বতৰ

October 6, 2025 12:39 PM

views 35

গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত অহা ২৪ ঘণ্টাত বতৰ ডাৱৰীয়া হৈ থাকিব

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থাকিব। এই সময়ছোৱাত ঘণ্টাত ৪০ৰ পৰা ৫০ কিলোমিটাৰ বেগেৰে অহা বতাহৰ সৈতে বিজুলী-ঢেৰেকনিৰে বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩২ ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন ২৫ ডিগ্ৰী চেলছিয়াছ হ'ব পা...

September 26, 2025 12:09 PM

views 43

বতৰৰ বতৰা-

● স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে দুই-এজাক মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩৭ ডিগ্রী ছেলছিয়াছ আৰু সৰ্বনিম্ন ২৭ ডিগ্ৰী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। ...

September 24, 2025 12:24 PM

views 33

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ অঞ্চল বিশেষে মুষলধাৰ বৰষুণৰ সতর্কবাণী

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি আৰু কাইলৈ পশ্চিমবংগ, ওড়িশা আৰু ছত্তিশগড়ৰ অঞ্চল বিশেষে মুষলধাৰ বৰষুণৰ সতর্কবাণী জাৰি কৰিছে। বিভাগে আজি উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্য, বিহাৰ, ঝাৰখণ্ড, মধ্যপ্রদেশ, তেলেংগানা আৰু বিদৰ্ভতো ধাৰাষাৰ বৰষুণৰ আগলি বতৰা দিছে। আজিৰে পৰা পৰৱৰ্তী ৩-৪ দিনলৈ আন্দামান নিকোবৰ দ্বী...

September 16, 2025 6:21 PM

views 33

প্ৰবল বৰষুণৰ বাবে পার্বত্য ৰাজ্য উত্তৰাখণ্ডৰ ৰাজধানী ডেৰাডুনৰ দৈনন্দিন জীৱনযাত্ৰা বিঘ্নিত

ওৰে নিশা হোৱা প্ৰবল বৰষুণে পার্বত্য ৰাজ্য উত্তৰাখণ্ডৰ ৰাজধানী ডেৰাডুনৰ দৈনন্দিন জীৱনযাত্ৰা বিঘ্নিত কৰিছে। ডেৰাডুনত প্রায় ১০০ লোকক প্রশাসনে নিৰাপদে উদ্ধাৰ কৰিছে। মহানগৰখনৰ বিভিন্ন স্থানত ধাৰাবাহিক বৰষুণৰ ফলত কেইবাটাও পথ আৰু কেইবাখনো দলঙৰ ক্ষতি হৈছে। মুখ্যমন্ত্ৰী পুস্কৰ সিং ধামীয়ে ইতিমধ্যে ক্ষতিগ্রস...

September 14, 2025 12:24 PM

views 51

উত্তৰ-পূৰ্বাঞ্চলকে ধৰি হিমালয়ৰ পাদদেশীয় অঞ্চলত প্ৰৱল বৰষুণৰ আগজাননী

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি অসম, মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ লগতে ছিক্কিম, পশ্চিমবংগৰ হিমালয়ৰ পাদদেশীয় অঞ্চল, বিহাৰ আৰু গোৱাৰ কোনো কোনো এলেকাত প্ৰৱল বৰষুণৰ আগজাননী দিছে। বিভাগে লগতে নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, উত্তৰাখণ্ড, হিমাচল প্রদেশ, চত্তিশগড়, অন্ধ্রপ্রদেশ, মধ্যপ্রদেশ, মহাৰাষ্ট্ৰ,...

September 13, 2025 12:03 PM

views 38

বতৰৰ বতৰা-

● স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে দুই-এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩৪ ডিগ্রী ছেলছিয়াছ আৰু সৰ্বনিম্ন ২৭ ডিগ্রী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে...

September 11, 2025 12:25 PM

views 31

বতৰৰ বতৰা-

● স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে দুই-এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩৪.৬ ডিগ্ৰী ছেলছিয়াছ আৰু সৰ্বনিম্ন ২৬.৯ ডিগ্ৰী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী ...

September 4, 2025 11:48 AM

views 22

বতৰৰ বতৰা–

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বিয়লি আৰু সন্ধিয়াৰ ভাগত বতৰ আংশিকভাৱে ডাৱৰীয়া হোৱাৰ লগতে বিজুলী-ঢেৰেকণিৰ সৈতে এজাক-দুজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩৫ ডিগ্রী ছেলছিয়াছ আৰু সৰ্বনিম্ন ২৬ ডিগ্ৰী ছেলছিয়াছ হ’ব পাৰে বুলি বৰঝা...

September 1, 2025 11:42 AM

views 27

বতৰৰ বতৰা-

■ স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে দুই-এজাক মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সৰ্বোচ্চ ৩৬ ডিগ্রী ছেলছিয়াছ আৰু সৰ্বনিম্ন ২৬ ডিগ্ৰী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। ...

August 29, 2025 1:32 PM

views 49

আগন্তুক দুদিনলৈ বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰি সতৰ্কতা বতৰ বিজ্ঞান কেন্দ্ৰৰ

■ ধাৰাসাৰ বৰষুণে একেৰাহে দুদিন ধৰি গুৱাহাটী জলমগ্ন কৰি ৰখাৰ সময়তে বতৰ বিজ্ঞান কেন্দ্ৰই অহা দুদিনলৈ বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰি সতৰ্কতা জাৰি কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যৰ ১৩ খন জিলাত বিজুলী-ঢেৰেকনিৰে ধাৰাসাৰ আৰু অতি ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনালৈ চাই য়েল্ল’ এলাৰ্ট জাৰি কৰিছে। কোকৰাঝাৰ, বঙাইগাঁও...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।