November 9, 2025 8:02 PM November 9, 2025 8:02 PM
25
বিহাৰ বিধানসভা নির্বাচনৰ প্ৰচাৰৰ শেষৰ দিনা বিভিন্ন ৰাজনৈতিক দলৰ নেতাৰ প্ৰচাৰ অভিযান
বিহাৰ বিধানসভা নির্বাচনৰ প্ৰচাৰৰ আজি শেষৰ দিনা বিভিন্ন ৰাজনৈতিক দলৰ নেতা তথা তাৰকা প্ৰচাৰকসকলে ৰাজ্যখনত প্ৰচাৰ অভিযান চলায়। আজি সন্ধিয়া ছয় বজাত প্ৰচাৰ অভিযানৰ অন্ত পৰে। এন ডি এ আৰু মহামিত্রজোটৰ নেতাসকলে বিভিন্ন সমষ্টিত নির্বাচনী সভা আৰু ৰোড শ্ব'ত অংশগ্ৰহণ কৰে। বিজেপিৰ তাৰকা প্ৰচাৰকসকলৰ ভিতৰত কেন্দ্র...