বিহাৰ

September 30, 2025 8:26 PM

views 55

বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে চূড়ান্ত ভোটাৰ তালিকা আজি প্ৰকাশ কৰা হয়। এই তালিকাৰ অধীনতে ৰাজ্যখনত বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব। নির্বাচন আয়োগে অনলাইন যোগে ভোটাৰ তালিকা প্ৰকাশ কৰিছে। বিহাৰৰ মুখ্য নির্বাচন বিষয়াৰ কাৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি ৰাজ্যখনৰ প্ৰতিখন জিলাৰ নিৰ্বাচন বিষয়া তথা জিলা দণ্ড...

September 29, 2025 6:00 PM

views 56

ৰে’ল মন্ত্রী অশ্বিনী বৈষ্ণৱ আৰু বিহাৰৰ উপ-মুখ্যমন্ত্রী সম্রাট চৌধুৰীয়ে তিনিখন অমৃত ভাৰত এক্সপ্ৰেছ ৰে’ল গাড়ীকে ধৰি সাতখন ৰে’ল গাড়ী চলাচলৰ শুভাৰম্ভ কৰে

ৰে'ল মন্ত্রী অশ্বিনী বৈষ্ণৱ আৰু বিহাৰৰ উপ-মুখ্যমন্ত্রী সম্রাট চৌধুৰীয়ে আজি ৰাজ্যখনৰ বাবে তিনিখন অমৃত ভাৰত এক্সপ্ৰেছ ৰে'ল গাড়ীকে ধৰি সাতখন ৰে'ল গাড়ী চলাচলৰ শুভাৰম্ভ কৰে। অমৃত ভাৰত এক্সপ্ৰেছ ৰে'ল কেইখনে মুজাফ্‌ফ্ফৰ পুৰৰ পৰা সৰলাপল্লী, দ্বাৰভাংগাৰ পৰা মাদাৰ জংছন আৰু ছাপ্পাৰ পৰা আনন্দ বিহাৰ টার্মিনেল...

September 7, 2025 8:16 PM

views 46

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ মহিলাসকলৰ কৰ্ম সংস্থাপনৰ সুবিধা প্ৰদানৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী মহিলা ৰোজগাৰ আঁচনিৰ শুভাৰম্ভ

বিহাৰত আজি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে মহিলাসকলৰ কৰ্ম সংস্থাপনৰ সুবিধা প্ৰদানৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী মহিলা ৰোজগাৰ আঁচনিৰ শুভাৰম্ভ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে আঁচনিখনৰ প্ৰচাৰৰ বাবে এটা প'ৰ্টেলো মুকলি কৰে। এই আঁচনিৰ অধীনত ৰাজ্যৰ প্ৰতিটো পৰিয়ালৰ পৰা এগৰাকী মহিলাক নিজৰ পছন্দ অনুযায়ী ব্যৱসায় আৰম্...

August 3, 2025 7:51 PM

views 57

ৰাষ্ট্ৰীয় জনতা দলৰ নেতা তেজস্বী প্ৰসাদ যাদৱৰ ভোটাৰ পৰিচয় পত্ৰক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ৰাষ্ট্ৰীয় জনতা দলৰ নেতা তেজস্বী প্ৰসাদ যাদৱৰ ভোটাৰ পৰিচয় পত্ৰক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ভাৰতৰ নিৰ্বাচন আয়োগে নেতাগৰাকীৰ ভোটাৰ পৰিচয় পত্ৰক লৈ সৃষ্টি হোৱা বিতৰ্কৰ পাছত সমগ্ৰ বিষয়টো তদন্তৰ বাবে যাদৱক আজি সবিশেষ তথ্য দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। দিঘা সমষ্টিৰ নিৰ্বাচনী পঞ্জীয়ন বিষয়াগৰাকী...

July 29, 2025 11:04 AM

views 42

বিহাৰত ১ আগষ্টত খচৰা ভোটাৰ তালিকা প্রকাশত নিষেধাজ্ঞা আৰোপ কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ অমান্তি

বিহাৰত নিৰ্বাচন আয়োগে চলাই থকা ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধনীৰ অধীনত অহা ১ আগষ্টত খচৰা ভোটাৰ তালিকা প্রকাশত নিষেধাজ্ঞা আৰোপ কৰিবলৈ উচ্চতম ন্যায়ালয় অমান্তি হৈছে। ন্যায়াধীশ সূৰ্য্যকান্ত আৰু জয়মালা বাগ্‌হীক লৈ গঠিত খণ্ড আদালতে কয়, যে আধাৰ কাৰ্ড আৰু ভোটদাতাৰ পৰিচয় পত্রকো এই সংশোধনীত নথি হিচা...

June 8, 2025 8:51 PM

views 56

বিহাৰৰ উন্নয়নৰ বাবে ৰাজনীতি কৰিছে বুলি কেন্দ্ৰীয় খাদ্য প্ৰসংস্কৰণ উদ্যোগ মন্ত্ৰী চিৰাগ পাছোৱানৰ মন্তব্য

কেন্দ্ৰীয় খাদ্য প্ৰসংস্কৰণ উদ্যোগ মন্ত্ৰী চিৰাগ পাছোৱানে কৈছে যে বিহাৰৰ উন্নয়নৰ বাবে তেওঁ ৰাজনীতি কৰিছে। বিহাৰৰ ভোজপুৰ জিলাৰ আৰাহত অনুষ্ঠিত এখন দলীয় সভাত আজি ভাষণ দি তেওঁ লগতে কয়, যে বিহাৰ আৰু বিহাৰৰ জনতা প্ৰথম নীতিৰে তেওঁ সদায়ে কাম কৰি আহিছে। বিহাৰৰ পিছপৰা অৱস্থাৰ বাবে আৰ জে ডি আৰু কংগ্ৰেছ দলে...

February 26, 2025 8:50 PM

views 36

নীতিশ কুমাৰ নেতৃত্বাধীন বিহাৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ

৭ গৰাকী নতুন মন্ত্ৰীৰ অন্তৰ্ভুক্তিৰে নীতিশ কুমাৰ নেতৃত্বাধীন বিহাৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰা হৈছে। ৰাজ্যপাল আফি মহম্মদ খানে আজি পাটনাৰ ৰাজভৱনত আয়োজিত এটা অনুষ্ঠানত বিজেপিৰ ৭ গৰাকী বিধায়কক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য কৰোৱায়। শপত গ্ৰহণ কৰা মন্ত্ৰীসকলৰ ভিতৰত সঞ্জয় চৰাৱগি, কৃষ্ণ কুমাৰ মন্টু, ...

October 17, 2024 7:55 PM

views 42

বিহাৰৰ ছিৱান আৰু ছাৰন জিলাত বিষাক্ত সুৰা পানৰ ফলত কমেও ২৪ জন লোকৰ প্রাণহানি

বিহাৰৰ ছিৱান আৰু ছাৰন জিলাত বিষাক্ত সুৰা পান কৰাৰ ফলত কালি কমেও ২৪ জন লোকে প্রাণ হেৰুৱায় আৰু ১৫ জন গুৰুতৰভাৱে অসুস্থ হৈ পৰে। চৰকাৰী সূত্ৰৰ পৰা জানিব পৰা মতে ছিৱানত ২০ জন আৰু ছাৰন জিলাত ৪ জন লোকে প্ৰাণ হেৰুৱায়। মৃত লোককেইজন ভগলপুৰহাট আৰু মছৰখ আৰক্ষী থানা এলেকাৰ অধীনৰ বিভিন্ন গাঁৱৰ বাসিন্দা বুলি জান...

June 30, 2024 7:48 PM

views 47

নীট ইউ জি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ অভিযোগ সন্দৰ্ভত অভিযুক্তক চি বি আইৰ জেৰা

কেন্দ্রীয় অনুসন্ধান সংস্থা চি বি আয়ে আজি নীট ইউ জি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা অভিযোগ সন্দৰ্ভত অভিযুক্তক বিহাৰৰ পাটনাৰ বিউৰ মুখ্য কাৰাগাৰত জেৰা কৰে। এই সন্দৰ্ভত সংস্থাটোৱে আজি একেৰাহে দ্বিতীয় দিনৰ বাবে জেৰা অব্যাহত ৰাখে। উল্লেখযোগ্য যে নীট ইউ জিৰ প্ৰশ্নকাকত ফাদিল হোৱা সন্দৰ্ভত চি বি আয়ে এতিয়...

May 19, 2024 7:59 PM

views 44

লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত ৪৯ টা সমষ্টিত ভোটগ্ৰহণ

লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত কাইলৈ ৬ খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৪৯ টা সমষ্টিত হবলগীয়া ভোটগ্ৰহণৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। তৃতীয় পৰ্যায়ত উত্তৰ প্ৰদেশৰ ১৪ টা, মহাৰাষ্ট্ৰৰ ১৩টা, পশ্চিমবংগৰ ৭টা, ঝাৰখণ্ডৰ ৩টা, বিহাৰ আৰু ওড়িশাৰ ৫ টাকৈ লগতে জম্মু কাশ্মীৰ তথা লাডাখত এ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।