ডি ডি নিউজ

December 4, 2025 12:51 PM

views 19

২০২৮ চনৰ ভিতৰত যোৰহাট-মাজুলী সংযোগী দলংখন সম্পূৰ্ণ হ’ব বুলি নীতিন গাডকাৰীৰ প্ৰকাশ

যোৰহাট-মাজুলী সংযোগী দলংখন ২০২৮ চনৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি কালি ৰাজ্যসভাত কেন্দ্রীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে প্রকাশ কৰে। তেওঁ কয়, যে যোৱা ৬ অক্টোবৰত দলংখনৰ নির্মাণৰ দায়িত্ব নতুন নির্মাণকাৰী সংস্থাক অর্পণ কৰা হৈছে। ৰাজ্যসভাৰ প্রশ্নোত্তৰ কালত অগপৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই উত্থ...

November 25, 2025 12:42 PM

views 30

সদৌ অসম মটক সন্মিলনৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস সোমবাৰে ডিব্ৰুগড়ৰ বকপাৰাত অনুষ্ঠিত হয়

■ সদৌ অসম মটক সন্মিলনৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস কালি ডিব্ৰুগড় জিলাৰ বকপাৰাত অনুষ্ঠিত হয়। এই সন্মিলনত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত মটক জনগোষ্ঠীৰ অৱদান অপৰিসীম বুলি উল্লেখ কৰে। প্ৰতিষ্ঠা দিৱসৰ এই অনুষ্ঠানত ম...

November 22, 2025 8:24 PM

views 29

স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকসকলৰ নিযুক্তিৰ স্থান সম্পূৰ্ণ চৰকাৰী নীতি নির্দেশনা অনুসৰি চূড়ান্ত কৰা হ’ব বুলি ড০ সমীৰণ বৰাৰ প্ৰকাশ

ডিব্ৰুগড় জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ড০ সমীৰণ বৰাই সদ্যনিযুক্তিপ্রাপ্ত স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকসকলৰ নিযুক্তিৰ স্থান সম্পূৰ্ণ চৰকাৰী নীতি নির্দেশনা অনুসৰি চূড়ান্ত কৰা হ'ব বুলি এখন জাননীযোগে প্রকাশ কৰিছে। এই ক্ষেত্ৰত যদি প্রার্থীগৰাকীক কোনো অসাধু ব্যক্তিয়ে অনানুষ্ঠানিকভাবে যোগাযোগ কৰে তেন্তে সেই...

November 16, 2025 12:21 PM

views 25

দিল্লীত সংঘটিত বোমা বিস্ফোৰণৰ পাছত সামাজিক মাধ্যমযোগে আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত ৰাজ্যত ২১ জন লোকক গ্ৰেপ্তাৰ

দিল্লীত সংঘটিত বোমা বিস্ফোৰণৰ পাছত ইয়াৰ প্ৰতি সমর্থন জনাই সামাজিক মাধ্যমযোগে আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত ৰাজ্যত গ্ৰেপ্তাৰ কৰা লোকৰ সংখ্যা ২১ লৈ বৃদ্ধি পাইছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে এই কথা প্রকাশ কৰিছে। তেওঁ লগতে আৰক্ষীয়ে আগলৈয়ো এই অভিযান চলাই যাব বুলি প্রকাশ কৰিছে।

November 9, 2025 11:56 AM

views 41

ভাৰত-অষ্ট্ৰেলিয়া অর্থনৈতিক অংশীদাৰিত্বৰ পূৰ্ণ সামৰ্থ ব্যৱহাৰত দ্বিপাক্ষিক আলোচনাৰ সময়ত গুৰুত্ব আৰোপ

কেন্দ্রীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীযূষ গোৱেলে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত শীঘ্ৰে সন্তুলিত আৰু পৰস্পৰৰ বাবে লাভজনক সর্বাত্মক অর্থনৈতিক সহযোগিতা চুক্তি সম্পাদন কৰাৰ বাবে প্রতিশ্রুতিবদ্ধতা প্রকাশ কৰিছে। শ্রী গোৱেলে অষ্ট্ৰেলিয়াৰ মেলবর্নত দেশখনৰ বাণিজ্য আৰু পৰ্যটন মন্ত্রী ডান ফেৰেল আৰু দক্ষতা তথা প্রশ...

October 28, 2025 8:07 PM

views 31

অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগৰ কাৰ্যক্ষেত্ৰৰ পৰিসৰত কেন্দ্রীয় মন্ত্রীসভাৰ অনুমোদন

কেন্দ্রীয় মন্ত্রীসভাই অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগৰ কাৰ্যক্ষেত্ৰৰ পৰিসৰত অনুমোদন জনাইছে। আয়োগে গঠনৰ ১৮ মাহৰ ভিতৰত নিজৰ পৰামৰ্শবলী আগবঢ়াব। নতুন দিল্লীত অনুষ্ঠিত মন্ত্রীসভাৰ বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণরে আজি এইকথা প্রকাশ কৰে। তেওঁ কয় যে আয়োগত এগৰাক...

October 25, 2025 11:46 AM

views 61

কাছাৰৰ লক্ষীপুৰ বিধানসভা সমষ্টিৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কাছাৰৰ লক্ষীপুৰ বিধানসভা সমষ্টিৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি কাছাৰৰ লক্ষীপুৰ বিধানসভা সমষ্টিৰ বিন্নাকান্দি মণ্ডল বিজেপিৰ কাৰ্যালয় আৰু লক্ষীপুৰ মণ্ডল বিজেপিৰ কাৰ্যালয় উদ্বোধন কৰে। ইয়াৰ পাছত ড০ শৰ্মাই লাবক খেলপথাৰত লক্ষীপুৰ বিধান...

October 24, 2025 12:41 PM

views 25

মুখ্য নির্বাচনী বিষয়াসকলক ভোটাৰ তালিকাৰ প্রস্তুতি সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ নিৰ্বাচন আয়োগৰ

ভাৰতৰ নিৰ্বাচন আয়োগে মুখ্য নির্বাচনী বিষয়াসকলক নির্দিষ্ট ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহত ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধনৰ বাবে প্রস্তুতি সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছে। নতুন দিল্লীত কালি মুখ্য নির্বাচনী বিষয়াসকলৰ দুদিনীয়া সন্মিলনৰ সামৰণি পৰে। মুখ্য নির্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ অধ্যক্ষতাত অন...

October 23, 2025 12:09 PM

views 81

ভাৰতীয় নির্বাচন আয়োগৰ উদ্যোগত দুদিনীয়াকৈ মুখ্য নির্বাচনী বিষয়াৰ সন্মিলন অনুষ্ঠিত

ভাৰতীয় নির্বাচন আয়োগৰ উদ্যোগত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা মুখ্য নির্বাচনী বিষয়াৰ সন্মিলনত দেশজোৰা বিশেষ পুনৰীক্ষণ (SIR) অনুশীলনৰ বাবে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ প্ৰস্তুতিৰ মূল্যায়ন কৰা হয়। নতুন দিল্লীত অনুষ্ঠিত এই সন্মিলনৰ সভাপতিত্ব কৰে মুখ্য নির্বাচন আয়ুক্ত জ্ঞানে...

October 23, 2025 11:31 AM

views 39

নুনমাটি- আমবাৰী উৰণ সেতুৰ নক্সা সলনি আৰু সম্প্ৰসাৰণ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰাজ্য চৰকাৰক উত্তৰ দিয়াৰ জাননী জাৰি

নুনমাটিৰ পৰা আমবাৰীলৈ জি এন বি ৰোডত নিৰ্মাণ কৰি থকা উৰণ সেতুখন পূৰ্বৰ নক্সা সলনি কৰি দীঘলী পুখুৰী পর্যন্ত সম্প্ৰসাৰণ কৰিবলৈ লোৱা সিদ্ধান্ত সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰৰ পৰা উত্তৰ বিচাৰিছে। এই উৰণ সেতু নিৰ্মাণৰ বাবে শতিকা পুৰণি গছ কটাৰ বিৰোধিতা কৰি প্ৰকৃতিপ্রেমী আৰু সাংবাদিকে দাখিল কৰ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।