। তেওঁ দলৰ নেতাসকলৰ সৈতে নিৰ্বাচনী প্ৰস্তুতিৰ পৰ্যালোচনা চলাব। বিজেপিৰ নেতাগৰাকীয়ে কাইলৈ চৰাৰ ছিমৰীয়া, ঘাটছিলাৰ বালভূমগড় আৰু হাজাৰিবাগ জিলাৰ বৰকথাত তিনিখন নির্বাচনী সভাক সম্বোধন কৰিব। ইপিনে, ৰাজ্যখনত প্ৰচাৰ অভিযান ত...

November 1, 2024 5:27 PM

views 16

দিল্লী অগ্নিনির্বাপন বিভাগৰ দীপাৱলীত অভূতপূৰ্ব জৰুৰী ফোনকল লাভ

দিল্লীৰ অগ্নিনির্বাপন বিভাগে এইবেলি দীপাৱলীত অভূতপূৰ্ব জৰুৰী ফোনকল লাভ কৰে। বিভাগীয় তথ্য অনুসৰি বিগত ১০টা বছৰৰ ভিতৰত অগ্নিকাণ্ডৰ বাতৰিৰে বিভাগটোৱে লাভ কৰা এনে ফোনকলৰ সংখ্যা আছিল সবাতোকৈ অধিক। দিল্লীৰ অগ্নিনির্বাপন বিভাগৰ সঞ্চালক অতুল গাৰ্গে আকাশবাণীৰ বাতৰি বিভাগক জানিবলৈ দিয়া মতে কালি সন্ধিয়া ৫ ব...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।