ছত্তিশগড়

December 15, 2024 9:06 PM

views 81

মাওবাদীসকলক অস্ত্ৰ ত্যাগ কৰি সমাজৰ মূলসুঁতিলৈ উভতি আহিবলৈ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ আহ্বান

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি মাওবাদীসকলক অস্ত্ৰ ত্যাগ কৰি সমাজৰ মূলসুঁতিলৈ উভতি আহিবলৈ আহ্বান জনায়। ৰায়পুৰত ছত্তীশগড় আৰক্ষীক সন্মানীয় প্ৰেছিডেণ্টছ কালাৰ প্ৰদান অনুষ্ঠানত দিয়া ভাষণত শ্ৰী শ্বাহে কয় যে ২০২৬ চনৰ ৩১ মাৰ্চৰ আগেয়ে ছত্তীশগড়ক নক্সালমুক্ত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে স্থিৰ কৰা...

November 10, 2024 8:06 PM

views 60

জনজাতীয় গৌৰৱ দিৱস উপলক্ষে অহা বুধবাৰে চত্তিশগড়ৰ জছপুৰত মাই ভাৰত য়ুথ ভলেনটিয়াৰ্ছৰ আয়োজন

যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই জনজাতীয় গৌৰৱ দিৱস উপলক্ষে অহা বুধবাৰে চত্তিশগড়ৰ জছপুৰত মাই ভাৰত য়ুথ ভলেনটিয়াৰ্ছে আয়োজন কৰা পদযাত্ৰাত অংশগ্ৰহণ কৰিব। চত্তিশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণু দেও ছাইৰ লগতে ৰাজ্যখনৰ আন আন মন্ত্রীসকলেও কার্যসূচীত অংশগ্রহণ কৰিব। ভগৱান বীৰছা মুণ্ডাৰ জয়ন্ত...

July 7, 2024 8:35 PM

views 39

ছত্তিশগড়ৰ সুকমা জিলাৰ পৰা পাঁচটা মাওবাদীক গ্ৰেপ্তাৰ

ছত্তিশগড় নিৰাপত্তা বাহিনীয়ে চলোৱা এটা তালাচী অভিযানত সুকমা জিলাৰ পৰা পাঁচটা মাওবাদীক গ্ৰেপ্তাৰ কৰা হয়। নিৰাপত্তাৰক্ষীৰ দলটোৱে মাওবাদী কেইজনৰ পৰা দুটা বি জি এল চেল, ৯টা ডিটনেটৰ, এটা টিফিন বোমাৰ লগতে অন্যান্য সামগ্রী জব্দ কৰে ।

June 23, 2024 8:21 PM

views 32

চত্তিশগড়ৰ সুকমা জিলাত মাওবাদীৰ বোমা আক্রমণত কোব্ৰা বেটেলিয়নৰ দুজন জোৱান শ্বহীদ

চত্তিশগড়ৰ সুকমা জিলাত মাওবাদীৰ বোমা আক্রমণত কোব্ৰা বেটেলিয়নৰ দুজন জোৱান শ্বহীদ হয়। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি বিয়লি প্রায় ৩ বজাত নিৰাপত্তা বাহিনীৰ জোৱানসকলে ছিলগাৰৰ পৰা টেকলাগুদাম শিবিৰলৈ আগুৱাই যোৱাৰ সময়তে এই ঘটনা সংঘটিত হয়। বাষ্টাৰ আৰক্ষীয়ে প্ৰকাশ কৰা বিবৃতিটোত ২০১ কোব্ৰা বেটেলিয়ন...

May 5, 2024 8:26 PM

views 41

ছত্তিশগড়ৰ ডাণ্টেৱাড়া জিলাত  ৩৫ মাওবাদীৰ আত্মসমৰ্পণ

ছত্তিশগড়ৰ ডাণ্টেৱাড়া জিলাত আজি ৩৫টা মাওবাদীয়ে আত্মসমৰ্পণ কৰিছে। ইয়াৰে তিনিটা মাওবাদীৰ শিৰৰ বিনিময়ত পুৰস্কাৰ ঘোষণা কৰা হৈছিল। উল্লেখযোগ্য যে ডাণ্টেৱাড়া আৰক্ষীয়ে চলোৱা লন ৱাৰাটো কাৰ্যসূচীৰ দ্বাৰা অনুপ্ৰাণিত হৈ এই মাওবাদীসকলে আজি আৰক্ষী সঞ্চালকপ্ৰধান তথা কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী আৰু আৰক...

April 21, 2024 8:34 PM

views 28

চত্তিশগড়ৰ বাস্তাৰ জিলাত সংঘটিত বাছ দুৰ্ঘটনাত সুৰক্ষা বাহিনীৰ ১২ গৰাকী জোৱান আহত

চত্তিশগড়ৰ বাস্তাৰ জিলাত আজি হোৱা এটা বাছ দুৰ্ঘটনাত সুৰক্ষা বাহিনীৰ ১২ গৰাকী জোৱান আহত হয়। ইয়াৰে তিনিগৰাকীৰ অৱস্থা সংকটজনক। এই জোৱানকেইজন চত্তিশগড়ৰ বাস্তাৰত নিৰ্বাচনী কর্তব্য সমাপন কৰাৰ উদ্দেশ্যে বাছেৰে গৈ থকা অৱস্থাত দুর্ঘটনাটো সংঘটিত হয়। উল্লেখযোগ্য যে, আজি নিচেই পুৱা আন এখন বাহনক ৰক্ষা কৰিবলৈ...

April 21, 2024 12:49 PM

views 38

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ গুৱাহাটীৰ পৰা দুখন বিশেষ গ্ৰীষ্মকালীন ৰে’ল চলাচলৰ ব্যৱস্থা

গ্রীষ্মকালীন বন্ধৰ পৰিপ্ৰেক্ষিতত যাত্ৰীসকলৰ বৰ্ধিত চাহিদা পূৰণ কৰাৰ অৰ্থে উত্তৰ-পূব সীমান্ত ৰে'লৱেই গুৱাহাটীৰ পৰা দুখন বিশেষ গ্ৰীষ্মকালীন ৰে'ল চলাচলৰ ব্যৱস্থা কৰিছে। ৰে'ল দুখনৰ এখন গুৱাহাটী আৰু ওড়িশাৰ সম্বলপুৰৰ মাজত চলাচল কৰাৰ বিপৰীতে আনখন গুৱাহাটী আৰু জম্মুৰ কাটৰাৰ মাজত চলাচল কৰিব। উভয় দিশত দুয়ো...

April 10, 2024 11:55 AM

views 24

ছত্তিশগড়ৰ পথ দুৰ্ঘটনাত ৩ গৰাকী মহিলাসহ ১২গৰাকী লোক নিহত, ১৫গৰাকী আহত

ছত্তিশগড়ত কালি বিয়লি হোৱা এটা পথ দুৰ্ঘটনাত ৩ গৰাকী মহিলাসহ ১২ গৰাকী লোকে প্ৰাণ হেৰুৱায় আৰু অন্য ১৫ জন আহত হয়। আহতসকলৰ ভিতৰত ১০ জনৰ অৱস্থা সংকটজনক বুলি কোৱা হৈছে। কুম্‌হাৰীৰ এটা ব্যক্তিগত কোম্পানীৰ ভাটিখানাৰ কৰ্মচাৰীসকল বাছেৰে কামৰ পৰা ঘৰলৈ আহি থকাৰ সময়ত এই অঘটনটো ঘটে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে, ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।