September 12, 2024 6:10 PM September 12, 2024 6:10 PM
14
উত্তৰ-পূব মধ্য, পূব আৰু পশ্চিম অঞ্চলৰ বিভিন্ন প্ৰান্তত অহা ৪ দিনত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ
ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দেশৰ উত্তৰ-পূব মধ্য, পূব আৰু পশ্চিম অঞ্চলৰ বিভিন্ন প্ৰান্তত অহা ৪ দিনত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি আগলি বতৰা দিছে। মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ আৰু উত্তৰ প্ৰদেশত আজিৰ দিনটোত প্ৰৱল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ লগতে নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, বিহাৰ, ওড়িশা...