ছত্তিশগড়

January 18, 2026 12:30 PM

views 15

ছত্তিশগড়ৰ বিজাপুৰ জিলাত সুৰক্ষাবাহিনীৰে হোৱা সংঘৰ্ষত নিহত মাওবাদীৰ সংখ্যা ৪লৈ বৃদ্ধি

ছত্তিশগড়ৰ বিজাপুৰ জিলাত সুৰক্ষাবাহিনীৰ সৈতে হোৱা সংঘৰ্ষত নিহত মাওবাদীৰ সংখ্যা ৪লৈ বৃদ্ধি পাইছে। নিহতসকলৰ ভিতৰত এগৰাকী মহিলা সদস্য আছে। সুৰক্ষা বাহিনীয়ে সংঘৰ্ষস্থলীৰ পৰা এটা এ কে 47 সহ দুটা ৰাইফল উদ্ধাৰ কৰিছে। বিজাপুৰৰ আৰক্ষী অধীক্ষক ড° জিতেন্দ্ৰ যাদৱে প্ৰকাশ কৰা মতে, জিলাখনত উত্তৰ-পশ্চিম দিশৰ বনাঞ...

November 24, 2025 9:20 AM

views 25

চত্তিশগড় আৰক্ষীৰ দুটা পৃথক অভিযানত ৭ জন মাওবাদীক গ্ৰেপ্তাৰ

চত্তিশগড় আৰক্ষীয়ে কালি দুটা পৃথক অভিযানত ৭ জন মাওবাদীক গ্ৰেপ্তাৰ কৰাৰ লগতে বুজন পৰিমাণৰ বিস্ফোৰক সামগ্রী জব্দ কৰে। নাইমেড আৰক্ষী আৰু কোৱা টু হান্ড্রেড টেন ৰিজেমেণ্টে চলোৱা প্ৰথমটো যুটীয়া অভিযানত কাণ্ডাকা-জাপেলি বনাঞ্চলৰ পৰা বিস্ফোৰকসহ ৫ জন মাওবাদীক গ্ৰেপ্তাৰ কৰা হয়। ইপিনে ভূপাল পত্নম আৰক্ষীয়ে ম...

August 3, 2025 8:25 PM

views 50

ৰায়পুৰ-জববলপুৰ নতুন এক্সপ্ৰেছ ৰে’লগাড়ী যাত্ৰাৰ শুভাৰম্ভ

চত্তিশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণু দেও ছাই আৰু ৰাজ্য বিধানসভাৰ অধ্যক্ষ ড০ ৰমন সিঙে আজি ৰায়পুৰ ৰে’ল ষ্টেচনৰ পৰা পতাকা জোকাৰি ৰায়পুৰ-জববলপুৰ নতুন এক্সপ্ৰেছ ৰে’লগাড়ী যাত্ৰাৰ শুভাৰম্ভ কৰে। কেন্দ্রীয় মন্ত্রী অশ্বিনী বৈষ্ণৱ, মনসুখ মন্দাভিয়া আৰু মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ড০ মোহন য়াদৱে ভার্চুৱেলী এই অনুষ্ঠ...

July 27, 2025 11:17 AM

views 59

চত্তিশগড়ৰ বিজাপুৰ জিলাত সুৰক্ষা বাহিনীৰে সংঘৰ্ষত চাৰিজন মাওবাদী নিহত

চত্তিশগড়ৰ বিজাপুৰ জিলাত কালি সুৰক্ষা বাহিনীৰ সৈতে হোৱা এটা সংঘৰ্ষত চাৰিজন মাওবাদী নিহত হয়। নিহত মাওবাদী কেইজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। সুৰক্ষা বাহিনীয়ে সংঘৰ্ষস্থলীৰ পৰা ছেলফ লোডিং ৰাইফল সহ বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিছে। বিজাপুৰ জিলাৰ দক্ষিণ-পশ্চিম প্রান্তত ভালে সংখ্যক মাওবাদীয়ে আত্মগোপ...

May 12, 2025 7:46 PM

views 52

চত্তিশগড়ত পথ দুৰ্ঘটনাত বহুকেইজন লোকৰ মৃত্যুৰ ঘটনাত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শোকপ্রকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চত্তিশগড়ত পথ দুৰ্ঘটনাত বহুকেইজন লোকৰ মৃত্যু হোৱাৰ ঘটনাত শোকপ্রকাশ কৰিছে। এটা বাৰ্তাত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে নিহত লোককেইজনৰ নিকট আত্মীয়লৈ ২ লাখ টকা আৰু আহতসকলক ৫০ হাজাৰ টকাৰ এককালীন সাহায্য ঘোষণা কৰিছে। চত্তিশগড় ৰাজধানী ৰায়পুৰত কালি নিশা সংঘটিত পথ দুৰ্ঘটনাত ৯ গৰা...

April 20, 2025 10:58 AM

views 30

ছত্তিশগড়ৰ নাৰায়ণপুৰত চাৰিগৰাকী মহিলাসহ আৰু ৫ জন মাওবাদীৰ আত্মসমৰ্পণ

ছত্তিশগড়ৰ নাৰায়ণপুৰত কালি চাৰিগৰাকী মহিলাসহ আৰু ৫ জন মাওবাদীয়ে আত্মসমৰ্পণ কৰে। ছত্তিশগড়ৰ ছুকমা জিলাত পৰহি ৯ গৰাকী মহিলাসহ আন ২২ জন মাওবাদীয়ে আৰক্ষী অধীক্ষকৰ ওচৰত অস্ত্ৰ সম্বৰণ কৰিছিল। আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা অনুসৰি চৰকাৰৰ আত্মসমৰ্পণ নীতিৰ অধীনত অস্ত্ৰ সম্বৰণ কৰা সকলক সকলো সা-সুবিধা আগবঢ়োৱ...

April 16, 2025 2:34 PM

views 50

চত্তিশগড়ৰ বাষ্টাৰ অঞ্চলত সুৰক্ষা বাহিনীৰে সংঘৰ্ষত দুজন মাওবাদী নিহত

চত্তিশগড়ৰ বাষ্টাৰ অঞ্চলত সুৰক্ষা বাহিনীৰ সৈতে হোৱা এটা সংঘৰ্ষত দুজন মাওবাদী নিহত হৈছে। এই মাওবাদী দুজনৰ সম্ভেদ দিব পৰা ব্যক্তিক মুঠ ১৩ লাখ টকাৰে পুৰস্কৃত কৰা হ’ব বুলি ইতিপূর্বে ঘোষণা কৰা হৈছিল। বাষ্টাৰ সংমণ্ডলৰ আৰক্ষী মহাপৰিদৰ্শক সুন্দৰ ৰাজে কৈছে যে কোণ্ডাগাওঁ আৰু নাৰায়ণপুৰ জিলাৰ সীমান্তত অৱস্থিত ...

February 9, 2025 8:28 PM

views 32

চত্তিশগড়ত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত কমেও ১২ জন মাওবাদী নিহত

চত্তিশগড়ত নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত ৩১ জন মাওবাদীৰ মৃত্যু হৈছে। এই সংঘর্ষত দুজন নিৰাপত্তাৰক্ষী নিহত হোৱাৰ লগতে আন দুজন আহত হৈছে। চত্তিশগড় আৰক্ষীয়ে জনোৱা মতে সংঘৰ্ষত মৃত্যু হোৱা সকলো মাওবাদীৰ মৃতদেহ ইতিমধ্যে ঘন জংগলৰ উদ্ধাৰ কৰা হৈছে। আমাৰ সংবাদদাতাই জনোৱা মতে, বীজাপুৰ জিলাৰ এখন ৰাষ্ট্ৰীয় উদ্য...

February 2, 2025 12:22 PM

views 38

ছত্তীশগড়ৰ বিজাপুৰ জিলাত সুৰক্ষা বাহিনীৰে সংঘৰ্ষত ৮ জন মাওবাদী নিহত

ছত্তীশগড়ৰ বিজাপুৰ জিলাত কালি সুৰক্ষা বাহিনীৰ সৈতে হোৱা এটা সংঘৰ্ষত ৮ জন মাওবাদী নিহত হয়। আৰক্ষীয়ে প্ৰকাশ কৰা মতে জিলাখনৰ গংগলুৰ এলেকাত কেইজনমান মাওবাদী আত্মগোপন কৰি থকা বুলি সম্ভেদ লাভ কৰাৰ পাছত সুৰক্ষা বাহিনীৰ এটা যৌথ দলে চলোৱা তালাচী অভিযানৰ সময়ত হোৱা গুলীয়াগুলীত এই মাওবাদীকেইজন নিহত হয়। সংঘ...

January 12, 2025 6:50 PM

views 34

চত্তিশগড়ত নিৰাপত্তা বাহিনীৰে সংঘর্ষত ৩ জন মাওবাদী নিহত

চত্তিশগড়ত আজি নিৰাপত্তা বাহিনীৰ সৈতে হোৱা সংঘর্ষত ৩ জন মাওবাদী নিহত হয়। বীজাপুৰ জিলাৰ ৰাষ্ট্ৰীয় উদ্যানত চলোৱা নিৰাপত্তা বাহিনীৰ এটা যৌথ অভিযানৰ সময়ত নিৰাপত্তাৰক্ষীসকল অঞ্চলটোত মাওবাদীৰ উপস্থিতিৰ বিষয়ে অৱগত হয়। এই অভিযানত পুৱাৰ ভাগতে সূত্ৰপাত হোৱা সংঘৰ্ষত নিৰাপত্তাৰক্ষীৰ বন্দুকৰ গুলীত ৩ জন মাওব...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।