ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ব্ৰাৱো অপেন ছেলেঞ্জাৰ টেনিছত পুৰুষ ডাবলছৰ ছেমি ফাইনেলত এন শ্ৰীৰাম বালাজী আৰু ইকুৱেডৰৰ গোঞ্জালো এস্কোবাৰৰ যুটী

■ ভাৰতৰ এন শ্ৰীৰাম বালাজী আৰু ইকুৱেডৰৰ গোঞ্জালো এস্কোবাৰৰ যুটীটো ব্ৰাৱো অপেন ছেলেঞ্জাৰ টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰত আৰু ইকুৱেডৰ যুটীটোৱে কালি কোৱাৰ্টাৰ ফাইনেলত ব্ৰাজিলৰ মাৰ্ছেলো ডেমোলিনৰ আৰু আৰ্জেণ্টিনাৰ গুইলের্মো দুৰানৰ যুটীটোক ৬-৪, ৬-২ পোনপটীয়া ছেটত পৰাস্ত কৰে। বালাজী আৰু এস্কোবাৰৰ শীৰ্ষ বাছনিপ্ৰাপ্ত যুটীটো আজি ছেমি ফাইনেলত চতুর্থ বাছনিপ্ৰাপ্ত ইউক্রেইনৰ ডেনিছ মোলছানোভ আৰু নেডাৰলেণ্ডছৰ মাৱে মিডেলকুপৰ সন্মুখীন হ’ব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।